• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কণ কণ শিশুৰ শৈক্ষিক ভৱিষ্যতকলৈ খেলা কৰিছে চৰকাৰেঃ ডি ৱাই এফ আই

 শিক্ষাবৰ্ষৰ ছয় মাহ অতিক্ৰম কৰাৰ পাছতো মূল্যায়ন বহী যোগান ধৰাত ব্যৰ্থ চৰকাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 20, 2024 5:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইন -২০০৯ অনুসৰি অসমৰ চৰকাৰী বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিনামূলীয়া পাঠ্যপুথি আৰু  বিনামূলীয়া মূল্যায়ন আৰু অভ্যাসন বহী(Evaluation and Practice Book) যোগান ধৰা হয়। কিন্তু শিক্ষাবৰ্ষৰ ছয় মাহ অতিক্ৰম কৰাৰ পিছতো বিনামূলীয়া মূল্যায়ন আৰু অভ্যাসন বহী যোগান নধৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ  আই)ৰ অসম ৰাজ্যিক কমিটিয়ে।

কণ কণ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভবিষ্যতক লৈ খেলা কৰা এই কাৰ্য কাৰ স্বাৰ্থত হ’বলৈ পালে তাক স্পষ্ট কৰিবলৈ দাবী কৰাৰ লগতে ডি ৱাই এফ আইয়ে মূল্যায়ন বহি বিতৰণৰ কাম শীঘ্ৰে কৰিবলৈ দাবী জনাইছে। মূল্যায়ন আৰু অভ্যাসন বহী অসমৰ চৰকাৰী বিদ্যালয়সমূহত চেপ্টেম্বৰ মাহ পৰ্যন্ত যোগান ধৰা হোৱা নাই। উল্লেখ্য যে সম্প্ৰতি এপ্ৰিল মাহত নতুন শিক্ষাবৰ্ষ আৰম্ভ হয়। চলিত শিক্ষাবৰ্ষত এপ্ৰিল মাহৰ আগত পাঠ্যপুথি সময়মতে যোগান ধৰিব নোৱৰা এই চৰকাৰৰ দিনত মূল্যায়ন আৰু অভ্যাসন বহীও সময়মতে যোগান ধৰিব নোৱাৰাটো স্বাভাৱিক ঘটনা যেনেই লগা হৈছে। কিন্তু যি মূল্যায়নৰ উদ্দেশ্যে এই বহীসমূহ যোগান ধৰা হয় তেনেকুৱা দুটা মূল্যায়ন চেপ্টেম্বৰ মাহৰ  ভিতৰত শেষ হ’ব লাগিছিল।

Apply Now

অসম চৰকাৰৰ শিক্ষা বিভাগে ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে প্ৰকাশ কৰা শৈক্ষিক দিনপঞ্জী অনুযায়ী জুন, চেপ্টেম্বৰ, নৱেম্বৰ, মাৰ্চ এই চাৰিটা মাহত মুঠ চাৰিটা মূল্যায়ন পাতিব লাগে। গতিকে ৫০% মূল্যায়ন প্ৰক্ৰিয়া শেষ হোৱালৈকে চৰকাৰে মূল্যায়ন আৰু অভ্যাসন বহী যোগান নধৰাটোৱে শিক্ষক, ছাত্ৰ, অভিভাৱক সকলোৰে চকু কঁপালত তুলিছে।

ডি ৱাই এফ আই য়ে দাবী কৰে যে অনতিপলমে এই মূল্যায়ন আৰু অভ্যাসন বহী সমূহ যোগান ধৰাৰ ব্যৱস্থা কৰক। কাৰ স্বাৰ্থত ছয় মাহ দেৰিলৈকে মূল্যায়ন বহী যোগান ধৰা হোৱা নাই, অসম চৰকাৰে সেয়া  সেয়া স্পষ্ট কৰক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am
গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

October 7, 2026 7:49 am
নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd