• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনসাধাৰণৰ কথা কোনেও নাভাবে; আমেৰিকাৰ নিৰ্বাচনত দুয়োগৰাকী প্ৰাৰ্থীয়ে ‘অপছন্দ’ পোপৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2024 12:10 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাধাৰণ মানুহৰ বাবে কোনেও নাভাবিব। কোনোৱেই জনদৰদী নহয়। এই মতামত আগন্তুক আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী দুগৰাকীৰ সন্দৰ্ভত পোপ ফ্ৰান্সিছৰ। তেওঁৰ মতে এজন অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে। আনগৰাকী শিশু হত্যাকাৰী।

শুকুৰবাৰে পোপ ফ্ৰান্সিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰব্ৰজন বিতাড়নৰ পৰিকল্পনাক সমালোচনা কৰে। আনহাতে, বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি তথা ভৱিষ্যত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছে গৰ্ভপাতৰ অধিকাৰৰ সমৰ্থনত লোৱা স্থিতিৰ বাবে সমালোচনা কৰিছে।

ছিংগাপুৰৰ পৰা ৰোমলৈ উভতি অহা বিমানখনত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়ে সোধাত পোপে কয় যে অনুপ্ৰৱেশকাৰীক আদৰণি নজনোৱাটো “গুৰুতৰ পাপ” আৰু গৰ্ভপাতক “হত্যা”ৰ সৈতে তুলনা কৰে।

Apply Now

লগতে পঢ়কঃ বিৰোধীয়ে তেওঁক প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ দিছিল,মান্তি নহ’ল; চাঞ্চল্যকৰ দাবী কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ

নৱেম্বৰ মাহত ভোটদান কৰাৰ সময়ত আমেৰিকাৰ কেথলিকসকলে “কম নিকৃষ্ট”ক বাছি ল’ব লাগিব বুলি পোপে কয়। যদিও পোপে বক্তৱ্যৰ সময়ত ট্ৰাম্প বা হেৰিছৰ নাম ক’তো ব্যৱহাৰ কৰা নাছিল, তথাপিও তেওঁলোকৰ কৰ্মনীতি আৰু তেওঁলোকৰ লিংগৰ উল্লেখ কৰিয়েই বক্তৱ্য ৰাখিছিল।

দুয়োগৰাকী প্ৰাৰ্থীক সমালোচনা কৰিলেও তেওঁ কয় যে কেথলিকসকলে ভোট দিয়া উচিত। পোপে কয় যে তেওঁ কোনো কাৰণতে ভোটদানৰ পৰা বিৰত থকাৰ সমৰ্থন নকৰে। তেওঁ লেছাৰ ইভিল বাছি লোৱাটোৱেই বেছি ভাল পাব। পোপ ফ্ৰান্সিছে ক’লে, “আপুনি কম বেয়াটো বাছি ল’ব লাগিব। কোন কম বেয়া, ভদ্ৰমহিলা নে ভদ্ৰলোক নাজানো। সকলোৱে নিজৰ বিবেকক অনুসৰণ কৰি ভাৱিচিন্তি কামটো কৰা উচিত।”

লগতে পঢ়কঃ বিৰল মহাজাগতিক পৰিঘটনা! পৃথিৱীয়ে পাব নতুন ‘চন্দ্ৰ’, কিমান দিন ৱৰ্তি থাকিব অস্তিত্ব?

উল্লেখ্য যে আমেৰিকাৰ কেথলিকসকলক প্ৰায় প্ৰতিটো সমীক্ষাতে গুৰুত্বপূৰ্ণ ছুইং ভোটাৰ হিচাপে দেখা যায়। পেনচিলভেনিয়া আৰু উইচকনচিনকে ধৰি কিছুমান গুৰুত্বপূৰ্ণ ৰাজ্যত আছে ২০ শতাংশতকৈ অধিক কেথলিক ভোটাৰ। ফলত পোপৰ মতামতে তেওঁলোকৰ ভোট আৰু বেলট বাকচত প্ৰভাৱ পেলাব পাৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd