• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশত পুনৰ যুৱতীৰ মৃত্যুৰ ঘটনা! এইবাৰ হোষ্টেলৰ মজিয়াৰ পৰা উদ্ধাৰ NIAৰ বিষয়াৰ কন্যাৰ মৃতদেহ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 2, 2024 7:40 am
লক্ষ্ণৌত বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰা মৃত অৱস্থাত উদ্ধাৰ হোৱা যুৱতী অংকিতা ৰাস্তোগী। ফাইল ফটোঃ সংগ্ৰহীত।

লক্ষ্ণৌত বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰা মৃত অৱস্থাত উদ্ধাৰ হোৱা যুৱতী অংকিতা ৰাস্তোগী। ফাইল ফটোঃ সংগ্ৰহীত।

1k
VIEWS
Share on FacebookShare on Twitter

লক্ষ্ণৌত বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰা এইবাৰ উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। নিহত যুৱতীগৰাকী নিয়া (NIA) ৰ এজন আইপিএছ বিষয়াৰ কন্যা বুলি জানিব পৰা গৈছে।

মৃত যুৱতীগৰাকীৰ নাম অংকিতা ৰাস্তোগী বুলি চিনাক্ত কৰা হৈছে। দেওবাৰে লক্ষ্ণৌৰ ৰাম মনোহৰ লোহিয়া বিশ্ববিদ্যালয়ৰ মহিলা হোষ্টেলত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। যুৱতীগৰাকী বিশ্ববিদ্যালয়খনৰ আইনৰ ছাত্ৰী আছিল।

লগতে পঢ়কঃ আবকাৰী কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাৰ সময়ত কেইবাজনো চাকৰিপ্ৰাৰ্থীৰ মৃত্যু, তদন্ত আৰক্ষীৰ

হোষ্টেলৰ মজিয়াত অচেতন অৱস্থাত উদ্ধাৰ হোৱাত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পিছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

বাতৰি মতে, দেওবাৰে বহু ফোন কৰাৰ পিছতো অংকিতাই দুৱাৰখন নোখোলাত দুৱাৰ ভাঙি প্ৰৱেশ কৰাৰ পিছত অংকিতাক মজিয়াত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়।

যুৱতীগৰাকীয়ে ড° ৰাম মনোহৰ লোহিয়া বিশ্ববিদ্যালয়ত এল এল বি তৃতীয় বৰ্ষত  পঢ়ি আছিল। তেওঁৰ পিতৃ সন্তোষ ৰাস্তোগী দিল্লীত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিৰ মহাপৰিদৰ্শক।

লগতে পঢ়কঃ‘অভিনেত্ৰীসকলৰ সুৰক্ষাৰ দায়িত্ব লওক চৰকাৰে’, তেলেগু চলচ্চিত্ৰ উদ্যোগৰ হৈ আহ্বান সামান্থাৰ

ইতিমধ্যে অংকিতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। কিন্তু আইপিএছ বিষয়াগৰাকীৰ কন্যাৰ মৃত্যু কেনেকৈ হ’ল সেই ৰহস্য এতিয়াও স্পষ্ট হোৱা নাই। উত্তৰ প্ৰদেশ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Recent News

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd