• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ভাষা-সাহিত্য

নগাঁৱত “যুক্তিনাথ খাউণ্ড: সুবাসিত সোঁৱৰণ” স্মৃতিগ্ৰন্থ উন্মোচন

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
August 28, 2024 9:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁৱৰ আমোলাপট্টিৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী যুক্তিনাথ খাউণ্ডৰ প্ৰথম বাৰ্ষিক মৃত্যুতিথি উপলক্ষে মংগলবাৰে স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ এই উপলক্ষে আমোলাপট্টি নাট্যমন্দিৰ প্ৰাংগণত তেওঁৰ পৰিয়ালৰ সহযোগত পোনা খাউণ্ড গোস্বামীৰ দ্বাৰা প্ৰকাশিত আৰু বেবেজীয়াৰ সাংবাদিক কল্যাণ কুমাৰ বৰাই সম্পাদনা কৰা স্মৃতিগ্ৰন্থ “যুক্তিনাথ খাউণ্ড: সুবাসিত সোঁৱৰণ” উন্মোচন কৰে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই।

ভাষণ প্ৰসংগত বৰুৱাই কয় যে এখন ভাল স্মৃতিগ্ৰন্থ হ’ল এখন সমাজৰ একোটা সময় মূল্যবান দলিল স্বৰূপ৷ যি তদানীন্তন সময়ৰ কথা আৰু সজকামবোৰ উত্তৰ পুৰুষৰ বাবে ধৰি ৰাখে। তেওঁ প্ৰয়াত যুক্তিনাথ খাউণ্ডক জ্ঞানযোগী আখ্যা দি কয় যে তেওঁ এগৰাকী মহান শিক্ষকৰ লগতে সমাজৰ গুৰি ধৰোঁঁতা আৰু ছ’চিয়েল কামাণ্ডাৰ আছিল৷ প্ৰকাশিত এই গ্ৰন্থখনে সদায় আমাৰ মাজত প্ৰজ্জ্বোল কৰি ৰাখিব৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত পৌৰোহিত্য কৰি প্ৰবীণ শিল্পী কানু বেজবৰুৱাই কয় যে যুক্তিনাথ খাউণ্ড এগৰাকী অতি সৎ আৰু সজ্জন ব্যক্তি আছিল যি সুদীৰ্ঘকাল নগাঁও নাট্য সমিতিৰ গুৰি ধৰিছিল। অনাগত সময়ত তেওঁ কৰি থৈ যোৱা কামেৰই সদায় মানুহৰ মাজত প্ৰাসংগিক হৈ থাকিব।

Apply Now

গ্ৰন্থখনৰ সম্পাদক কল্যাণ কুমাৰ বৰাই গ্ৰন্থখন প্ৰকাশৰ আঁৰৰ কথাখিনি ব্যক্ত কৰাৰ লগতে যুক্তিনাথ খাউণ্ডৰ কৰ্ম আৰু জীৱনৰ ওপৰত আলোকপাত কৰি তেওঁক এগৰাকী তাপস ব্যক্তি আৰু প্ৰাঞ্জ শিক্ষক আছিল বুলি উল্লেখ কৰে ৷

বিশিষ্ট সমাজকৰ্মী ৰবীন্দ্ৰনাথ শৰ্মা কয় যে নিজৰ গুণ গৰিমাৰে যুক্তিনাথ শৰ্মাৰ দৰে মানুহবোৰ মৃত্যুৰ পিছতো সমাজত প্ৰাসংগিক হৈ থাকে । অনুষ্ঠানটিত উপস্থিত থাকি সন্দীপণি বিদ্যামন্দিৰৰ অধ্যক্ষ লক্ষ্মীনাৰায়ণ ৰিজলে যুক্তিনাথে খাউণ্ডে নগাঁও আগশাৰীৰ শিক্ষানুষ্ঠান সন্দীপনি বিদ্যামন্দিৰৰ বাবে দুটা দশক ধৰি আগবঢ়োৱা সেৱাৰ কথা উল্লেখ কৰে ৷

বিশিষ্ট সমাজকৰ্মী ভাৰত চন্দ্ৰ গোস্বামী, ৰঞ্জিত কুমাৰ তামুলী ফুকন,ৰবীন শৰ্মা,নগাঁও নাট্য সমিতিৰ সভাপতি নিৰঞ্জন শৰ্মা,সম্পাদক অলকমনি ভট্টাচাৰ্যকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে আসন শুৱনি কৰা অনুষ্ঠানত অনিল কুমাৰ শৰ্মা আৰু দয়ানন্দ গোস্বামীয়ে যুক্তিনাথ খাউণ্ডৰ সান্নিধ্য আৰু কৰ্মময় জীৱনৰ আলোকপাত কৰে ।

ভাইবোৱাৰী অনুৰূপা খাউণ্ডে আঁত ধৰা আৰু উদ্দেশ্য বাখ্যা অনুষ্ঠানটিৰ আৰম্ভণিতে যুক্তিনাথ খাউন্দৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে তেওঁৰ সহধৰ্মিনী তথা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পোনা গোস্বামী খাউণ্ডে আৰু বৰগীত পৰিবেশন কৰে জনপ্ৰিয় শিল্পী কাকলি শইকীয়াই তথা শলাগৰ শৰাই আগবঢ়াই কনিষ্ঠ ভাতৃ প্ৰদীপ খাউণ্ডে৷

এই অনুষ্ঠানতে যুক্তিনাথ খাউণ্ডৰ পুত্ৰবধু ত্ৰিনয়না বেজবৰুৱা খাউণ্ড মুন জ্যোতি নাথৰ সম্পাদনাৰে হিমালয় ফ্লিমচ ষ্টুডিঅ’ৰ বেনাৰত প্ৰস্তুত কৰা “শ্ৰদ্ধাঞ্জলি” শীৰ্ষক এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰি প্ৰয়াত যুক্তিনাথ খাউণ্ড সামাজিক আৰু ব্যক্তিগত জীৱনৰ কিছু ছায়া ছবি তুলি ধৰা হয়।

অনুষ্ঠানটোত বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়া,শিল্পী ৰঞ্জন বেজবৰুৱা, সাপ্তাহিক কলংপাৰ কাকতৰ উপ সম্পাদক জয়ন্ত বৰা,সমাজকৰ্মী পবিত্ৰ কলিতা,পৰাণ কুমাৰ মহন্তকে ধৰি যুক্তিনাথ খাউণ্ডৰ ভালেসংখ্যক গুণমুগ্ধ আৰু পৰিয়ালৰ লোকসকল উপস্থিত থাকে ।

ঋতু পৰ্ণ শৰ্মা

ঋতু পৰ্ণ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm
স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm
স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd