• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমকে ধৰি ১৮খন ৰাজ্যৰ মুখ্য সচিবক উচ্চতম ন্যায়ালয়ৰ চমন, হাজিৰ নহ’লে গ্ৰেপ্তাৰী পৰোৱানা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 23, 2024 3:22 pm
উচ্চতম ন্যায়ালয়।

উচ্চতম ন্যায়ালয়।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে প্রাক্তন ন্যায়াধীশ আৰু ন্যায়িক বিষয়াক নিৰ্দেশ দিয়া বকেয়া পেঞ্চন ভাট্টা আৰু অৱসৰৰ সুবিধা প্ৰদান নকৰাৰ অভিযোগত দেশৰ মুখ্য ন্যায়াধীশে অসমকে ধৰি ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবক উচ্চতম ন্যায়ালয়লৈ মাতি পঠিয়াইছে।

মুখ্য সচিবে ভাট্টা আদায় দি ব্যক্তিগতভাৱে হাজিৰ হৈ সেয়া জনাব লাগিব। এই নিৰ্দেশ দিয়ে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে। গতিকে অসম আৰু অন্যান্য ৰাজ্যৰ মুখ্য সচিবসকলৰ ওপৰত চাপৰ সৃষ্টি হ’ল। ইয়াকে লৈ চৰ্চা আৰম্ভ হৈছে।

ইফালে কথাটো ইয়াতেই থমকি ৰোৱা নাই। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মুখ্য সচিব হাজিৰ নহ’লে তেওঁলোকৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰা হ’ব বুলি সকীয়াই দিছে মুখ্য ন্যায়াধীশে। অসমকে ধৰি ১৮খন ৰাজ্যৰ মুখ্য সচিবক ২৭ আগষ্টত উচ্চতম ন্যায়ালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে। তদুপৰি, ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তেও হাজিৰ হোৱাৰ আৱেদন খাৰিজ কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে।

Apply Now

লগতে পঢ়কঃ বিপদজনক! এন্টিবায়টিক, পেৰাচিটামলকে ধৰি ১৫৬টা ‘ককটেল’ ঔষধ নিষিদ্ধ কৰিলে কেন্দ্ৰই

অভিযোগ অনুসৰি এই ১৮খন ৰাজ্যৰ প্ৰাক্তন ন্যায়াধীশ আৰু ন্যায়িক বিষয়াসকলক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি প্ৰাপ্য পেঞ্চন আৰু অৱসৰৰ সুবিধা প্ৰদান কৰা হোৱা নাই।

আনহাতে, সৰ্বভাৰতীয় ন্যায়াধীশ সন্থাই উচ্চতম ন্যায়ালয়ত অভিযোগ কৰে যে উচ্চতম ন্যায়ালয়ৰ কেইবাটাও নিৰ্দেশৰ পিছতো ৰাষ্ট্ৰীয় ন্যায়িক দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি ১৮খন ৰাজ্যই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু ন্যায়িক বিষয়াৰ পেঞ্চন নিৰ্ধাৰণ কৰা নাই। সেয়েহে উচ্চতম ন্যায়ালয়ে মুখ্য সচিবক নিৰ্দিষ্ট নিৰ্দেশ দি আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

এনে ঘটনা পোহৰলৈ অহাত এই ১৮খন ৰাজ্য যথেষ্ট চাপত পৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে নিৰ্দেশ দিয়ে যে মুখ্য সচিবগৰাকী নিৰ্দিষ্ট তাৰিখত হাজিৰ নহ’লে তেওঁৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হ’ব।

লগতে পঢ়কঃ চিঙৰা নাথাকিলে আড্ডা নজমে! পিছে জানেনে ইয়াৰ ইংৰাজী নাম? ৯৯% মানুহে নাজানে উত্তৰ!

তদুপৰি, পেঞ্চনৰ নিশ্চয়তা কিয় দিব পৰা নগ’ল? এই প্ৰশ্নৰ উত্তৰ ২৭ আগষ্টৰ শুনানিৰ দিনটোত ব্যক্তিগতভাৱে হাজিৰ হৈ মুখ্য সচিবসকলে দিব লাগিব। গতিকে কোনো অজুহাতই যে কাম নকৰে সেয়া কোৱা বাহুল্য।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd