• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত ভাৰতে আনিবলৈ ওলাইছে ওজন কমোৱাৰ ঔষধ টিৰ্জেপেটাইড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2024 3:03 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেন্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ড কন্ট্ৰোল অৰ্গেনাইজেশ্যনে (CDSCO) ফাৰ্মাচিউটিকেল জায়ান্ট এলি লিলিৰ টিৰ্জেপেটাইড ব্যৱহাৰৰ নিৰ্দেশ দিছে। টিৰ্জেপেটাইড হৈছে এলি লিলি কোম্পানী (ইণ্ডিয়া হেল্থ)ৰ দ্বাৰা প্ৰস্তুত কৰা এটা ঔষধ, যিটো মূলতঃ টাইপ ২ ডায়েবেটিছৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।

এই যৌগটো ডায়েবেটিছৰ বাবে মৌঞ্জাৰো (Mounjaro) আৰু ওজন হ্ৰাসৰ বাবে জেপবাউণ্ড (Zepbound) ব্ৰেণ্ড নামেৰে বজাৰত বিক্ৰী কৰা হয়। অৱশ্যে ভাৰতত টিৰ্জেপেপটাইড ওজন হ্ৰাসৰ বাবে নহয়, ডায়েবেটিছৰ বাবে আমদানি কৰা হ’ব।

ই কেনেকৈ কাম কৰে?

টিৰ্জেপেটাইডে খাদ্যৰ প্ৰতিক্ৰিয়া হিচাপে অগ্নাশয়ৰ পৰা ইনচুলিন নিৰ্গত হোৱাত সহায় কৰে। খাদ্য খোৱাৰ পিছত তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। ই গ্লুকাগনৰ নিঃসৰণ হ্ৰাস কৰে। গ্লুকাগনৰ মাত্ৰা কম হ’লে লিভাৰে গ্লুক’জ উৎপাদন হ্ৰাস কৰাত সহায় কৰে। তেজত গ্লুক’জৰ প্ৰৱেশৰ হাৰ হ্ৰাস কৰিব পাৰে, যিয়ে তেজৰ চেনিৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰাত সহায় কৰে। টিৰ্জেপেটাইডে খাদ্য গ্ৰহণ হ্ৰাস কৰাত সহায় কৰে, যিয়ে ওজন কমোৱাত ভূমিকা পালন কৰে।

Apply Now

কিবা পাৰ্শ্বক্ৰিয়া আছেনে?

টাইপ ২ ডায়েবেটিছ নিয়ন্ত্ৰণত টিৰ্জেপেটাইড ফলপ্ৰসূ যদিও ইয়াৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। টাইপ ১ ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত Mounjaro ৰ ব্যৱহাৰ নহয়। সাধাৰণ পাৰ্শ্বক্ৰিয়াসমূহ হ’ল বমি, ডায়েৰিয়া, ভোক কমি যোৱা, কোষ্ঠকাঠিন্য, বদহজম, পেটৰ (পেট) বিষ। ইয়াৰ উপৰিও গুৰুতৰ পাৰ্শ্বক্ৰিয়া যেনে অগ্নাশয়ৰ পেনক্ৰিয়াটাইটিছ হ’ব পাৰে।

সতৰ্কবাণী:

মৌঞ্জাৰো (টিৰ্জেপেটাইড) ব্যৱহাৰ কৰাৰ পূৰ্বে কোম্পানীয়ে কিছু সতৰ্কবাণী জাৰি কৰিছে। প্ৰথমবাৰৰ বাবে Mounjaro লোৱাৰ পূৰ্বে ডাক্তৰক দেখুৱাব লাগে। তাৰ পিছত ডাক্তৰৰ লগত কথা পাতিব লাগে ই কেনেকৈ ব্লাড চুগাৰ মেনেজ কৰে। Mounjaro ব্যৱহাৰ কৰাৰ সময়ত জন্ম নিয়ন্ত্ৰণৰ বড়িয়ে কাম নকৰিব পাৰে। কিন্তু বছৰৰ আৰম্ভণিতে এলি লিলিৰ চিইঅ’ ডেভিদ ৰিক্সে ৰয়টাৰক জনাইছে যে ২০২৫ চনৰ আৰম্ভণিতে Mounjaro ভাৰতত মুকলি হোৱাৰ সম্ভাৱনা আছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm
বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

June 17, 2026 11:37 am
ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

June 17, 2026 11:00 am
জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm
বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

June 17, 2026 11:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd