• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নগাঁৱত কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ অনিৰ্দিষ্টকালীন অনশন

মিন্টূ দাস by মিন্টূ দাস
May 21, 2018 12:46 pm
কৃষক শ্ৰমিক উন্নয়ন পৰিষদ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

”অসমলৈ আহি আছে ভয়াবহ সংকট! কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ জৰিয়তে বিদেশী লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ জৰিয়তে ভাৰতত সংস্থাপিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতৰ সংবিধানৰ সমতা আৰু ধৰ্মনিৰপেক্ষতাৰ আদৰ্শক দলিয়াই ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ ভয়ংকৰ পদক্ষেপ ল’বলৈ গৈছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ এই সংবিধান আৰু দেশ বিৰোধী সিদ্ধান্তই অসম আৰু অসমবাসীক আটাইতকৈ ক্ষতিগ্ৰস্ত কৰিব।” এই মন্তব্য কৃষক-শ্ৰমিক-শ্ৰমিক উন্নয়ন পৰিষদৰ নগাঁও জিলা সমিতিৰ।

নগাঁও জিলাৰ  উপায়ুক্ত কাৰ্যালয়ৰ সমীপত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজিৰ পৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী অনুষ্ঠিত কৰি সংগঠনটোৱে এনেদৰে মন্তব্য কৰে। বিভিন্ন ধৰণৰ প্ৰতিবাদধৰ্মী প্লেকাৰ্ড সন্নিৱিষ্ট কৰি আৰম্ভ কৰা এই অনশন কাৰ্যসূচীত ৰাজনৈতিক-অৰাজনৈতিক সংগঠনে অংশগ্ৰহণ কৰে।

Apply Now

সংগঠনটোৱে লগতে কয় যে- অসমলৈ পূৰ্ব বংগমূলীয় মুছলমানৰ প্ৰব্ৰজনৰ ফলত ইতিমধ্যে অসমৰ জনগাঁ‌থনিৰ স্থায়ী পৰিবৰ্তন ঘটিছে। ১৯৭১  চনলৈ প্ৰব্ৰজনকাৰীৰ বোজা ল’বলৈ অসম বাধ্য হৈছে। এতিয়া অসম ধ্বংস কৰিবলৈ আৰু অধিক বিদেশীৰ বোজা আমি কোনোপধ্যে ল’ব নোৱাৰো। বিধেয়কখন আইনত পৰিণত হ’লে অসমত অবৈধভাৱে বসবাস কৰা বাংলাদেশীৰ  উপৰি বাংলাদেশত থকা বঙালী হিন্দুক বৈধ অসমীয়াৰ স্বীকৃতি দিব। ইয়াৰ ফলত অসমীয়াৰ যে বিপদ হ’ব সেইটো খাটাং। তদুপৰি এই বিধেয়ক গৃহীত হ’লে অসমবাসীৰ দীৰ্ঘদিনীয়া জাতীয় স্বপ্ন এন আৰ চিৰ প্ৰস্তুতিকৰণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মিব।

প্ৰায় ডেৰ শতাধিক লোকৰ উপস্থিতি থকা আজিৰ কাৰ্যসূচীত কৃষক-শ্ৰমিক উন্নয়ণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি-মুকুল বৰা উপস্থিত থাকি বিজেপি চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে। বিশেষকৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁ‌হাই, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, কেশৱ মহন্ত, ফণীভুষণ চৌধুৰীক আক্ৰমণৰ লক্ষ্য কৰি লয়।। আজিৰ এই কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক উৎপল কুমাৰ বৰুৱাও উপস্থিত থাকে।

মিন্টূ দাস

মিন্টূ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

June 13, 2026 6:40 am
এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm
বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

June 12, 2026 9:18 pm
২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

June 12, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

June 13, 2026 6:40 am
এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd