• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

কেৱল অশ্লীলতাৰে ভৰা! শিশুৰ আগত ভুলতো নাচাব এইকেইখন চিনেমা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 9, 2024 6:14 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডে সকলো বয়সৰ দৰ্শকৰ বাবে চিনেমা নিৰ্মাণ কৰে। ল’ৰা-ছোৱালীৰ বাবে যেনেকৈ চিনেমা আছে, তেনেকৈয়ে প্ৰাপ্তবয়স্কৰ বাবেও যৌনগন্ধী চিনেমা আছে।

৭০ আৰু ৮০ৰ দশকৰ পৰাই উদ্যোগটোৱে প্ৰাপ্তবয়স্কৰ বাবে এনেকুৱা চিনেমা নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে। যিবোৰ চিনেমা কেৱল প্ৰাপ্তবয়স্কৰ বাবেহে। এইবোৰ চিনেমা আপুনি আপোনাৰ সন্তানৰ আগত বা জ্যেষ্ঠজনৰ লগত বহি কেতিয়াও একেলগে চাব নোৱাৰে।

Apply Now

জানো আহক অশ্লীলতাৰে ভৰা বলীউডৰ কেইখনমান প্ৰাপ্তবয়স্ক চিনেমা –

অৰ্থ  (Arth) : এই চিনেমাখন ত্ৰিকোণ প্ৰেমৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। ১৯৮১ চনত মুক্তি পোৱা এই ছবিখনক বলীউডৰ অন্যতম শ্ৰেষ্ঠ সাহসী চিনেমা হিচাপে গণ্য কৰা হয়। কুলভূষণ খাৰবান্দা, শবানা আজমী, স্মিতা পাটিল আৰু ৰাজকিৰানাৰাই এই চিনেমাখনত অভিনয় কৰিছিল

চিলচিলা (Silsila) : ১৯৮২ চনত মুক্তি লাভ কৰিছিল চিলচিলা। চিনেমাখনত অভিনয় কৰিছিল অমিতাভ বচ্চন, ৰেখা আৰু জয়া বচ্চনে। এই চিনেমাখনত অমিতাভ আৰু ৰেখাৰ কেমিষ্ট্ৰী বন্দী হৈছিল। এই চিনেমাৰ পিছত ৰেখা আৰু অমিতাভে একেলগে কাম কৰা বন্ধ কৰি দিলে।

জিছম (Jism) : ২০০২ চনত মুক্তি লাভ কৰিছিল জিছম নামৰ ছবিখনে। বিপাশা বসু আৰু জন আব্ৰাহামৰ অনস্ক্ৰীণ কেমিষ্ট্ৰী আছিল এই চিনেমাখনৰ মূল আকৰ্ষণ। এই চিনেমাখন কঠোৰভাৱে প্ৰাপ্তবয়স্কৰ বাবে নিৰ্মিত।

মাৰ্ডাৰ (Murder) : এই চিনেমাখন বলীউডে নিৰ্মাণ কৰিছিল হলিউডৰ চিনেমা আনফেথফুলৰ আধাৰত। এই ছবিখন ২০০৪ চনৰ আটাইতকৈ হিট চিনেমা আছিল। মল্লিকা শ্বেৰাৱট আৰু ইমৰাণ হাছমী অভিনীত চিনেমাখন দৰ্শকে ভাল পাইছিল।

জেহেৰ (Zeher) : ইমৰাণ হাছমীৰ আন এখন প্ৰাপ্তবয়স্ক ছবি ২০০৫ চনত মুক্তি পাইছিল, মাৰ্ডাৰ চিনেমাৰ সফলতাৰ পিছত। কিন্তু এই চিনেমাখনে সেই ধৰণে দৰ্শকক আপ্লুত কৰিব পৰা নাছিল। এই চিনেমাখনত ইমৰাণৰ নায়িকা আছিল বঙালী অভিনেত্ৰী উদিতা গোস্বামী। এই চিনেমাখনত অভিনয় কৰিছিল কৰীনা কাপুৰ, অনিল কাপুৰ আৰু অক্ষয় কুমাৰে। বক্স অফিচতো চিনেমাখন সফল নহ’ল।

বেৱাফা (Bewafaa) : ২০০৬ চনত মুক্তি পোৱা এই চিনেমাখনত এজন বিদেশী নাগৰিকৰ কাহিনী আছে। এই চিনেমাখনত অভিনয় কৰিছিল কৰীনা কাপুৰ, অনিল কাপুৰ আৰু অক্ষয় কুমাৰে। অৱশ্যে বক্স অফিচ চিনেমাখন সফল নহ’ল।

কভি আলভিদা না কেহনা (Kabhi Alvida Naa Kehna) : কৰণ জোহৰেও এলিয়েন প্ৰেমক লৈ এখন ছবি নিৰ্মাণৰ চেষ্টা কৰিছিল। ছবিখনত অভিনয় কৰিছিল শ্বাহৰুখ খান, ৰাণী মুখাৰ্জী, অভিষেক বচ্চন আৰু প্ৰীতি জিন্তাই।

ৰুস্তম (Rustom) : ভাৰত-পাকিস্তানৰ বিভাজনৰ সময়ত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। প্ৰেম আহুজাক কৰিছিল কে এম নানাৱতীয়ে। সেই সঁচা কাহিনীৰ আধাৰত ২০১৬ চনত মুক্তি পাইছিল ৰুষ্টম ছবিখন। ইয়াত অভিনয় কৰিছিল অক্ষয় কুমাৰ, ইলিয়ানা ডি ক্ৰুজ, অৰ্জুন বাজৱাই।

মনমৰ্জিয়া(Manmarziyaan) : অনুৰাগ কাশ্যপৰ পৰিচালনাত ২০১৮ চনত মুক্তি লাভ কৰিছিল মনমৰ্জিয়াই। এই চিনেমাখনত নায়িকা ৰুমীয়ে বিয়াৰ পিছতো বাৰে বাৰে প্ৰেমিকৰ ওচৰলৈ দৌৰি যায়। অভিনয়ত আছিল তাপসী পান্নু, বিকি কৌশল আৰু অভিষেক বচ্চন।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd