• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘চুটি কাপোৰত এনেয়ে বহুৱাই ৰাখিছিল বিবেক অগ্নিহোত্ৰীয়ে’; গুৰুতৰ অভিযোগ অভিনেত্ৰী তনুশ্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2024 10:01 am
বিবেক অগ্নিহোত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অভিনেত্ৰী তনুশ্ৰী দত্তৰ।

বিবেক অগ্নিহোত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অভিনেত্ৰী তনুশ্ৰী দত্তৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত MeeToo আন্দোলন তেওঁৰ পৰাই আৰম্ভ হৈছিল। তেওঁ নানা পাটেকাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ দেশতে তোলপাৰৰ সৃষ্টি কৰিছিল। তাৰ পিছত বহু মহিলাই স্বতঃস্ফূৰ্তভাৱে ‘মী টু’ আন্দোলনত যোগদান কৰে। কৰ্মক্ষেত্ৰত মহিলা কেনেকৈ হাৰাশাস্তি বা নিৰাপত্তাহীনতাত ভোগে? কলকাতাৰ আৰ জি কৰ হাস্পাতালৰ ঘটনাৰ পিছত সেই প্ৰশ্নটো পুনৰ গুৰুত্বপূৰ্ণ হৈ পৰিছে। সেই অভিনেত্ৰী, তনুশ্ৰী দত্তই এইবাৰ বিবেক অগ্নিহোত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

‘কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ বিৰুদ্ধে তনুশ্ৰীৰ অভিযোগ যে শ্বুটিংৰ সময়ত চুটি কাপোৰ পিন্ধিব লগা হৈছিল, কিন্তু শ্বট দিয়াৰ পিছত বিৰতিৰ সময়তো গা ঢাকি ৰাখিবলৈ দিয়া নাছিল। পৰিচালকগৰাকীক লৈ তনুশ্ৰী দত্তৰ মন্তব্য সম্প্ৰতি চৰ্চাৰ শিৰোনামত।

লগতে পঢ়কঃ দেশৰ মহিলা সাংবাদিকক নিউজৰুমত যৌন নিৰ্যাতন, অপদস্থ তথা অপমানৰ বিৰুদ্ধে দাবী পত্ৰ প্ৰকাশ

Apply Now

তনুশ্ৰীয়ে দাবী কৰে যে ২০০৫ চনত ‘চকলেট’ৰ শ্বুটিংৰ সময়ত বিবেকে তেওঁক নিৰ্যাতন চলাইছিল। অভিনেত্ৰীগৰাকীয়ে দৰাচলতে কি ক’লে? বিবেকে তেওঁক ভেনিটি ভ্যানত যাবলৈ দিয়া নাছিল, তেওঁক চুটি কাপোৰ পিন্ধি সকলোৰে সন্মুখত বহিবলৈ বাধ্য কৰাইছিল।

তনুশ্ৰীৰ ভাষাত “শিল্পীসকলে ভেনিটি ভ্যানত আশ্ৰয় লোৱাই নিয়ম। বিশেষকৈ আমাক যি ধৰণৰ কাপোৰ পিন্ধিবলৈ দিয়া হৈছিল, মানে চুটি পোছাক যিধৰণৰ হয়। শ্বুটিঙৰ মাজত মই চুটি পোছাকৰ ওপৰত ৰ’ব পিন্ধি বহিছিলো, তেওঁ কৈছিল, – খুলি পেলোৱা, এতিয়াই শ্বট হৈ যাব। তেওঁ মোক চুটি স্কাৰ্ট পিন্ধি গোটেই ইউনিটটোৰ সন্মুখত বহি থাকিবলৈ বাধ্য কৰিছিল।”

https://www.reddit.com/r/BollyBlindsNGossip/comments/1etvdcd/tanushree_datta_accuses_vivek_agnihotri_of/?utm_source=embedv2&utm_medium=post_embed&utm_content=whitespace&embed_host_url=https://www.india.com/entertainment/tanushree-dutta-recalls-horrifying-experience-with-vivek-agnihotri-on-set-short-skirt-mein-mujhe-7173117/

তনুশ্ৰী দত্তই লগতে কয়, “এদিন মই পাঁচ মিনিট দেৰিকৈ আহি পালোঁ আৰু তেওঁ মোক অপেছাদাৰী বুলি অভিযোগ কৰি চিঞৰ-বাখৰ কৰিলে। কিন্তু মই চেটত উপস্থিত হোৱাৰ সেই সময়লৈকে লাইটবোৰো লগোৱা হৈ উঠা নাছিল। যিদৰে হয় একো সাজু নাছিল! কিন্তু এদিন পাঁচ মিনিট দেৰিকৈ আহি পোৱাৰ বাবেই তেওঁ সেইটো ব্যৱহাৰ কৰে। মই আহিছো নে নাই চাবলৈ তেওঁ চেটত ভুমুকিয়াই চায়।” বিবেক অগ্নিহোত্ৰীয়ে অৱশ্যে এতিয়াও তনুশ্ৰীৰ এই অভিযোগৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

August 7, 2026 1:27 pm
কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

August 7, 2026 12:18 pm
কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

August 7, 2026 11:01 am
‘সময় নাই’, ভিডিঅ’ কলতে পিতৃৰ শেষকৃত্য চালে ‘উচ্চ শিক্ষিত’ কন্যাই; ভাইৰেল ভিডিঅ’ দেখি নিন্দাৰ জোৱাৰ

‘সময় নাই’, ভিডিঅ’ কলতে পিতৃৰ শেষকৃত্য চালে ‘উচ্চ শিক্ষিত’ কন্যাই; ভাইৰেল ভিডিঅ’ দেখি নিন্দাৰ জোৱাৰ

August 7, 2026 9:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

August 7, 2026 1:27 pm
কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

August 7, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd