• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাছিনা বাংলাদেশ এৰি যোৱাৰ লগে লগে মুকলি কৰি দিয়া হ’ল খালেদা জিয়াক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2024 8:19 am
বেগম খালেদা জিয়া। ফাইল ফটোঃ সংগ্ৰহীত।

বেগম খালেদা জিয়া। ফাইল ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ বিৰোধী নেত্ৰী খালেদা জিয়াক মুকলি কৰি দিয়া হৈছে। সেনা মুৰব্বী জেনেৰেল ৱাকাৰ-উজ-জামানে কয় যে অতি সোনকালে বিএনপিৰ অধ্যক্ষ বেগম খালেদা জিয়াক মুকলি কৰি দিয়া হ’ব আৰু বিদেশত তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব।

সোমবাৰে নিশা (৫ আগষ্ট) বংগভৱনত ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিন, বিএনপিৰ সম্পাদক প্ৰধান মিৰ্জা ফখৰুল আৰু অন্যান্য ৰাজনৈতিক নেতাৰ সন্মুখত এই কথা ঘোষণা কৰে সেনা প্ৰধানগৰাকীয়ে।

সোমবাৰে ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত বংগভৱনত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত সৰ্বসন্মতিক্ৰমে বিএনপিৰ অধ্যক্ষ বেগম খালেদা জিয়াক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হয়।

Apply Now

উল্লেখ্য যে দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱা খালেদা জিয়াক বিদেশলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। তেওঁ কেইবাটাও চৰ্ত মানি চলিবলগীয়া হৈছিল। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত সেই সকলোবোৰ চৰ্ত উঠাই লোৱা হৈছে।

লগতে পঢ়কঃ কৃত্ৰিম বানত বিপৰ্যস্ত গুৱাহাটী! আজি বন্ধ থাকিব মহানগৰীৰ সকলো শিক্ষা প্ৰতিষ্ঠান

দুর্নীতিৰ দুটা গোচৰত দোষী সাব্যস্ত হোৱা খালেদা জিয়াক ২০১৮ চনৰ ৮ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিএনপি নেতা জিয়াক জিয়া অনাথ আশ্ৰম ট্ৰাষ্ট আৰু জিয়া চেৰিটেবল ট্ৰাষ্টৰ দুৰ্নীতিৰ গোচৰত শাস্তি প্ৰদান কৰা হয়। দুবছৰতকৈও অধিক সময় জেলত আছিল।

২০২০ চনৰ ২৫ মাৰ্চত চৰকাৰে কাৰ্যবাহী আদেশ জাৰি কৰি শাস্তি স্থগিত ৰখাৰ লগতে চৰ্তসাপেক্ষে মুক্তিৰ অনুমতি প্ৰদান কৰে। ইয়াৰ পিছত চৰকাৰে তেওঁৰ আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ছমাহৰ বাবে শাস্তি স্থগিত ৰাখি মুক্তিৰ সময়সীমা বৃদ্ধি কৰিছে। যোৱা ২১ মাৰ্চত আৱামী লীগ চৰকাৰে কাৰ্যবাহী আদেশত অষ্টমবাৰৰ বাবে তেওঁৰ মুক্তিৰ সময় বৃদ্ধি কৰে।

খালেদা জিয়াক ফৌজদাৰী প্ৰক্ৰিয়া আইনৰ ৪০১ ধাৰাত বিশেষ চৰ্তত মুকলি কৰি দিয়া হৈছে। অৱশ্যে কিছুমান চৰ্তও আৰোপ কৰা হৈছে। দুটা চৰ্ত হ’ল – খালেদা জিয়া বিদেশলৈ যাব নোৱাৰে আৰু ঢাকাত থাকিয়েই চিকিৎসা কৰিব লাগিব। অৱশ্যে বাংলাদেশত ভ্ৰমণৰ বাবে খালেদা জিয়াই কোনো অনুমতি ল’ব নালাগে। তেওঁৰ মুক্তিৰ সময় বৃদ্ধি কৰাৰ আইনী সুযোগ আছে।

লগতে পঢ়কঃ প্ৰাণৰ মমতাত দেশ এৰি পলায়ন শ্বেখ হাছিনাৰ; ঢাকা ত্যাগ কৰি ভাৰতৰ ত্ৰিপুৰাত উপস্থিত হাছিনা

সোমবাৰেই অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ বাবে ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত বংগভৱনত সেনা প্ৰধান, নৌসেনাৰ মুৰব্বী আৰু বায়ুসেনাৰ মুৰব্বী আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু নাগৰিক সমাজৰ প্ৰতিনিধিৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সেনাবাহিনীক লুণ্ঠন আৰু হিংসাত্মক কাৰ্যকলাপ বন্ধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দায়িত্ব দি সিদ্ধান্ত লোৱা হয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd