• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষক আৰু বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সমিতিৰ ওপৰত কৰা আক্ৰমণৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

প্ৰেছ বিজ্ঞপ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2024 5:59 pm
544
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙাৰ ইংলে পথাৰৰ সাধাৰণ ৰাইজৰ কৃষিভূমি জোৰজৱৰদস্তিকৈ অধিগ্ৰহণ কৰি তাত এখন পঞ্চ তাৰকা হোটেল নিৰ্মাণৰ বাবে অসম চৰকাৰৰ পৰ্যটন নিগমে প্ৰস্তুতি চলাইছে।

অঞ্চলটোৰ ক্ষতিগ্ৰস্ত কৃষক সকলে স্থানীয় বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সমিতিৰ উদ্যোগত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আন্দোলনত নামিছে।

সমিতিৰ কাৰ্যকৰ্তা সকলে ক্ষতিগ্ৰস্ত পৰিয়াল সকলৰ সাক্ষ্য ল’বলৈ যাওঁতে কালি তেওঁলোকৰ কেইবাজনকো প্ৰায় ১০০ জনমান ব্যক্তিয়ে আগুৰি ধৰি ভয়-ভাবুকি আৰু হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। কিন্তু আমি আচৰিত হৈছোঁ যে স্থানীয় পুলিচে সংগঠনৰ কৰ্মী সকলক নিৰাপত্তা দি দুষ্কৃতিকাৰী সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সলনি ওলোটাই তেওঁলোককহে পুলিচ থানাত আৱদ্ধ কৰি ৰাখিলে।

চিন্তাশূন্য নিৰ্মাণ কাৰ্যই ইতিমধ্যে ৰাজ্যখনৰ পৰিবেশতন্ত্ৰ কেনেকৈ বিঘ্নিত কৰিছে আমি দেখা পাইছোঁ। একাংশ লোকৰ বাণিজ্যিক স্বাৰ্থত কৃষিভূমি অধিগ্ৰহণ কৰি কাজিৰঙাৰ পৰিবেশ বিনষ্ট কৰি তাত এখন পঞ্চতাৰকা হোটেল নিৰ্মাণৰ যোজা চলিছে আৰু শান্তিপূৰ্ণভাৱে আন্দোলনৰ যোগেদি তাৰ বিৰোধিতা কৰা কাৰণে সাধাৰণ কৃষক আৰু বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সমিতিৰ কৰ্মীসকলৰ ওপৰত এই ধৰণৰ দমন আৰু অত্যাচাৰ কৰা হৈছে।

এইখিনিতে আমি উল্লেখ কৰোঁ যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কাজিৰঙাত পঞ্চতাৰকা হোটেল খোলাৰ অনুমতি প্ৰদান কৰা নাই। কেন্দ্ৰীয় বন মন্ত্ৰীয়ে কৈছে যে কাজিৰঙাত কোনো পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব।তেনেস্থলত কাৰ সাহসত স্থানীয় এচাম লোকে এনে উদ্ভণ্ডালি কৰিব পাৰিছে! অসম নাগৰিক সমাজৰ হৈ আমি এই কাৰ্যৰ বিৰোধিতা কৰোঁ তাৰ গৰিহনা দিওঁ। আমি শান্তিপূৰ্ণ আন্দোলনকাৰী সকলক নিৰাপত্তা দিবলৈ আৰু যিসকলে তেওঁলোকৰ ওপৰত নিৰ্যাতন চলাইছে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল’বলৈ স্থানীয় প্ৰশাসনৰ ওচৰত দাবী জনাওঁ।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd