• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ মহিলা সাংবাদিকক নিউজৰুমত যৌন নিৰ্যাতন, অপদস্থ তথা অপমানৰ বিৰুদ্ধে দাবী পত্ৰ প্ৰকাশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2024 9:12 am
ফটো সৌজন্যঃ দ্য হিন্দু।

ফটো সৌজন্যঃ দ্য হিন্দু।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলকাতাৰ আৰ জি কৰ হাস্পতালৰ ঘটনাক লৈ সমগ্ৰ দেশতে বিক্ষোভ-প্ৰতিবাদ চলি আছে। সেই খবৰ দেশবাসীৰ আগত তুলি ধৰাৰ ভিতৰত বহুতেই আছে মহিলা সাংবাদিক। কিন্তু কৰ্মক্ষেত্ৰত তেওঁলোকে কি পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়! মহিলা সাংবাদিকৰ এটা বিশিষ্ট সংগঠনে কৰ্মৰত মহিলা সাংবাদিকৰ হাৰাশাস্তি, নিৰ্যাতন, অপমান আৰু বিষাক্ত পৰিৱেশৰ অভিজ্ঞতাৰ প্ৰতিবাদত গাইডলাইন প্ৰস্তুত কৰিছে।

ভাৰতৰ মহিলা সাংবাদিকৰ এটা বিশিষ্ট সংস্থা নেটৱৰ্ক অৱ উইমেন ইন মিডিয়া (এন ডব্লিউ এম আই)। ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনা তেওঁলোকৰ দ্বাৰা গাইডলাইন বা আচৰণ বিধি প্ৰস্তুত কৰি প্ৰকাশ কৰা হয়। লক্ষ্য হৈছে এক নিৰাপদ আৰু নিৰপেক্ষ নিউজ ৰুমৰ পৰিৱেশ সৃষ্টি কৰা। এই প্ৰতিবেদনত দেশৰ সংবাদ মাধ্যমৰ জগতত ক্ৰমবৰ্ধমান অনৈতিক কৰ্মকাণ্ড আৰু বিষাক্ত পৰিৱেশৰ ওপৰত আলোকপাত কৰা হৈছে।

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ; অন্ধ্ৰপ্ৰদেশৰ বাবে উত্থাপন কৰিলে বৃহৎ দাবী

Apply Now

ভাৰতৰ সংবাদ মাধ্যমৰ জগতখনৰ এটা পৰিচিত গোপন সত্যটো হ’ল যে বেছিভাগ নিউজ ৰুম বিষাক্ত, যিটো মহিলা পেছাদাৰী সাংবাদিকৰ ২২ বছৰীয়া সংগঠন এন ডব্লিউ এম আইয়ে স্পষ্ট কৰি দিছে। সংবাদ মাধ্যমৰ মালিক, সম্পাদকমণ্ডলী, সম্পাদকৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ সাংবাদিকৰ হাতত জুনিয়ৰ, ইন্টাৰ্ণ আৰু ফ্ৰীলান্সাৰ সাংবাদিকসকল অগ্ৰহণযোগ্য আৰু অপমানজনক আচৰণৰ বলি হয়। এই অসৎ আচৰণ ওপৰৰ পৰা তলৰ মহললৈকে ঢাপে ঢাপে নামি আহে।

এই গাইডলাইনত বহুতো দিশ সামৰি লোৱা হৈছে। যেনে কৰ্মৰ সময়, দৰমহা, ছুটীৰ নীতি, কৰ্মক্ষেত্ৰত হাৰাশাস্তি আৰু স্বেচ্ছাচাৰিতা। প্ৰতিবেদনত চৰকাৰী অনুমোদিত কৰ্মৰ সময়, স্বচ্ছ দৰমহাৰ গাঁথনি আৰু কৰ্মভিত্তিক মূল্যায়নৰ আহ্বান জনোৱা হৈছে। সংবাদ মাধ্যমৰ কৰ্মী হিচাপে আমি কৰ্মক্ষেত্ৰত সন্মান আৰু মৰ্যাদাৰ ব্যৱহাৰ হোৱাৰ আশা কৰিছো বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কোৱা হৈছে সহকৰ্মী আৰু উৰ্ধতন কৰ্তৃপক্ষৰ পৰা আমি এইটোৱেই আশা কৰোঁ।

কিছুমান চৰ্তৰ ভিতৰত আছে সপ্তাহত এদিন ছুটীৰ লগতে  চাৰি সপ্তাহত ১৪৪ ঘণ্টা কাম কৰা। শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি দৰমহাৰ গাঁথনি নিৰ্ধাৰণ কৰা। বছৰত ৩০ দিনৰ দৰমহাসহ ছুটী। ইয়াৰ ভিতৰত ঋতুকালীন আৰু মানসিক বিশ্ৰামৰ ছুটীও থাকিব পাৰে। লগতে নিৰপেক্ষ-স্বাধীন অৰ্থাৎ মহিলাৰ বাবে সুকীয়া মানৱ সম্পদ বিভাগ স্থাপন কৰা।

লগতে পঢ়কঃ প্ৰতি ১ঘণ্টাত ভাৰতত ধৰ্ষণ কৰা হয় চাৰিগৰাকী নাৰীক! ৯৫% ঘটনাতেই ধৰ্ষণকাৰী হয় মহিলাৰ চিনাকি লোক…

মহিলাসকলৰ বাবে মানসিক প্ৰশিক্ষণ শিবিৰ স্থাপন কৰা যাতে তেওঁলোকৰ লগত নিৰ্যাতন বা হাৰাশাস্তি নহয়। যৌন নিৰ্যাতনৰ বিচাৰৰ বাবে এটা সুকীয়া অভিযোগ কোষ স্থাপন কৰা। কৰ্মক্ষেত্ৰত বিপদৰ বাবে সুৰক্ষা প্ৰশিক্ষণ আৰু আইনী সহায় আগবঢ়োৱা। কথাই কথাই হাৰাশাস্তি নকৰা আৰু আইনগতভাৱে ইউনিয়ন আৰু কৰ্মচাৰী সংগঠনক কামৰ স্বাধীনতা প্ৰদান কৰা ইত্যাদি। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd