• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাসায়নিক কাৰখানাৰ পৰা নিৰ্গত হ’ল গেছ; স্থানীয় বাসিন্দাৰ মাজত আতংক, সজীৱ হৈ পৰিল ভোপালৰ স্মৃতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2024 3:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ অম্বৰনাথত শেহতীয়াকৈ সংঘটিত পৰিঘটনাই ১৯৮৪ চনৰ ভোপাল গেছ দুৰ্ঘটনাৰ স্মৃতি পুনৰ সজীৱ কৰি তুলিছে।কাৰখানাৰ পৰা বহল এলেকাত বিয়পি পৰা গেছে অঞ্চলটোৰ ওপৰত কুঁৱলীৰ দৰে তৰপ এটা গঢ় লৈ উঠিছে। গেছ নিৰ্গত হোৱাৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে ৰাইজৰ মাজত আতংক বিয়পি পৰে।

স্থানীয় সূত্ৰৰ মতে, গেছ ইমানেই বিয়পি পৰিছে যে সমগ্ৰ চহৰখনতে দৃশ্যমানতা হ্ৰাস পাইছে। নগৰবাসীয়ে চকু, নাক, মুখ আৰু ডিঙিত বিষ অনুভৱ কৰিছে। যিহেতু চহৰখনৰ ওপৰত ধোঁৱাৰ তৰপ পৰিছে, প্ৰথম দৃষ্টিত ইয়াক কুঁৱলীৰে আবৃত যেন লাগিব পাৰে। পৰিস্থিতি ইমানেই হৈছে যে চহৰবাসীক প্ৰয়োজন নহ’লে ৰাজপথলৈ ওলাই আহিবলৈ সাহস নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ৰাস্তাত থাকিলেও নাক আৰু মুখ ভালদৰে ঢাকিব লাগে বুলি পৰামৰ্শ দিয়া হৈছে।

কিন্তু স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি গেছ নিৰ্গত হোৱাৰ পিছতো পৰিস্থিতি বেয়া স্তৰত উপনীত হোৱা নাই। পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব, জৰুৰী ভিত্তিত সভা লোৱা হৈছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা মহানগৰীত বহুতে ডিঙি, নাক, চকু আৰু মুখত হঠাতে জ্বলা-পোৰা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। বহুতৰে আকৌ উশাহ লোৱাত কষ্ট পোৱাৰ দৰে লক্ষণ দেখা যায়। কি ভয়ংকৰ ঘটনা হৈছে এতিয়াও গম পোৱা নাছিল। ঘটনাৰ কিছু মুহূৰ্তৰ ভিতৰতে মহানগৰীত গেছ নিৰ্গত হোৱাৰ আতংক বিয়পি পৰে। তথ্য লাভ কৰি অগ্নিনিৰ্বাপক বাহিনী আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ বিষয়াসকলে ৰাসায়নিক কাৰখানাটোত উপস্থিত হয়। প্ৰথম অৱস্থাত ৰাসায়নিক বিক্ৰিয়াৰ বাবেই এই ঘটনা সংঘটিত হ’ব পাৰে বুলি ধাৰণা কৰা হয়। কাৰখানা কৰ্তৃপক্ষৰ বিৰুদ্ধেও গাফিলতিৰ অভিযোগ উত্থাপন হৈছে।

Apply Now

এই ঘটনাই ১৯৮৪ চনৰ ভোপালৰ গেছ দুৰ্ঘটনাৰ স্মৃতিবোৰ ঘূৰাই আনিলে। ইউনিয়ন কাৰ্বাইড কাৰখানাত গেছ নিৰ্গত হোৱাৰ ফলত ৩৫০০ৰো অধিক লোকৰ মৃত্যু হয়। যিটো এতিয়াও অন্যতম কুখ্যাত পৰিঘটনা হিচাপে চিনাক্ত কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd