• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

মোদী হ্যায় তো মুমকিন হ্যায়! আমেৰিকাৰ পৰা ঘূৰাই অনা হ’ব চুৰি হোৱা ৩০০ টা প্ৰত্নতাত্ত্বিক সামগ্ৰী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 24, 2024 6:01 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান আমেৰিকা ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই ভ্ৰমণৰ সময়ত আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰায় ৩০০ টা প্ৰাচীন ভাৰতীয় সামগ্ৰী ঘূৰাই অনা সম্পৰ্কে আমেৰিকাৰ লগত চুক্তি কৰিছে নৰেন্দ্ৰ মোদীয়ে।

উল্লেখ্য যে মোডীৰ শাসনৰ যোৱা ১০ বছৰত আমেৰিকাৰ পৰা মুঠ ৬৪০টা প্ৰাচীন সামগ্ৰী ভাৰতলৈ ঘূৰাই অনা হৈছে।

Apply Now

দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে তেওঁৰ বাসগৃহত বৈঠকত মিলিত হয় মোদীয়ে। সেই দ্বিপাক্ষিক বৈঠকত বাইডেনে ২৯৭টা ভাৰতীয় প্ৰত্নতাত্ত্বিক সম্পদ নৰেন্দ্ৰ মোদীলৈ হস্তান্তৰ কৰে।

ইয়াৰ পিছত বাইডেনক ধন্যবাদ জনাই মোদীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে, “ভাৰতক ২৯৭টা মূল্যৱান প্ৰাচীন সামগ্ৰী ঘূৰাই দিয়াৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু আমেৰিকা চৰকাৰৰ প্ৰতি আমি অত্যন্ত কৃতজ্ঞ।”

আনহাতে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত এক বিবৃতিত কয়, “এই প্ৰাচীন সামগ্ৰীসমূহৰ কেৱল ঐতিহাসিক গুৰুত্বই নাই, ই সভ্যতা আৰু চেতনাৰ বাহকও।”

মন্ত্ৰালয়ে লগতে কয়, “প্ৰাচীন সামগ্ৰীসমূহ প্ৰায় চাৰি হাজাৰ বছৰ পুৰণি। ইয়াৰে অধিকাংশই পূব ভাৰতৰ টেৰাকোটাৰ শিল্পকৰ্ম। ইয়াৰ উপৰিও শিল, ধাতু, কাঠ আৰু হাতীদাঁতেৰে নিৰ্মিত সামগ্ৰী আছে, যিবোৰে ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰম্পৰাৰ প্ৰতীক।”

জ্ঞাত প্ৰাচীন সামগ্ৰীসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল মধ্য ভাৰতৰ দশম-একাদশ শতিকাৰ শিলৰ ‘অপশ্বৰা’, পঞ্চদশ-ষষ্ঠদশ শতিকাৰ জৈন তীৰ্থংকৰৰ ব্ৰঞ্জৰ মূৰ্তি, পূব ভাৰতৰ তৃতীয়-চতুৰ্থ শতিকাৰ টেৰাকোটা ফুলদানি, দক্ষিণ ভাৰতৰ শিলৰ মূৰ্তি।

ইয়াৰ উপৰিও ১৭-১৮ শতিকাৰ দক্ষিণ ভাৰতৰ ব্ৰঞ্জৰ গণেশৰ প্ৰতিমূৰ্তি, ১৫-১৬ শতিকাৰ উত্তৰ ভাৰতত গৌতম বুদ্ধৰ ব্ৰঞ্জৰ মূৰ্তি আৰু ১৭-১৮ শতিকাৰ পূব ভাৰতত ব্ৰঞ্জৰ বিষ্ণুৰ মূৰ্তিও আছে।

আনহাতে, আমেৰিকা ভ্ৰমণৰ সময়ত মোদীয়ে বাইডেনক ৰূপেৰে ভাৰতীয় ৰে’লৱেৰ ভাপ ইঞ্জিনৰ ক্ষুদ্ৰ সংস্কৰণ উপহাৰ দিয়ে। লগতে মোদীয়ে বাইডেনৰ পত্নীক কাশ্মীৰৰ এখন চাদৰ উপহাৰ দিয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd