• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰয়োজন নহ’ব চশমাৰ! ভাৰতত অনুমোদন লাভ কৰিলে অভিনৱ আই ড্ৰপ PresVuয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2024 10:07 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চশমা হৈছে চকু দুটাৰ সকলো অক্ষমতা আঁতৰাই ৰাখি দৃষ্টিশক্তিৰ স্পষ্টতা বজাই ৰাখিবলৈ যাৰ অত্যন্ত প্ৰয়োজন। কিন্তু এতিয়া আৰু হয়তো সেয়া নহ’বও পাৰে। কাৰণ এইবাৰ দেশত চশমাযোৰৰ বিকল্প পাব। মঙলবাৰে দেশৰ বজাৰত ইয়াৰ আত্মপ্ৰকাশ ঘটিছে। অৱশ্যে সকলো সমস্যাৰ সমাধান ইয়াৰ হাতত নাই। কেবল ৰিডিং গ্লাছক আঁতৰাই পেলাব পাৰে এই আই ড্ৰপে।

মুম্বাইৰ এনটড ফাৰ্মাচিউটিকেলে প্ৰস্তুত কৰিছে PresVu নামৰ আই ড্ৰপটো। ইয়াক প্ৰেছবাইপিয়াৰ (নিকট দৃষ্টিশক্তি) চিকিৎসাত ব্যৱহাৰ কৰা হয়। সাধাৰণতে চল্লিশৰ মাজভাগত এই ৰোগ হয়। আৰু ষাঠিৰ পিছত ই অতি বেয়া ৰূপ লয়।

ডিচিজিআইয়ে ইয়াৰ ব্যৱহাৰৰ বাবে চূড়ান্ত অনুমতি দিছে। ইয়াত ১.২৫ শতাংশ পাইল’চাৰ্মি হাইড্ৰক্লৰাইড আছে। চকুৰ বিভিন্ন সমস্যাত এই বনৌষধি যৌগ অতি উপকাৰী। বিশেষকৈ চকুৰ ৰক্তচাপ আৰু আই প্ৰেছাৰৰ দৰে সমস্যাত ফলপ্ৰসূ এই ঔষধ PresVu ত মিহলি কৰা হৈছে।

Apply Now

লগতে পঢ়কঃ জয় গুৰু শংকৰ, সৰ্বগুণাকৰ: আজি যুগস্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

এতিয়ালৈকে চশমা (বা কনটেক্ট লেন্স) বা অস্ত্ৰোপচাৰৰ বাহিৰে নিকট দৃষ্টিশক্তিৰ সমস্যাৰ কোনো সমাধান নাছিল। এই ঔষধে এতিয়া সেইটো কাম কৰিব।

এই ড্ৰপটোৱে কেনেকৈ কাম কৰিব? জনা গৈছে যে ইয়াৰ এটা টোপালে মাত্ৰ ১৫ মিনিটতে কাম কৰিবলৈ আৰম্ভ কৰে। আৰু পৰৱৰ্তী ৬ ঘণ্টালৈকে ই কাম কৰি থাকে। যদি পৰৱৰ্তী টোপালটো তিনি-ছয় ঘণ্টাৰ পিছত দিয়া হয়, তেন্তে ই আৰু দীৰ্ঘসময় কাৰ্যকৰী হৈ থাকিব।

দাবী কৰা হৈছে যে ভাৰতত এই ধৰণৰ আই ড্ৰপে প্ৰথমবাৰৰ বাবে অনুমোদন লাভ কৰিছে। যাৰ ব্যৱহাৰে চল্লিশৰ উৰ্দ্ধৰ ৰিডিং গ্লাছ পিন্ধাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিব পাৰে। লগতে চকুৰ আৰ্দ্ৰতাও বৃদ্ধি কৰে। ইতিমধ্যে প্ৰস্তুতকাৰী কোম্পানীটোৱে পেটেণ্টৰ বাবে আবেদন জনাইছে।

লগতে পঢ়কঃ টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে দৰ্শন কৰিলে কামাখ্যা মন্দিৰ

২০২২ চনত ডিজিচিআইৰ ওচৰত আবেদন জনাইছিল প্ৰস্তুতকাৰক কোম্পানীটোৱে। সেই সময়ত তেওঁলোকক তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ কথা কোৱা হৈছিল। দেখা যায় যে ২৭৪ জন ভাৰতীয়ৰ ভিতৰত ৮২ শতাংশতকৈ অধিক ভাৰতীয়ৰ আই ড্ৰপটো ব্যৱহাৰ কৰাৰ পিছত কোনো পাৰ্শ্বক্ৰিয়া দেখা নগ’ল। আন কিছুমানৰ চকু ৰঙা পৰা, দৃষ্টিশক্তি ধূসৰ হোৱা বা মূৰৰ বিষৰ দৰে ক্ষণস্থায়ী পাৰ্শ্বক্ৰিয়া দেখা গৈছিল বুলি কোৱা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm
গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

June 4, 2026 5:31 pm
সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

June 4, 2026 5:15 pm
ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

June 4, 2026 4:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm
গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

June 4, 2026 5:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd