• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুৱা প্ৰমাণ পত্ৰ জমা দি জলসিঞ্চন বিভাগত চাকৰি লাভ কৰিবলৈ চেষ্টা কৰা ৩৭ জন লোকক গ্ৰেপ্তাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 30, 2024 4:44 pm
347
VIEWS
Share on FacebookShare on Twitter

ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি জলসিঞ্চন বিভাগৰ চাকৰিৰ বাবে কেইবাজনো প্ৰাৰ্থীয়ে আবেদন কৰিছিল। বেংগালুৰু আৰক্ষীয়ে তদন্তৰ অন্তত ৩৭জন পৰীক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰে।

কৰ্ণাটক জলসিঞ্চন বিভাগৰ খালী পদ ২০২২ৰ বিজ্ঞাপন দিছে জলসিঞ্চন বিভাগে। শিক্ষাগত অৰ্হতাৰ ভিত্তিত প্ৰত্যক্ষ নিয়োগৰ বিষয়ে আলোচনা কৰা হৈছিল। সেই সুযোগৰ সুযোগ গ্ৰহণ কৰিলে কেইবাগৰাকী প্ৰাৰ্থীয়ে। অভিযোগ অনুসৰি চাকৰি পাবলৈ গৈ কেইবাজনো প্ৰাৰ্থীয়ে দ্বাদশ ব’ৰ্ডৰ পৰীক্ষাৰ প্ৰমাণ পত্ৰ জাল কৰি সেই প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি চাকৰিৰ বাবে আবেদন কৰিছিল।

জলসিঞ্চন বিভাগে বিষয়টোৰ জাননী লৈ ২০২৩ চনত এজাহাৰ দাখিল কৰিছিল। ৰাজ্য আৰক্ষীৰ অপৰাধ শাখাই অভিযোগ লাভ কৰাৰ পাছতে তদন্ত আৰম্ভ কৰে। তাৰ পাছত তদন্তত পোহৰলৈ আহিল যে এজন বা দুজন নহয়, ৬২ জন অযোগ্য প্ৰাৰ্থীয়ে চাকৰিৰ বাবে যোগ্যতা প্ৰমাণ কৰিবলৈ দ্বাদশ শ্ৰেণীৰ প্ৰমাণ পত্ৰ দেখুৱাই অনলাইন আবেদন কৰিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি এই চাকৰি প্ৰত্যাশীসকলে ভুৱা প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰাৰ বাবে যোগ্য চাকৰি প্ৰত্যাশীসকলে সুযোগ হেৰুৱাইছে।

আৰক্ষীৰ তথ্য অনুসৰি ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৩৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আন ২৫ জনৰ সন্ধান এতিয়াও অব্যাহত আছে। মুঠ ৬২ জন লোকৰ ভিতৰত কালবুৰ্গী জিলাৰ ২৫ জন, হাছানৰ ১২ জন, বিজয়পুৰ, বিদাৰ আৰু যাদগিৰ জিলাৰ তিনিজনকৈ, বেলগাঁৱৰ ৬ জন, চিত্ৰদুৰ্গৰ ২ জন, কোলাৰ, কোপাল, ৰাইচুৰ, ৰামনগৰ, বিজয়নগৰৰ এজনকৈ লোক এই ঘটনাৰ সৈতে জড়িত৷

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd