• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ; অন্ধ্ৰপ্ৰদেশৰ বাবে উত্থাপন কৰিলে বৃহৎ দাবী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 18, 2024 7:57 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন. চন্দ্ৰবাবু নাইডুৱে শনিবাৰে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি ঋণগ্ৰস্ত দক্ষিণৰ ৰাজ্যখনৰ বাবে আৰ্থিক সাহায্য বৃদ্ধিৰ দাবী জনায়। ইয়াৰ লগতে তেওঁ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনকো সাক্ষাৎ কৰে। তাত ৰাজ্যৰ লগত জড়িত বহু বিষয়ৰ ওপৰত আলোচনা কৰা হয়। তেলেগু দেশম পাৰ্টিৰ মুৰব্বীগৰাকীয়ে সীতাৰমনক অন্ধ্ৰপ্ৰদেশৰ দুৰ্বল আৰ্থিক অৱস্থাৰ বিষয়ে অৱগত কৰি ৰাজ্যখনৰ উন্নয়নৰ বাবে কেইবাখনো আঁচনিৰ অধীনত বৰ্ধিত সহায় বিচাৰে।

১৬ গৰাকী লোকসভা সদস্যৰে টিডিপি বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ এক প্ৰধান মিত্ৰ দল। এইবাৰ বিজেপিয়ে পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব নোৱাৰিলে। সেয়ে এন ডি এৰ অংশ হৈ থকা নাইডু আৰু নীতিশ কুমাৰৰ এই চৰকাৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে।

লগতে পঢ়কঃ তুৰ্কীৰ সংসদৰ অধিৱেশন চলি থকাৰ সময়তে সাংসদৰ মাজত মাৰপিট, আহত দুই সাংসদ

Apply Now

সূত্ৰসমূহৰ মতে কেন্দ্ৰীয় বাজেটৰ পিছত মোডীৰ সৈতে হোৱা প্ৰথমখন বৈঠকত নাইডুৱে অন্ধ্ৰপ্ৰদেশৰ বাবে কৰা বৃহৎ ঘোষণাৰ বাবে তেওঁক ধন্যবাদ জনায়। ইয়াৰ ভিতৰত নতুন ৰাজধানীৰ উন্নয়নৰ বাবে ১৫ হাজাৰ কোটি টকাৰ পুঁজিও অন্তৰ্ভুক্ত আছে।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱেও শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্যখনৰ সমস্যা সন্দৰ্ভত আলোচনা কৰে। শ্বাহক সাক্ষাৎ কৰাৰ পূৰ্বে নাইডুৱে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বিমান মন্ত্ৰী কে ৰামমোহন নাইডুক সাক্ষাৎ কৰিছিল। এই বৈঠকত নাইডুৱে ঋণগ্ৰস্ত দক্ষিণৰ ৰাজ্যখনৰ পুনৰ নিৰ্মাণৰ বাবেও চৰকাৰী সহায় আৰু পুঁজি বিচাৰিছিল। এই বৈঠকবোৰত টিডিপিৰ আগশাৰীৰ নেতাকে ধৰি বহু সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰী কে. ৰামমোহন নাইডু আৰু পেম্মাছানি চন্দ্ৰশেখৰ মুখ্যমন্ত্ৰীৰ লগত আছিল।

এন ডি এ চৰকাৰৰ মূল মিত্ৰদল টিডিপিয়ে ৰাজ্যৰ আৰ্থিক সংকটৰ বিষয়টোক লৈ আৰম্ভণিৰে পৰাই সৰৱ হৈ আহিছে। ইয়াৰ সমান্তৰালকৈ আৰ্থিক প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় সাহায্যও বৃদ্ধিৰ দাবী জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়কঃ প্ৰতি ১ঘণ্টাত ভাৰতত ধৰ্ষণ কৰা হয় চাৰিগৰাকী নাৰীক! ৯৫% ঘটনাতেই ধৰ্ষণকাৰী হয় মহিলাৰ চিনাকি লোক…

ইয়াৰ পূৰ্বে শুকুৰবাৰে অন্ধ্ৰৰ মুখ্যমন্ত্ৰী নাইডুৱে পোলাভাৰম প্ৰকল্পৰ ডায়েফ্ৰাম দেৱাল নিৰ্মাণৰ বাবে জল শক্তি মন্ত্ৰীক সাক্ষাৎ কৰিছিল। কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া বিশেষজ্ঞ পেনেলৰ প্ৰতিবেদনৰ পিছতে মুখ্যমন্ত্ৰীয়ে ডায়েফ্ৰাম দেৱাল আৰু অন্যান্য প্ৰকল্পৰ বুনিয়াদী আধাৰ সময়মতে আৰু নিৰাপদভাৱে সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰ-ৰাজ্যৰ উন্নত সমন্বয়ৰ আহ্বান জনাইছে। লগতে মুখ্যমন্ত্ৰী নাইডুৱে কেন্দ্ৰীয় জল আয়োগৰ বিষয়াসকলক ডায়েফ্ৰাম দেৱাল, ইচিআৰএফৰ বান্ধ আৰু আনুষংগিক বহু কামত শীঘ্ৰে অনুমোদন দিবলৈ অনুৰোধ জনায়। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd