• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

থানাতো নাই কোনো নিৰাপত্তা! সেনা বিষয়া আৰু তেওঁৰ প্ৰেমিকাক আক্ৰমণ; ৫ আৰক্ষী বিষয়াক নিলম্বন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2024 1:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সেনাৰ এজন বিষয়া আৰু তেওঁৰ বগদত্তাক প্ৰহাৰ আৰু হাৰাশাস্তি কৰাৰ অভিযোগত ভাৰতপুৰ থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক (আই আই চি)কে ধৰি পাঁচজন বিষয়াক নিলম্বন কৰিছে ওড়িশা আৰক্ষীয়ে।

এক বিবৃতিত ওড়িশা আৰক্ষীয়ে আই আই চি দীনকৃষ্ণ মিশ্ৰ, উপ-পৰিদৰ্শক বৈশালিনী পাণ্ডা, সহকাৰী উপ-পৰিদৰ্শক চলিলাময়ী চাহু আৰু সাগৰিকা ৰথ আৰু কনিষ্টবল বলৰাম হাণ্ডাক নিলম্বন কৰাৰ কথা প্ৰকাশ কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে নিলম্বনৰ সময়ছোৱাত বিষয়াসকল ভুৱনেশ্বৰ-কটকৰ আৰক্ষী আয়ুক্তৰ অনুশাসনমূলক নিয়ন্ত্ৰণত থাকিব আৰু ওড়িশা সেৱা সংহিতাৰ ৯০ নং নিয়ম অনুসৰি ভৰণ-পোষণ আৰু মহাৰ্ঘ ভাট্টা লাভ কৰিব।

Apply Now

লগতে পঢ়কঃ ৰাজ্যৰ এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া অনুৰাগ গোৱেলৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ

অৱশ্যে নিলম্বনৰ পূৰ্বে নিৰপেক্ষ তদন্ত নিশ্চিত কৰিবলৈ ভাৰতপুৰ থানাৰ পৰা আই আই চি মিশ্ৰৰ লগতে আন দুজন বিষয়াকো বদলি কৰিছিল আৰক্ষীয়ে। মিশ্ৰক ক্ৰমে ভুৱনেশ্বৰৰ উপ আৰক্ষী আয়ুক্ত কাৰ্যালয়লৈ আৰু এ এছ আই চাহু আৰু কনিষ্টবল হাণ্ডাক ক্ৰমে ডি চি পি কাৰ্যালয় আৰু ৰিজাৰ্ভ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে এই ৬ জন বিষয়াক ওড়িশা আৰক্ষীয়ে নিলম্বন কৰে।

ৰাজ্যিক আৰক্ষী সঞ্চালক প্ৰধান ৱাই বি খুৰানিয়াৰ নিৰ্দেশত ক্ৰাইম ব্ৰাঞ্চে তদন্ত অব্যাহত ৰাখিছে।

জানিব পৰা মতে কিছুদিন পূৰ্বে এজন সেনা বিষয়া আৰু তেওঁৰ প্ৰেমিকা আহত অৱস্থাত অভিযোগ কৰিবলৈ ভাৰতপুৰ থানালৈ আহিছিল। তেওঁলোকে জনোৱা মতে, পথত গাড়ী চলাই অহাৰ সময়তে হঠাতে একাংশ ব্যক্তিয়ে তেওঁলোকৰ ওপৰত আক্ৰমণ চলাই মাৰপিট কৰে। এই অভিযোগ দাখিল কৰিবলৈ আহোতেই সমস্যাৰ সৃষ্টি হয়।

লগতে পঢ়কঃ তিৰুপতি মন্দিৰৰ লাড়ুত মাছৰ তেল-গৰুৰ চৰ্বি ব্যৱহাৰ কৰা হৈছে; দাবী চৰকাৰী প্ৰতিবেদনত

ইয়াৰ পিছত যেতিয়া তেওঁলোকে থানাত এজাহাৰ দাখিল কৰিবলৈ বিচাৰে তেতিয়া তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰা হয়, সেনা বিষয়াজনক আটক কৰি ৰখাৰ অভিযোগ উত্থাপন হয় আৰু তেওঁৰ প্ৰেমিকাকো নিৰ্যাতন চলোৱা বুলি কোৱা হয়। ইয়াৰ উপৰিও অভিযুক্ত আই আই চিয়ে মহিলাগৰাকীক প্ৰহাৰ কৰাৰ ভাবুকি দিয়া বুলিও জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd