• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ উত্তপ্ত মণিপুৰ! উগ্ৰপন্থীৰ ঘাটি ধ্বংস কৰাত ব্যস্ত আৰক্ষী তথা কেন্দ্ৰীয় বাহিনী; দুইপক্ষৰ সংঘৰ্ষত ৫জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2024 1:21 pm
মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীয়ে উগ্ৰপন্থীৰ বাংকাৰ ধ্বংস কৰিছে।

মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীয়ে উগ্ৰপন্থীৰ বাংকাৰ ধ্বংস কৰিছে।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ উত্তপ্ত মণিপুৰ! ৰাজ্যখনত অব্যাহত আছে উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনা। ড্ৰোন আক্ৰমণৰ সমান্তৰালকৈ ৰকেট আক্ৰমণো চলিছে।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰৰ পৰা মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীয়ে সম্ভাৱ্য উগ্ৰপন্থী শিবিৰৰ সন্ধানত কম্বিং অনুসন্ধান আৰম্ভ কৰিছে। উগ্ৰপন্থীৰ তিনিটা বাংকাৰ ধ্বংস কৰা হৈছে। এই অভিযানৰ মাজতে জিৰিবাম জিলাত দুটা গোটৰ মাজত হোৱা সংঘৰ্ষত কমেও ৫জন লোক নিহত হয়।

উল্লেখ্য যে যোৱা ১ আৰু ২ ছেপ্টেম্বৰত কাংপকপি আৰু পশ্চিম ইম্ফল জিলাত বিস্ফোৰক ভৰ্তি ড্ৰোন আক্ৰমণত দুজন লোক নিহত হৈছিল। আহত হৈছিল ৭ জন লোক। মেইটেই অধ্যুষিত এলেকাত সংঘটিত হৈছিল এই আক্ৰমণ। মণিপুৰ চৰকাৰে দাবী কৰিছিল যে কুকি উগ্ৰপন্থীয়ে এই অপৰাধ সংঘটিত কৰিছে।

Apply Now

লগতে পঢ়কঃ প্ৰতি ১৩ দিনত এজন অপৰাধীক হত্যা! ৭ বছৰত যোগী ৰাজ্য উত্তৰ প্ৰদেশত ১৩ হাজাৰ এনকাউণ্টাৰ

বিষ্ণুপুৰ জিলাৰ মৈৰাঙৰ ফিৱাংবাম লেইকাই অঞ্চলত শুকুৰবাৰে বিয়লি প্ৰাক্তন মুখ্যমন্ত্ৰী মাইৰেম্বম কাইৰেং সিঙৰ ঘৰৰ চৌহদত ৰকেট নিক্ষেপ কৰা হয়। ৰে ৰাবেই (৭০) নামৰ এজন বৃদ্ধ স্থানীয় পুৰোহিতৰ মৃত্যু হয়। আন কেইবাজনো লোক আহত হয়।

এই আক্ৰমণৰ পিছত মেইটেইসকলে দাবী কৰে যে কুকিয়ে এই আক্ৰমণ সংঘটিত কৰিছে। কিন্তু কুকিসকলে দাবী কৰে যে মেইটেইসকল এই কাণ্ডৰ লগত জড়িত। এনে পৰিস্থিতিত বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ অঞ্চলৰ বিভিন্ন অঞ্চলত শনিবাৰে পুৱাৰে পৰা তালাচী অভিযান আৰম্ভ হোৱাৰ লগে লগে বিতৰ্ক আৰম্ভ হয়।

কুকি সংগঠনসমূহে অভিযোগ উত্থাপন কৰিছে যে আৰক্ষী আৰু মেইটেই উগ্ৰপন্থীয়ে সংগঠিত অভিযান আৰম্ভ কৰি অঞ্চলটো দখল কৰাৰ বাবে চেষ্টা চলাইছে।

লগতে পঢ়কঃআইনগতভাৱে ভাং খেতি কৰা হ’ব হিমাচল প্ৰদেশত; বিধানসভাত গৃহীত হ’ল প্ৰস্তাৱ

অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি মণিপুৰ আৰক্ষীয়ে এক বিবৃতিত কয় যে বিষ্ণুপুৰ জিলাৰ মুৱালছাং গাঁৱত দুটা বাংকাৰ আৰু চুৰাচান্দপুৰৰ লাইকা মুলছাউ গাঁৱত এটা বাংকাৰ ধ্বংস কৰা হৈছে। আৰক্ষীয়ে দাবী কৰে যে সেইবোৰ কুকি উগ্ৰপন্থীৰ ঘাটি। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd