• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেৰালিম্পিকত ‘বিতৰ্কিত পতাকা’ লৈ উল্লাস, সেয়ে বাতিল ইৰাণী খেলুৱৈ? জেভেলিনত স্বৰ্ণ জয় ভাৰতীয়ৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2024 8:44 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’লা পতাকাৰ ওপৰত ৰঙা আখৰেৰে কিবা এটা লিখা আছিল। আৰু সেই পতাকাৰ বাবেই ইৰাণৰ ছাদেগ বেইট ছায়াহক পুৰুষৰ জেভেলিনৰ এফ ৪১ শাখাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে। তাৰ ফলস্বৰূপে ৰূপৰ পদক লাভ কৰি থকা ভাৰতৰ নৱদীপে সোণৰ পদক লাভ কৰে।

আনুষ্ঠানিকভাৱে পেৰিছ পেৰালিম্পিকৰ আয়োজক সমিতিয়ে এই বিষয়ে একো ঘোষণা কৰা নাই যদিও সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদনত সেইটোৱেই ইৰাণী খেলুৱৈগৰাকীক বাতিল কৰাৰ কাৰণ।

প্ৰতিবেদন অনুসৰি ইৰাণী খেলুৱৈগৰাকীয়ে জেভেলিনৰ এফ ৪১ শাখাত সোণৰ পদক লাভ কৰাৰ পিছত বাৰে বাৰে ক’লা পতাকা দেখুৱাই থকাৰ বাবে অযোগ্য ঘোষণা কৰে। এটা মহলে দাবী কৰিছে যে পতাকাখন হামাছৰ। যদিও এই বিষয়ত আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাই।

Apply Now

লগতে পঢ়কঃ কিছুমান খাদ্যই বৃদ্ধি কৰিছে কিডনীৰ জটিলতা; জানি লওক কি খাদ্য খাব আৰু কি নাখাব!

আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটীৰ নিয়ম অনুসৰি কোনো প্ৰতিযোগিতাত কোনো ৰাজনৈতিক কুচকাৱাজ থাকিব নোৱাৰিব। ইৰাণী খেলুৱৈগৰাকীৰ বিৰুদ্ধে ক্ৰীড়াহীন আচৰণৰ অভিযোগ উত্থাপন হৈছে। ফলত নৱদীপৰ ৰূপৰ পদক সলনি হৈ সোণৰ পদকলৈ পৰিণত হয়।

অৱশ্যে ইৰাণী খেলুৱৈগৰাকীক কিয় অযোগ্য ঘোষণা কৰা হ’ল সেই লৈ বিভ্ৰান্ত হৈ পৰিছে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষক সত্যনাৰায়ণ। সংবাদ মাধ্যম ৰেভস্প’ৰ্টছৰ এক প্ৰতিবেদন অনুসৰি তেওঁ কয় যে ইৰাণী খেলুৱৈগৰাকীৰ পৰা কাঢ়ি লোৱা সোণৰ পদক ১০০ শতাংশ শুদ্ধ।

বিষয়টো ব্যাখ্যা কৰি ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰশিক্ষকগৰাকীয়ে কয় যে নিয়ম অনুসৰি ৰাষ্ট্ৰীয় পতাকাৰ বাহিৰে আন কোনো পতাকা প্ৰদৰ্শন কৰিব নোৱাৰে। ইৰাণৰ খেলুৱৈগৰাকীয়ে আন এখন পতাকা দেখুওৱাৰ ভিডিঅ’ ফুটেজ আছে। পদক লাভ কৰাৰ পিছতো তেওঁ খেলপথাৰলৈ গৈ উদযাপন কৰিছিল। সেয়াও কৰিব নোৱাৰি। সেয়েহে নিয়ম অনুসৰি ইৰাণৰ খেলুৱৈগৰাকীক অযোগ্য ঘোষণা কৰা হৈছে বুলি ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰশিক্ষকগৰাকীয়ে কয়।

লগতে পঢ়কঃ ৰতন টাটাৰ ভাতৃ জিমিৰ নাম শুনিছেনে কেতিয়াবা? মানুহজনৰ জীৱনশৈলীয়ে আচৰিত কৰি তুলিব সকলোকে

পুৰুষৰ জেভেলিন এফ ৪১ শাখাৰ ফাইনেলত নৱদীপৰ জেভেলিনে ৪৭.৩২ মিটাৰ দূৰত্ব ক্লিয়াৰ কৰে। সেইটো তেওঁৰ পূৰ্বৰ ব্যক্তিগত শ্ৰেষ্ঠ (৪৪.২৯ মিটাৰ)ৰ পৰা তিনি মিটাৰতকৈও অধিক দূৰত্ব। কেৱল সেয়াই নহয়, পেৰালিম্পিকৰ ফাইনেলত তেওঁ যি দূৰত্ব অতিক্ৰম কৰিছিল সেয়াও পেৰালিম্পিকৰ অভিলেখ।

Why to need this #Iranian Beit Sayah Sadegh’s
Where is your स्पोर्ट्समेनशिप pic.twitter.com/KyUF8lI6e7

— Anil Bansal (@dilseanilbansal) September 7, 2024

ইৰাণী খেলুৱৈগৰাকীয়ে অতিক্ৰম কৰা দূৰত্ব আচলতে পেৰালিম্পিকৰ অভিলেখ আছিল। কিন্তু অযোগ্য হোৱাৰ বাবে তেওঁৰ থ্ৰ’ও বাতিল কৰা হয়। আৰু পেৰালিম্পিকৰ অভিলেখটোও নৱদীপৰ হাতত স্থায়ীভাৱে থাকি গ’ল। সেই অভিলেখ ২০২৮ চনৰ লছ এঞ্জেলছ পেৰালিম্পিকলৈকে নৱদীপৰ হাতত থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am
সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am
সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd