• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাশ্মীৰ উপত্যকাত পুনৰ ৰক্তপাতঃ জম্মুৰ ডোডাত উগ্ৰপন্থী বিৰোধী অভিযানত নিহত ভাৰতীয় সেনা বিষয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2024 5:58 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কাশ্মীৰত পুনৰ গুলীচালনা হয়। বুধবাৰে পুৱা জম্মু-কাশ্মীৰৰ ডোডাত সংঘটিত হোৱা এনকাউণ্টাৰত এজন সেনা বিষয়া নিহত হয়। এজন সাধাৰণ নাগৰিকো গুৰুতৰভাৱে আহত হয়।

মঙলবাৰে সন্ধিয়া সেনাই উগ্ৰপন্থীৰ গোপন শিবিৰৰ তথ্য লাভ কৰে। সেই নিশাই সেনাৰ এটা দলে চাৰিজন সন্ত্ৰাসবাদীৰ সন্ধানত ওলাই যায়। নিশাও দুয়োপক্ষৰ মাজত গুলীচালনা হয়। সাময়িক বিৰতিৰ পাছত বুধবাৰে পুৱাৰে পৰা পুনৰ আৰম্ভ হয় বন্দুকৰ যুঁজ। সেই সময়ত কেপ্তেইন পদবীৰ এজন সেনা বিষয়াক উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল।

সংবাদ সংস্থা এ এন আইৰ মতে, মৃত অধিনায়কজনে ভাৰতীয় সেনাৰ ৪৮ নম্বৰ ৰাষ্ট্ৰীয় ৰাইফলছত কৰ্মৰত আছিল। এনকাউণ্টাৰ স্থানৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা আমেৰিকান এম-৪ এছাল্ট ৰাইফল আৰু বিভিন্ন অস্ত্ৰ-শস্ত্ৰসহ তিনিটা বেগ উদ্ধাৰ কৰে। চাৰিজন সন্ত্ৰাসবাদীৰ সন্ধানত এতিয়াও চলি আছে “অপাৰেচন”।

Apply Now

প্ৰসংগক্ৰমে বিগত কেইবছৰমানৰ পৰা জম্মু-কাশ্মীৰত উগ্ৰপন্থীয়ে অশান্ত কৰি আহিছে। ২০২১ চনৰ পৰা উপত্যকাত সন্ত্ৰাসবাদী আক্ৰমণত ৫০ জনতকৈ অধিক জোৱান নিহত হৈছে। যোৱা কেইটামান সপ্তাহত পুনৰ উত্থাপিত হৈছে এই আক্ৰমণ। শনিবাৰে অনন্তনাগত উগ্ৰপন্থীৰ আক্ৰমণত ১৯ ৰাষ্ট্ৰীয় ৰাইফলছৰ দুজন জোৱান নিহত হয়। ইয়াৰ বাহিৰেও কঠুৱাৰ কিস্তিয়াৰ কুপৱাৰাত আক্ৰমণ সংঘটিত হৈছে। ইয়াৰ পূৰ্বে জুলাই মাহত ডোডা জিলাৰ দেশা জংঘলত উগ্ৰপন্থীয়ে চাৰি সেনা জোৱানক হত্যা কৰিছিল। তাৰে এজন এই ৰাজ্যৰ বাসিন্দা আছিল। জোৱানজনৰ নাম দাৰ্জিলিঙৰ বাসিন্দা কেপ্তেইন ব্রিজেশ থাপা।

এমাহ পূৰ্বে কাশ্মীৰৰ পাহাৰীয়া অঞ্চলত ৪০ৰ পৰা ৫০জন উগ্ৰপন্থীয়ে আত্মগোপন কৰি আছে বুলি খবৰ ওলাইছিল। পাকিস্তান দখল কৰা কাশ্মীৰত অনুপ্ৰৱেশকাৰী উগ্ৰপন্থীক প্ৰশিক্ষণ দিয়া হয়। তেওঁলোকৰ হাতত আছে আৰ পি জি, মেচিনগান, নাইট ভিজন আৰু উন্নত চেটেলাইট ফোনকে ধৰি আধুনিক অস্ত্ৰ। ইয়াৰ পিছতে আৰক্ষীৰ অস্থিৰতা। নিৰ্বাচনৰ পূৰ্বে উপত্যকাত অশান্তি বিয়পোৱাৰ কোনো প্ৰচেষ্টা ৰোধ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ প্ৰশাসন। ৰাজ্যৰ বিভিন্ন অঞ্চলত সেনা মোতায়েন কৰা হৈছে। সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধৰ বাবে কঠোৰ সতৰ্কতা অৱলম্বন কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd