• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰতিৰক্ষা বাজেট ২০২৪ : সামৰিক বাহিনীৰ বাবে কিমান টকা আবন্টন দিলে কেন্দ্ৰ চৰকাৰে?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 24, 2024 7:01 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰ্বৰ দৰে এইবাৰো কেন্দ্ৰীয় বাজেটত সকলো মন্ত্ৰালয়তকৈ অধিক আবণ্টন লাভ কৰিলে প্ৰতিৰক্ষা মন্ত্ৰালয়ে। প্ৰতিৰক্ষা ক্ষমতা আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়লৈ অভূতপূৰ্ব ৬.২২ লাখ কোটি টকা আবণ্টন দিয়া হৈছে। যিটো এইবাৰৰ বাজেটৰ ১২.৯ শতাংশ।

উল্লেখ্য যে যোৱা বিত্তীয় বৰ্ষৰ তুলনাত এই বৰ্ষৰ বাজেটত প্ৰতিৰক্ষাৰ বাবে আবণ্টিত ধনৰ পৰিমাণ ৪.৭৯ শতাংশলৈ বৃদ্ধি পাইছে।

Apply Now

সামৰিক সঁজুলি : প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই বৃহৎ বাজেট আবণ্টনৰ ভিতৰত মাত্ৰ ১.৭২ লাখ কোটি টকাহে বিভিন্ন অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সঁজুলি অধিগ্ৰহণৰ বাবে ব্যয় কৰা হ’ব। ইয়াৰ ভিতৰত থাকিব অত্যাধুনিক প্ৰযুক্তি, মাৰাত্মক অস্ত্ৰ, যুদ্ধবিমান, জাহাজ, চাবমেৰিন, ড্ৰ’ন, আৰু বিশেষ সামৰিক বাহন। ফলত সশস্ত্ৰ বাহিনীৰ প্ৰয়োজনীয় আহিলা সমূহৰ অভাৱ পূৰণৰ আশা কৰা হৈছে।

যুদ্ধ : ভাৰতীয় সশস্ত্ৰ বাহিনী যাতে যুদ্ধৰ বাবে সাজু হৈ থাকে তাৰ বাবে ৰক্ষণাবেক্ষণ আৰু কাৰ্যকৰী প্ৰস্তুতিৰ বাবে ৯২,০৮৮ কোটি টকা আবণ্টন দিয়া হৈছে। এই ক্ষেত্ৰত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেটতকৈ ৪৮ শতাংশ আবণ্টন বৃদ্ধি কৰা হৈছে।

আত্মনিৰ্ভৰশীলতা : সামৰিক বাহিনী আধুনিকীকৰণৰ বাবে ঘৰুৱা সামৰিক সংস্থাৰ পৰা বিভিন্ন অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সঁজুলি ক্ৰয়ৰ বাবে ১.০৫ লাখ কোটি টকা আৱণ্টন দিয়া হৈছে। এই পদক্ষেপৰ বাবে জিডিপি বৃদ্ধি যথেষ্ট বৃদ্ধি পাব, কৰ্মসংস্থাপনৰো সৃষ্টি হ’ব আৰু সামগ্ৰিকভাৱে অৰ্থনীতিৰো লাভ হ’ব বুলি আশা কৰা হৈছে।

সামৰিক বাহিনীৰ স্বাস্থ্য : প্ৰাক্তন সেনাবাহিনীৰ ত্যাগক স্বীকৃতি দি প্ৰাক্তন সেনাবাহিনী অৱদানমূলক স্বাস্থ্য আঁচনি (ইচিএইচএছ)ৰ বাবে আবণ্টন ৬,৯৬৮ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। এই ক্ষেত্ৰত বিগত বছৰৰ তুলনাত ২৮ শতাংশ আবণ্টন বৃদ্ধি কৰা হৈছে।

সীমান্তৰ আন্তঃগাঁথনি : বাজেটত সীমান্ত অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নকো অগ্ৰাধিকাৰ দিয়া হৈছে। সীমান্ত পথ সংস্থা বা বি আৰ অ’ক ৬৫০০ কোটি টকা দিয়া হৈছে। এই শিতানত যোৱা বিত্তীয় বৰ্ষৰ তুলনাত ৩০ শতাংশ, আৰু পূৰ্বৰ বছৰৰ তুলনাত ১৬০ শতাংশ আবণ্টন বৃদ্ধি কৰা হৈছে। এই ক্ষেত্ৰত মূল প্ৰকল্পসমূহ হ’ল – লাডাখৰ নয়োমা বিমানবন্দৰৰ উন্নয়ন, হিমাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশত সুৰংগ নিৰ্মাণ ইত্যাদি।

উপকূলীয় নিৰাপত্তা : ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ বাবে ৭,৬৫১.৮০ কোটি টকা আবণ্টন দিয়া হৈছে। যোৱা বিত্তীয় বৰ্ষতকৈ ই ৬.৩১ শতাংশ বেছি। বৰ্ধিত প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ ক’ষ্ট গাৰ্ডৰ সামৰ্থ্য বৃদ্ধি কৰিবলৈ বিচাৰিছে চৰকাৰে। ৩৫০০ কোটি টকা কেৱল দ্ৰুত টহলদাৰী বাহন, ইলেক্ট্ৰনিক চোৱাচিতা ব্যৱস্থাৰ উন্নতি আৰু অস্ত্ৰ ক্ৰয়ৰ বাবে আৱণ্টন দিয়া হৈছে।

ডি আৰ ডি অ’ : প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা বা ডি আৰ ডি অ’ৰ বাজেটত ২৩,৮৫৫ কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰে ১৩,২০৮ কোটি টকা ব্যয়ৰ বাবে ধাৰ্য কৰা হৈছে। এই বৃদ্ধি পোৱা আবণ্টনৰ ফলত ডি আৰ ডি অ’ই মৌলিক গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব পাৰিব আৰু ব্যক্তিগত খণ্ডৰ সংস্থাসমূহৰ সৈতে সহযোগিতা কৰি নতুন প্ৰযুক্তি বিকশিত কৰিব পাৰিব বুলি আশা কৰা হৈছে।

উদ্ভাৱনক উৎসাহিত কৰা : ইনোভেচন ফৰ ডিফেন্স এক্সেলেন্স বা আইডেক্সৰ বাজেট আবণ্টন ১১৫ কোটি টকাৰ পৰা ৫১৮ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ভাৰতীয় সামৰিক বাহিনীৰ বাবে থলুৱা প্ৰযুক্তি বিকাশৰ ক্ষেত্ৰত ষ্টাৰ্টআপ, এম এছ এম ই আৰু বিভিন্ন উদ্ভাৱনী কোম্পানীক জড়িত কৰা এই পদক্ষেপৰ মূল উদ্দেশ্য।

পেঞ্চন : প্ৰতিৰক্ষা খণ্ডৰ পেঞ্চন বাজেটতো ২.১৭ শতাংশ বৃদ্ধি কৰি ১.৪১ লাখ কোটি টকা হৈছে। ফলত প্ৰায় ৩২ লাখ পেঞ্চনাৰ লাভৱান হ’ব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd