• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংবাদিক ৰাতুল ডেকাৰ মৃত্যু  : নিশা বাতৰি সংগ্ৰহৰ বাবে ওলাই যোৱা পিছত পথৰ দাঁতিত উদ্ধাৰ ৰক্তাক্ত মৃতদেহ

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
August 28, 2024 9:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

E TV Bharatৰ জন্মলগ্নৰ পৰাই মৰিগাঁও জিলাৰ পৰা সংবাদসেৱা আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা আৰু নাই । মঙলবাৰে নিশা বাতৰি সংক্ৰান্তীয় এক খবৰৰ সন্ধানত ঘৰৰ পৰা ওলাই যোৱা পাছত নিশাই ৰাজপথত মুমূর্ষু অৱস্থাত উদ্ধাৰ হয় সাংবাদিক ৰাতুল ডেকাৰ ৰক্তাক্ত দেহ।

সাংবাদিকজনক নিজ গৃহৰ পৰা কিছু দূৰত ৰাস্তাৰ কাষত ৰক্তাক্ত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে পৰিয়ালৰ লোকক খবৰ দিয়ে। ইফালে অতি মুমূর্ষু অৱস্থাত ৰাতুল ডেকাক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।

Apply Now

ETV Bharatৰ সাংবাদিক ৰাতুল ডেকাৰ ৰক্তাক্ত দেহ উদ্ধাৰ কৰা স্থানৰ পৰা কেইমিটাৰমান আঁতৰত তেওঁ চলাই যোৱা বাইকখনো উদ্ধাৰ কৰা হয় । আৰক্ষীয়ে প্ৰাৰম্ভিক পৰ্যায়ত এয়া দুৰ্ঘটনা বুলি সন্দেহ কৰিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পাছতহে আৰক্ষী নিশ্চিত হ’ব।

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা সংবাদ জগতৰ সৈতে জড়িত ডেকাই অসমীয়া দৈনিক কাকতেৰে সংবাদসেৱা আৰম্ভ কৰি পৰৱৰ্তী কালত কেবাখনো দৈনিক আৰু সাপ্তাহিক কাকতৰ লগত জড়িত হৈ পৰে। শেহতীয়াকৈ তেওঁ “গণ অধিকাৰ” নামৰ দৈনিক কাকতত সেৱা আগবঢ়োৱাৰ লগতে ETV Bharatৰ মৰিগাঁৱৰ সংবাদদাতা হিচাবে কৰ্মৰত আছিল।

তদুপৰি ৰাতুল ডেকা এজন প্ৰৱন্ধকাৰ তথা সুবক্তা আছিল। বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ লিখাসমূহ বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাইছে । ৰাতুল ডেকা বহু সামাজিক অনুষ্ঠানৰ লগতে আছুকে ধৰি বিভিন্ন জাতীয়-সংগঠনৰে জড়িত আছিল ।

এজন জ্যেষ্ঠ সাংবাদিক হিচাপে তেওঁ মৰিগাঁও মেডিয়া ক্লাৱৰ সভাপতি হিচাপে কাৰ্যনিবাহ কৰাৰ লগতে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ পত্ৰিকা সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল ৷ ৰাতুল ডেকাৰ আকস্মিক মৃত্যুৰ খবৰে মৰিগাঁও জিলাত গভীৰ শোকৰ ছাঁ পেলাইছে । ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীসকলে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

ঋতু পৰ্ণ শৰ্মা

ঋতু পৰ্ণ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd