• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিপদে লগ নেৰা হৈছে অনিল আম্বানীৰ! এইবাৰ ৫ বছৰৰ ব্যৱসায়িক নিষেধাজ্ঞা, ২৫ কোটি টকাৰ জৰিমনা আৰোপ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 23, 2024 3:39 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় বজাৰ নিয়ন্ত্ৰক ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডে কোম্পানীটোৰ পৰা ধন ডাইভাৰচন কৰাৰ বাবে উদ্যোগী অনিল আম্বানী আৰু ৰিলায়েন্স হোম ফাইনেন্সৰ প্ৰাক্তন শীৰ্ষ বিষয়াকে ধৰি আন ২৪জনক ৫ বছৰৰ বাবে ছিকিউৰিটিজ বজাৰৰ পৰা নিষিদ্ধ কৰিছে।

ছেবিয়ে আম্বানীৰ ওপৰত ২৫ কোটি টকাৰ জৰিমনা বিহিছে আৰু নিয়ন্ত্ৰকত পঞ্জীয়নভুক্ত যিকোনো তালিকাভুক্ত কোম্পানী বা মধ্যস্থতাকাৰীৰ সঞ্চালক বা কী মেনেজাৰিয়েল পাৰ্ছনেল (কেএমপি) হিচাপে কাৰ্যনিৰ্বাহ কৰাকে ধৰি ছিকিউৰিটিজ মাৰ্কেটৰ সৈতে কোনো ধৰণৰ সম্পৰ্কত ৫ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে৷

ইয়াৰ উপৰিও নিয়ন্ত্ৰক অনুষ্ঠানটোৱে ৰিলায়েন্স হোম ফাইনেন্সক ছমাহৰ বাবে ছিকিউৰিটিজ বজাৰত নিষিদ্ধ কৰি ৬ লাখ টকা জৰিমনা বিহে।

২২২ পৃষ্ঠাৰ চূড়ান্ত অৰ্ডাৰত ছেবিয়ে প্ৰকাশ কৰিছে যে অনিল আম্বানী আৰু আৰ এইচ এফ এলৰ শীৰ্ষ কাৰ্যবাহীসকলে তেওঁৰ সৈতে জড়িত লোকসমূহলৈ ঋণৰ আঁৰত আৰ এইচ এফ এলৰ পৰা ধন ডাইভাৰ্ট কৰাৰ প্ৰৱঞ্চনামূলক আঁচনি ৰচনা কৰিছিল।

আৰ এইচ এফ এলৰ পৰিচালনা সমিতিৰ দ্বাৰা এনে ঋণ প্ৰদানৰ পদ্ধতি বন্ধ কৰিবলৈ দৃঢ় নিৰ্দেশনা জাৰি কৰা আৰু কৰ্পৰেট ঋণ নিয়মিতভাৱে পৰ্যালোচনা কৰা সত্ত্বেও পৰিচালনা সমিতিয়ে এই নিৰ্দেশনাসমূহ অৱজ্ঞা কৰে।

ছেবিয়ে এই সিদ্ধান্তত উপনীত হয় যে এই প্ৰৱঞ্চনামূলক আঁচনিখন আম্বানী আৰু আৰ এইচ এফ এলৰ কে এম পি সমূহে কাৰ্যকৰী কৰিছিল, ঋণ-অযোগ্য কনডুইট ঋণ লোৱাসকলৰ জৰিয়তে ধন আগবঢ়াইছিল, যাৰ সৈতে আম্বানী নিজেই জড়িত।

ছেবিয়ে উল্লেখ কৰে যে সম্পত্তি, নগদ ধনৰ প্ৰবাহ বা ৰাজহ কম বা একেবাৰেই নথকা কোম্পানীসমূহৰ বাবে শ শ কোটি টকাৰ ঋণ অনুমোদন কৰা হৈছিল, যিয়ে এই ঋণৰ আঁৰত ইচ্ছাকৃত উদ্দেশ্যৰ কথা সূচায়। এই ঋণগ্ৰহণকাৰীসকলৰ অধিকাংশই ডিফল্ট কৰিছিল, যাৰ ফলত আৰ এইচ এফ এলৰ নিজৰ ঋণ ডিফল্ট হৈছিল আৰু আৰ বি আইৰ কাঠামোৰ অধীনত ইয়াৰ অৱশেষত সমাধান হৈছিল। ইয়াৰ ফলত ৯ লাখৰো অধিক বিনিয়োগকাৰীকে ধৰি ৰাজহুৱা শ্বেয়াৰহোল্ডাৰসকলৰ যথেষ্ট লোকচান হৈছিল।

২০১৮ চনৰ মাৰ্চ মাহত ৫৯.৬০ টকাত থকা আৰ এইচ এফ এলৰ শ্বেয়াৰৰ মূল্য ২০২০ চনৰ মাৰ্চ মাহৰ ভিতৰত ০.৭৫ টকালৈ হ্ৰাস পায়।

এই প্ৰৱঞ্চনাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আৰ এইচ এফ এলৰ প্ৰাক্তন বিষয়া অমিত বাপ্না, ৰবীন্দ্ৰ সুধালকাৰ, পিংকেশ আৰ শ্বাহকে ধৰি ২৪জন লোকৰ ওপৰত ছেবিয়ে শাস্তি প্ৰদান কৰে। আম্বানীক ২৫ কোটি, বাপনাক ২৭ কোটি, সুধালকাৰক ২৬ কোটি, আৰু শ্বাহক ২১ কোটি টকা জৰিমনা বিহা হয়।

ইয়াৰ উপৰিও ৰিলায়েন্স ইউনিকৰ্ণ এণ্টাৰপ্ৰাইজ, ৰিলায়েন্স এক্সচেঞ্জ নেক্সট লিমিটেড, ৰিলায়েন্স কমাৰ্চিয়েল ফাইনেন্স লিমিটেড, ৰিলায়েন্স ক্লিনজেন লিমিটেড, ৰিলায়েন্স বিজনেছ ব্ৰডকাষ্ট নিউজ হোল্ডিংছ লিমিটেড, ৰিলায়েন্স বিগ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড আদি আন কেইবাটাও প্ৰতিষ্ঠানক ২৫ কোটি টকাৰ জৰিমনা বিহে।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd