• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিপদজনক! এন্টিবায়টিক, পেৰাচিটামলকে ধৰি ১৫৬টা ‘ককটেল’ ঔষধ নিষিদ্ধ কৰিলে কেন্দ্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2024 2:31 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বজাৰত চলি থকা বহু ঔষধ নিষিদ্ধ কৰাৰ কথা পুনৰ ঘোষণা কৰিছে কেন্দ্ৰই। এইবাৰ সংখ্যা ১৫৬ টা। এই ১৫৬ টা ‘ককটেল ড্ৰাগছ’ গুণগত পৰীক্ষাত ব্যৰ্থ হোৱাৰ বাবে মোডী চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে। বৃহস্পতিবাৰৰ পৰা এই ঔষধ নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰই জানিবলৈ দিছে যে এই ঔষধবোৰ শৰীৰৰ বাবে বিপদজনক হ’ব পাৰে।

কেন্দ্ৰই যিবোৰ ঔষধ নিষিদ্ধ কৰিছে সেইবোৰ হৈছে ড’জ কম্বিনেচন বা ‘ককটেল ড্ৰাগছ’। ককটেল ঔষধে সাধাৰণতে এটা ঔষধত বহুতো ঔষধৰ সংমিশ্ৰণক বুজায়। কিন্তু বিশেষজ্ঞ সমিতিয়ে এই ঔষধ ৰোগীসকলৰ বাবে বিপদজনক বুলি ধৰা পেলায়। সেই প্ৰতিবেদনৰ পিছতে মোডী চৰকাৰে এই ঔষধ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়। অভিযোগ অনুসৰি উপযুক্ত বৈজ্ঞানিক তথ্য অবিহনে বহু ঔষধ কোম্পানীয়ে এই ঔষধ প্ৰস্তুত কৰি আছে।

মুঠতে এই তালিকাত আছে ১৫৬ টা ড্ৰাগছ। ইয়াৰ ভিতৰত বজাৰত উপলব্ধ এন্টিবায়টিক আৰু পেইন কিলাৰৰ সংমিশ্ৰণ। কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰি মেফেনামিক এচিড + পেৰাচিটামল ইনজেকচন, লেভ’চেটিৰিজিন + ফেনাইলফ্ৰিন এইচ চি এল + পেৰাচিটামল, কেমিলোফেন ডাইহাইড্ৰ’ক্লৰাইড ২৫মিলিগ্ৰাম + পেৰাচিটামল ৩০০মিলিগ্ৰাম, পেৰাচিটামল + ক্ল’ৰফেনিৰামিন মেলেট + ফেনাইলপ্ৰ’পেন’লামাইনকে ধৰি কেইবাবিধো ঔষধ নিষিদ্ধ কৰা হৈছে।

Apply Now

লগতে পঢ়কঃ চিঙৰা নাথাকিলে আড্ডা নজমে! পিছে জানেনে ইয়াৰ ইংৰাজী নাম? ৯৯% মানুহে নাজানে উত্তৰ!

উল্লেখ্য যে যোৱা বছৰো কেন্দ্ৰই গুণগত কাৰণত ১৪টা ককটেল ঔষধ নিষিদ্ধ কৰিছিল। ইয়াত সাধাৰণ সংক্ৰমণ, চৰ্দি আৰু জ্বৰৰ ঔষধ আছিল। নিমেছুলাইড+ পেৰাচিটামল ডিছপাৰৰ্ছিবল টেবলেট, এমোক্সিচিলিন+ব্ৰমহেক্সিনৰ দৰে ককটেল। যোৱা বছৰৰ আৰম্ভণিতে দেশত বহুলভাৱে ব্যৱহৃত ৪৮টা ঔষধ গুণগত পৰীক্ষাত ব্যৰ্থ হৈছিল। তাৰ ভিতৰত হাৰ্ট মেডিচিন, ডায়েবেটিছ, প্ৰেচাৰৰ পৰা মাল্টিভিটামিন আদিলৈকে ঔষধ আছিল। পৰীক্ষাত ঔষধৰ উপাদানসমূহৰ লগত ভেজাল হোৱা দেখা যায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd