• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিখসকলৰ পাগুৰি বিতৰ্ক! বিজেপি সমৰ্থিত শিখ সংগঠনৰ ৰাহুল-ছোনিয়াৰ ঘৰৰ সন্মুখত প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2024 7:18 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অধিকাৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিতৰ্কিত মন্তব্যক লৈ বুধবাৰে দিল্লীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ঘৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে শিখ সংগঠনে। বিজেপি নেতৃত্বাধীন শিখ সংগঠনৰ কৰ্মী-সমৰ্থকে বিৰোধী দলপতি ৰাহুল গান্ধীৰ পৰা বিনাচৰ্ত ক্ষমা বিচাৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপিৰ শিখ সংগঠন শিখ চেলৰ সদস্যসকলে ৰাহুল-ছোনিয়া গান্ধীৰ ঘৰৰ সন্মুখত সমবেত হৈ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। আৰক্ষীয়ে বেৰিকেড দি বাধা দিয়ে যদিও প্ৰতিবাদকাৰীৰ মাজত আৰক্ষীৰ সৈতে সংঘৰ্ষ হয়।

বিজেপি নেতা আৰ পি সিংকে ধৰি কেইবাজনো শিখ নেতাক আৰক্ষীয়ে আইন ভংগ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। আৰ পি সিঙে কয় যে ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগে। তেওঁ সদায় বিদেশী মাটি ব্যৱহাৰ কৰি ভাৰতক লৈ কটূ মন্তব্য দিয়ে। তেওঁ মিছা কথা কৈছিল যে ভাৰতত শিখসকলক পাগুৰি বা কাৰা পৰিধান কৰিবলৈ দিয়া নহ’ব।

মহিলাসহ প্ৰতিবাদকাৰীসকলে শ্লোগান দি প্লেকাৰ্ড লৈ ১০ জনপথৰ দিশে পদযাত্ৰা কৰে। প্ৰসংগক্ৰমে নিষিদ্ধ খালিস্তান উগ্ৰপন্থী সংগঠন ছিখছ ফৰ জাষ্টিছৰ সহ-প্ৰতিষ্ঠাপক গুৰপতৱন্ত সিং পান্নুনে কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শিখসকলৰ ধৰ্মীয় স্বাধীনতাক লৈ কৰা মন্তব্যক প্ৰশংসা কৰে। বিজেপি সমৰ্থক শিখ নেতাসকলৰ মাজতো ক্ষোভৰ সৃষ্টি হৈছে। এইগৰাকী খালিস্তান সমৰ্থক নেতাই এক বিবৃতিত কয় যে ভাৰতত শিখসকলৰ অস্তিত্বৰ সংকট সম্পৰ্কে ৰাহুলে দিয়া বক্তব্য কেৱল কঠিন সত্যই নহয়, স্বাধীনতাৰ পিছৰে পৰা ভাৰতত শিখসকলৰ বিৰুদ্ধে চলি অহা অন্যায়ৰ বাস্তৱসন্মত ছবিও। আমি ভাৰতত শিখসকলৰ স্বাধীনতাও বিচাৰো, শিখসকলৰ বাবে পৃথক ৰাজ্য।

Apply Now

কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ৰাহুলক গৰিহণা দি কয় যে তেওঁৰ কথা খালিস্তানী উগ্ৰপন্থী পান্নুনৰ দাবীৰ সৈতে মিল আছে। পান্নুনক লগ পাইছে নে নাই, পুৰীয়ে সুধিলে। বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাইও কয় যে কংগ্ৰেছে পুনৰ উগ্ৰপন্থীৰ সৈতে হাত মিলাইছে। পাগুৰি সন্দৰ্ভত তেওঁৰ মন্তব্য দেশৰ শিখসকলৰ মাজত অশান্তি বিয়পাইছে। কিন্তু বিদেশত আত্মগোপন কৰি থকা বিচ্ছিন্নতাবাদী উগ্ৰপন্থী সংগঠনবোৰ সুবিধা হৈ পৰিছে। ৰাহুল গান্ধীৰ বক্তব্যক সমৰ্থন জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd