• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অমানৱীয়! ৩৬-৪৮ ঘণ্টা ধৰি চিকিৎসকৰ অবিৰত কৰ্তব্য সন্দৰ্ভত এনটিএফক বিশেষ নিৰ্দেশনা জাৰি উচ্চতম ন্যায়ালয়ৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 23, 2024 8:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী চিকিৎসালয়ৰ এজন চিকিৎসকে ৩৬ৰ পৰা ৪৮ ঘণ্টা কৰ্তব্য কৰিব লাগিব! কিন্তু আৰ জি কৰত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীক নিৰ্মম হত্যাকাণ্ডই স্পষ্টকৈ দেখুৱাইছে যে তেওঁলোকৰ নিৰাপত্তা কেনেদৰে কামত আছে।

ইতিমধ্যে চিকিৎসালয়ত চিকিৎসক আৰু চিকিৎসা কৰ্মচাৰীৰ সুৰক্ষাকে ধৰি বিভিন্ন বিষয়ত আদালতৰ নিৰ্দেশত ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে। বৃহস্পতিবাৰে আৰ জি কৰ গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে এই সন্দৰ্ভত বিশেষ নিৰ্দেশ জাৰি কৰি কৰ্মক্ষেত্ৰত চিকিৎসকৰ সুৰক্ষাৰ বিষয়টোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।

চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ অবিৰত কৰ্তব্য, ৩৬-৪৮ ঘণ্টীয়া অবিৰত কৰ্তব্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ বা এন টি এফলৈ দেশৰ শীৰ্ষ ন্যায়ালয়ৰ পৰ্যবেক্ষণ অতি অমানৱীয়।

Apply Now

এই সন্দৰ্ভত সমস্যা সমাধানৰ বাবে এনটিএফক পৰ্টেল খুলিবলৈ আদালতে নিৰ্দেশ দিয়ে। আৱাসী চিকিৎসক আৰু চিকিৎসা বৃত্তিৰ আন সকলো প্ৰতিনিধিয়ে তাত নিজৰ মতামত প্ৰকাশ কৰিব পাৰে। ইয়াৰ পিছত কেন্দ্ৰীয় পৰিয়াল কল্যাণ আৰু স্বাস্থ্য মন্ত্ৰালয়ক এই সন্দৰ্ভত স্পষ্ট নিয়ম প্ৰৱৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

এই সন্দৰ্ভত আদালতে এনটিএফক চিকিৎসালয়ৰ সমীপত থকা থানাৰ সৈতে চিকিৎসক, বিশেষকৈ মহিলা চিকিৎসকৰ প্ৰত্যক্ষ সংস্পৰ্শৰ বাবে এটা নম্বৰ ৰখা, অভিযোগৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণকে ধৰি কেইবাটাও বিষয়ৰ ওপৰত চকু ৰাখিবলৈ কয়।

৮ আগষ্টৰ গভীৰ নিশা এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰিছিল। এই নৃশংস ঘটনাক কেন্দ্ৰ কৰি আন্দোলন কৰা সমাজ। দোষীক কঠোৰ শাস্তি আৰু কৰ্মক্ষেত্ৰত সুৰক্ষা প্ৰদানৰ দাবীত সমগ্ৰ দেশৰ কনিষ্ঠ চিকিৎসক আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে এই ঘটনাৰ প্ৰতিবাদত ধৰ্মঘট কৰিছে। তেওঁলোকৰ লগত যোগ দিছে চিকিৎসকৰ কেইবাটাও সংগঠনে।

এই সন্দৰ্ভত চিকিৎসকসকলক শীঘ্ৰে কামলৈ ঘূৰি আহিবলৈ আহ্বান জনাই আদালতে কয় যে, চিকিৎসা ধৰ্মই কোনো ধৰণে জনস্বাস্থ্য সেৱা বন্ধ কৰিবলৈ সন্মত নহয়। উল্লেখযোগ্য যে যোৱা মঙলবাৰেও উচ্চতম ন্যায়ালয়ে চিকিৎসকসকলক তেওঁলোকৰ কামত যোগদান কৰিবলৈ কৈছিল।

যাৰ পৰিপ্ৰেক্ষিতত আদালতৰ দৃষ্টি আকৰ্ষণ কৰি অধিবক্তা তনৱী ডুবেই আদালতত কয় যে চিকিৎসকসকল পুনৰ কামলৈ আহিবলৈ সাজু যদিও নিৰাপত্তাৰ অভাৱত তেওঁলোকে ভয় অনুভৱ কৰিছে। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এনটিএফক নিৰ্দেশ দিয়ে। ৫ ছেপ্টেম্বৰত হ’ব এই গোচৰৰ পৰৱৰ্তী শুনানি।

কেন্দ্ৰীয় স্বাস্থ্য সচিবক ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী অধীক্ষকৰ সৈতে বৈঠকত মিলিত হ’বলৈও আদালতে নিৰ্দেশ দিয়ে। এসপ্তাহৰ ভিতৰত এই বৈঠক অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে। একে সময়তে ধৰ্মঘটকাৰী চিকিৎসকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিবলৈও উচ্চতম ন্যায়ালয়ে আহ্বান জনায়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd