• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্ববিদ্যালয় চৌহদত কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰতিবাদ; অধিসূচনা জাৰি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2024 3:59 pm
725
VIEWS
Share on FacebookShare on Twitter

বিশ্ববিদ্যালয় কেম্পাছৰ ভিতৰত আৰু কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰিব নোৱাৰিব। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই অধিসূচনা জাৰি কৰিছে।

শেহতীয়াকৈ বিশ্ববিদ্যালয় চৌহদত প্ৰতিবাদ আন্দোলন সন্দৰ্ভত উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু হৈছিল। শিক্ষানুষ্ঠানত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিব নোৱাৰিব বুলিও আদালতে কয়। আদালতৰ এই নিৰ্দেশ সোঁৱৰাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে যে প্ৰশাসনিক ভৱনৰ পৰা ১০০ মিটাৰ ভিতৰত কোনো ধৰণৰ প্ৰতিবাদ, ধৰ্ণা, সমাৱেশ কাৰ্যসূচী অনুষ্ঠিত কৰিব নোৱাৰিব। আদেশ উলংঘা কৰাৰ ক্ষেত্ৰতো কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিয়া হৈছে।

যোৱা এপ্ৰিল মাহত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থীয়ে কেম্পাছৰ ভিতৰতে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল। অভিযোগ অনুসৰি, বিষয়টো কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতো তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। এই ঘটনাৰ প্ৰতিবাদত ছাত্ৰজনে অনিৰ্দিষ্টকাললৈ জেএনইউ চৌহদৰ মূল গেটৰ সন্মুখত ধৰ্ণাত বহি দোষীক শাস্তি প্ৰদানৰ দাবী জনায়। যাৰ বিষয়ে সেই সময়ত বহুত হুলস্থুল হৈছিল।

যদিও এছ এফ আই নেতৃত্বাধীন ছাত্ৰ পৰিষদে অভিযোগ দাখিল কৰিছিল৷ এইবাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অধিসূচনা জাৰি কৰি জনাইছে যে প্ৰশাসনিক কাৰ্যালয়ৰ পৰা ১০০ মিটাৰৰ ভিতৰত কোনো ধৰণৰ প্ৰতিবাদ বা ধৰ্ণা অনুষ্ঠিত কৰিব নোৱাৰিব।

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd