• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদালতে দোষী সাব্যস্ত কৰা ৰাকেশ পালসহ ২৬ কৃষি বিষয়াৰ বিৰুদ্ধে নল’লে কোনো ব্যৱস্থা

এপিএছচি নিয়োগ কেলেংকাৰীত দোষী সাব্যস্ত হোৱা সকলৰ প্ৰতি অহেতুক দৰদ মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীৰঃ ডি ৱাই এফ আই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 2, 2024 7:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম লোকসেৱা আয়োগৰ(এপিএছচি) কৃষি উন্নয়ন বিষয়া (এডিঅ) নিযুক্তিত হোৱা কেলেংকাৰীত অভিযুক্তসকলক দোষী সাব্যস্ত কৰি ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ বিশেষ আদালতে যোৱা ২২ জুলাই তাৰিখে ৰাকেশ পাল, চামেদুৰ ৰহমান আৰু বসন্ত দলেসহ ২৬ বিষয়াক শাস্তি ঘোষণা কৰিছিল।

কিন্তু আদালতে দোষী সাব্যস্ত কৰা ২৬ কৃষি উন্নয়ন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি চাকৰিৰ পৰা নিলম্বন কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰী নিশ্চুপ হৈ আছে।

মুখ্যমন্ত্ৰী, কৃষি মন্ত্ৰী আৰু অসম চৰকাৰৰ এই ভূমিকাত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটি স্তম্ভিত হৈছে আৰু তীব্ৰ নিন্দা কৰিছে।

আদালতে দোষী সাব্যস্ত কৰাৰ ৪০ দিন পিছতো আশ্চৰ্যজনক কাৰণত দোষী বিষয়াসকলৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। অথচ চৰকাৰী সেৱা বিধি অনুসৰি চৰকাৰী কৰ্মচাৰী দোষী সাব্যস্ত হ’লে ৪৮ ঘন্টাৰ ভিতৰত নিলম্বন কৰিব লাগে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি মন্ত্ৰী অতুল বৰাই অহেতুক দৰদ দেখুৱাই ৰহস্যজনক নীৰৱতা পালন কৰা কাৰ্যই ৰাজ্যবাসীৰ মনত নানা প্ৰশ্ন উত্থাপিত হৈছে। ৰাজ্যৰ মেধাৱী যুৱক-যুৱতীৰ স্বপ্ন ভংগ কৰা এনে ভয়ংকৰ কেলেংকাৰীকলৈ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ এনে স্থিতিয়ে ৰাজ্যখনৰ বাবে নেতিবাচক বাৰ্তা কঢ়িয়াই আনাৰ বিপৰীতে দুৰ্নীতি অনিয়মত লিপ্ত হোৱা সকলক উৎসাহিত কৰি তুলিব। চৰকাৰৰ দুৰ্বল স্থিতিয়ে দোষী সাব্যস্ত হোৱা বিষয়াসকলক উচ্চ ন্যায়ালয়ত জামিন লাভৰ সুবিধা কৰি দিছে বুলি চৰ্চা চলিছে। কাৰণ এডিঅ নিযুক্তি প্ৰক্ৰিয়াত হোৱা অনিয়ম আৰু কেলেংকাৰীৰ কথা আৰক্ষীৰ তদন্তৰ পাতে পাতে প্ৰকাশ পাইছিল। ডি ৱাই এফ আইৰ ৰাজ্যিক কমিটিয়ে অসম চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি মন্ত্ৰীৰ দুৰ্নীতি-অনিয়মক সাৰ-পানী যোগোৱা এনে নিকৃষ্ট কাণ্ডক ধিক্কাৰ জনাইছে।

ডি ৱাই এফ আইয়ে এপিএছচিৰ মূল গোচৰৰ ক্ষেত্ৰতো অসম চৰকাৰৰ আৰু মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা স্থিতিক সন্দেহজনক আখ্যা দি , ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ পৰা আৰম্ভ কৰি এছআইটি গঠনলৈকে চলা সমগ্ৰ কাম-কাজ অভিযুক্তসকলক ৰক্ষণাবেক্ষণৰ প্ৰয়াস বুলি অবিহিত কৰিছে।

চৰকাৰৰ বৰমূৰীয়াৰ পৰা এনে কাৰ্য চলি থাকিলে ৰাজ্যত আইনৰ শাসনৰ সলনি অৰাজকতাই বিৰাজ কৰিব। সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাটো দুৰ্নীতিগ্ৰস্ত বিষয়াৰে ভৰি পৰিব আৰু প্ৰশাসনিক ব্যৱস্থা পংগু হৈ পৰিব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd