• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেচবুকত বাংলাদেশৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ সমৰ্থন কৰা বাবে অসমৰ যুৱকক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2024 2:34 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে বাংলাদেশৰ অশান্তিক লৈ সমর্থন প্রকাশ কৰা অসমৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰে৷

লালা থানাৰ অন্তৰ্গত ৰংপুৰৰ ৫ নং ৱাৰ্ডত থকা নিজ বাসগৃহৰ পৰা হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰেজুৱান উল্লা মাজাৰভূঞা নামৰ অভিযুক্তজনক।

২৪ বছৰীয়া যুৱকজনে ফেচবুকত এটা পোষ্টযোগে ভাৰততো বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ একেধৰণৰ ফলাফলৰ আহ্বান জনায়।

Apply Now

বাংলা ভাষাত পোষ্ট লিখা ৰেজুৱানে চুবুৰীয়া দেশখনৰ অশান্তিৰ প্ৰভাৱ অসমতো অনুভৱ কৰিব বুলি দাবী কৰে।

পৰৱৰ্তী মন্তব্যত তেওঁ উগ্ৰপন্থী সংগঠন আল কায়দাৰ সৈতেও সম্পৰ্কৰ কথা উল্লেখ কৰে। কোনো ধৰণৰ সন্ত্ৰাসবাদী সম্পৰ্ক স্থাপনৰ বাবে তেওঁক জেৰা কৰি আছে আৰক্ষীয়ে।

অবৈধ কাৰ্যকলাপ, অপৰাধমূলক ষড়যন্ত্ৰ, গোটৰ মাজত শত্ৰুতা প্ৰচাৰ আৰু চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ চলোৱাৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে, ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ প্ৰবীণ সৈনিকৰ পৰিয়ালৰ বাবে ৩০ শতাংশ চৰকাৰী চাকৰি সংৰক্ষিত কৰা কোটা ব্যৱস্থাক লৈ হিংসাত্মক প্ৰতিবাদৰ সন্মুখীন হৈছে বাংলাদেশ।

জুন মাহৰ পৰা আৰম্ভ হোৱা হিংসাত্মক প্ৰতিবাদত ৪০০ৰো অধিক লোকৰ মৃত্যু হৈছে।

দেশজুৰি হিংসাত্মক প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি পলায়ন কৰিবলগীয়া হোৱাৰ কিছুদিন পাছতে বাংলাদেশৰ নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰে।

ঢাকাৰ ৰাষ্ট্ৰপতি ভৱনত ৰাজনৈতিক নেতা, নাগৰিক সমাজৰ নেতা, জেনেৰেল আৰু কূটনীতিবিদসকলে অংশগ্ৰহণ কৰা অনুষ্ঠানত মুখ্য উপদেষ্টা হিচাপে শপত গ্ৰহণ কৰে ৮৪ বছৰীয়া অৰ্থনীতিবিদগৰাকীয়ে।

বৃহস্পতিবাৰে ঢাকাত মহম্মদ ইউনুছৰ নেতৃত্বত চলা অন্তৱৰ্তীকালীন চৰকাৰৰ অংশ হিচাপে ১৬ জনীয়া উপদেষ্টা পৰিষদেও শপত গ্ৰহণ কৰে।

হাছিনাক পদচ্যুত কৰা কেইবা সপ্তাহজোৰা প্ৰতিবাদৰ নেতৃত্ব দিয়া ষ্টুডেণ্টছ এগেইনষ্ট ডিচক্ৰিমিনেচন গোটৰ শীৰ্ষ নেতা নাহিদ ইছলাম আৰু আছিফ মাহমুদকো পৰিষদত অন্তৰ্ভুক্ত কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm
নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm
ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm
নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd