• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিৰুপতি মন্দিৰৰ লাড়ুত মাছৰ তেল-গৰুৰ চৰ্বি ব্যৱহাৰ কৰা হৈছে; দাবী চৰকাৰী প্ৰতিবেদনত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2024 9:04 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৱাই এছ আৰ কংগ্ৰেছৰ নেতৃত্বত পূৰ্বৰ চৰকাৰৰ দিনত তিৰুপতি মন্দিৰত জন্তুৰ চৰ্বি ব্যৱহাৰ কৰি লাড়ু তৈয়াৰ কৰা হৈছিল! অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ অভিযোগে ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এইবাৰ এই সন্দৰ্ভত সন্মুখলৈ আহিল চৰকাৰী প্ৰতিবেদনো। নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট ব’ৰ্ডৰ চেণ্টাৰ অৱ এনালাইছিছ এণ্ড লাৰ্নিং ইন লাইভষ্টক এণ্ড ফুডৰ জুলাই মাহৰ প্ৰতিবেদন অনুসৰি তিৰুপতিৰ লাড়ু তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা ঘিউত মাছৰ তেল আৰু গৰুৰ চৰ্বিৰ নমুনা পোৱা গৈছে। আনকি গাহৰিৰ চৰ্বিও পোৱা গৈছে।

চন্দ্ৰবাবুৰ অভিযোগ খাৰিজ কৰি ৱাই এছ আৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ ৱাই ভি চুব্বা ৰেড্ডীয়ে তেওঁৰ বিৰুদ্ধে তিৰুমালা মন্দিৰ অপবিত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰে। যদিও নাইডুৰ অভিযোগ চৰকাৰী লেবৰ ৰিপৰ্টত মানি লোৱা হৈছে। ফলত তিৰুপতি লাড্ডুক কেন্দ্ৰ কৰি এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে।

Apply Now

লগতে পঢ়কঃ ৰাজ্যৰ এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া অনুৰাগ গোৱেলৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ

বুধবাৰে এন ডি এৰ বিধায়িনী দলৰ বৈঠকত চন্দ্ৰবাবু নাইডুৱে ভাষণ দিয়াৰ সময়তে এই ঘটনা আৰম্ভ হয়। তেওঁ তাতেই এই দাবী কৰিছিল। তেওঁ তেলেগু ভাষাত কয়, ‘যোৱা পাঁচ বছৰে ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টিৰ নেতাসকলে তিৰুমালাৰ পবিত্ৰতাক কলংকিত কৰিছে। ‘অন্নদানম’ (বিনামূলীয়া খাদ্য) আঁচনি কৰি থাকোঁতে খাদ্যৰ মানদণ্ডৰ লগত আপোচ কৰিছে। আনকি পবিত্ৰ তিৰুমালা লাড়ু বনাওঁতে ঘিউৰ সলনি জন্তুৰ চৰ্বি ব্যৱহাৰ কৰিছিল। অৱশ্যে আমি এতিয়া বিশুদ্ধ ঘিউ ব্যৱহাৰ কৰিছো, মন্দিৰৰ পবিত্ৰতা ৰক্ষাৰ চেষ্টা কৰিছো।’

উল্লেখ্য যে জুন মাহত তেওঁৰ তেলেগু দেশম পাৰ্টি জনসেনা আৰু বিজেপিৰ সৈতে মিত্ৰতা কৰি অন্ধ্ৰপ্ৰদেশত ক্ষমতালৈ আহিছিল। তাৰ আগতে জগন ৰেড্ডী চৰকাৰৰ অধীনত তিৰুপতিত নিৰ্মিত শ্ৰী ভেংকটেশ্বৰ মন্দিৰৰ প্ৰসাদ হিচাপে সমগ্ৰ বিশ্বৰ ভক্তসকলৰ মাজত লাডুৰ মহিমা জনপ্ৰিয়।

লগতে পঢ়কঃউচ্চ ৰক্তচাপ কেতিয়া ভয়ৰ কাৰণ? চিকিৎসকে জনাইছে নতুন “গোল্ডেন ৰুল’’

মন্দিৰটো তিৰুমালা তিৰুপতি দেৱস্থানামৰ দ্বাৰা পৰিচালিত। মন্দিৰৰ নিয়ম অনুসৰি প্ৰসাদৰ বাবে টোকেন দেখুৱাব লাগে। ভক্তই পায় প্ৰসাদৰ লাড়ু। কিন্তু যিসকলৰ দৰ্শন টোকেন নাই তেওঁলোকৰ বাবে লাড়ু পাবলৈ আধাৰ কাৰ্ড দেখুওৱাৰ নিয়মটোও শেহতীয়াকৈ প্ৰৱৰ্তন কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd