• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ বিভিন্ন কাৰ্যালয়ত ৭০ শতাংশ কৰ্মচাৰী অসুখী, ৫৪ শতাংশই ভাবিছে পদত্যাগৰ কথা, কিন্তু কিয়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2024 10:31 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি হয়তো ভাবিছিল, কামকলৈ অকল আপুনিয়েই অসন্তুষ্ট! কৰ্মক্ষেত্ৰত আপোনাৰ দৰে সমস্যাৰ সন্মুখীন আন কোনোৱে হোৱা নাই? এটা সমীক্ষাত কোৱা হৈছে যে এই ধাৰণাটো একেবাৰেই শুদ্ধ নহয়। আপোনাৰ কাষত বহি থকা সহকৰ্মীজনেও একে কথাই ভাবি আছে। আনকি তেওঁ মনে মনে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈ পেলালেও আচৰিত হ’বলগীয়া একো নাই।

কৰ্মক্ষেত্ৰৰ সুখৰ সন্ধান কৰা সংস্থা হেপিয়েষ্ট প্লেচেছ টু ৱৰ্ক নামৰ সংস্থাটোৱে শেহতীয়াকৈ ভাৰতীয় কৰ্মচাৰীৰ ওপৰত এক সমীক্ষা চলাইছিল। সেই সমীক্ষাৰ প্ৰতিবেদন অনুসৰি দেশৰ বিভিন্ন কাৰ্যালয়ত কৰ্মৰত ৭০ শতাংশ কৰ্মচাৰী চাকৰিত সন্তুষ্ট নহয়। আৰু ৫৪ শতাংশ কৰ্মচাৰীয়ে চাকৰি এৰি যোৱাৰ কথা চিন্তা কৰিছে।

লগতে পঢ়কঃ পেজাৰৰ পিছত লেবাননত এইবাৰ ৱাকিটকি, লেণ্ডলাইনত ধাৰাবাহিক বিস্ফোৰণ! কমেও ৩২ জনৰ মৃত্যু, আহত ৩হাজাৰ

Apply Now

এই সন্তুষ্টি কোন কোন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, কৰ্মচাৰীৰ স্বচ্ছন্দতাৰ ওপৰত নিৰ্ভৰ কৰে, ইয়াৰ কোনো নিৰ্দিষ্ট মাপকাঠী নাই। সমীক্ষাটোৰ মতে, একে বয়সৰ বিভিন্ন কৰ্মচাৰীৰ স্বচ্ছন্দতা বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰশীল। কোনোৱে কৰ্ম সংস্কৃতিৰ ওপৰত গুৰুত্ব দিয়ে, কোনোৱে কৰ্ম পৰিৱেশৰ ওপৰত গুৰুত্ব দিয়ে, কোনোৱে সহকৰ্মীৰ সৈতে কাম কৰাৰ স্বাচ্ছন্দ্যৰ ওপৰত গুৰুত্ব দিয়ে।

কিন্তু পুৰুষ আৰু মহিলা কৰ্মচাৰীৰ মাজত কৰ্মক্ষেত্ৰত সন্তুষ্টিৰ কিছুমান সাধাৰণ প্ৰৱণতাও দেখা গৈছে। উদাহৰণস্বৰূপে, পূৱ আৰু মধ্য ভাৰতৰ মহিলা কৰ্মচাৰীসকলৰ চাকৰি সন্তুষ্টিৰ মাত্ৰা দেশৰ অন্যান্য প্ৰান্তৰ মহিলাসকলতকৈ অধিক। আকৌ উত্তৰ ভাৰতৰ পুৰুষ কৰ্মচাৰীসকল দেশৰ আন প্ৰান্তৰ পুৰুষতকৈ কৰ্মক্ষেত্ৰত অধিক সুখী।

কৰ্মচাৰীসকলে সাধাৰণতে বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ কাৰ্যালয়ত কাম কৰাত অধিক স্বচ্ছন্দ্য অনুভৱ কৰে। আৰু কৰ্মচাৰীৰ বাবে আটাইতকৈ অসন্তুষ্টিৰ কৰ্মক্ষেত্ৰ হ’ল নিৰ্মাণ উদ্যোগ।

লগতে পঢ়কঃ গা ধোৱাৰ সময়ত হয় বেছিভাগ হাৰ্ট এটেক! এইবোৰ কথা জানিলে ৰক্ষা কৰিব পাৰিব বহুতৰে জীৱন

সমীক্ষাটোত কোৱা হৈছে যে চাকৰি এৰি যোৱাৰ কথা চিন্তা কৰা ৫৪ শতাংশ কৰ্মচাৰীৰ ভিতৰত চাকৰি এৰি যোৱাৰ মূল কাৰণ হৈছে উন্নতিৰ অপূৰণীয় চাহিদা বা কৰ্মক্ষেত্ৰত পৰ্যাপ্ত সহায়ৰ অভাৱ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd