• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতৰ বালিজানত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ

উত্তম শইকীয়া by উত্তম শইকীয়া
May 23, 2018 11:09 am
IMG-20180523-WA0011
160
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিন ধৰি বোকাখাত নগৰৰ সমীপৱৰ্তী বালিজান এলেকাত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা নাহৰফুটুকী বাঘটো আজি পুৱতি নিশা পিঞ্জৰাবদ্ধ হয়৷ অঞ্চলটোত দীৰ্ঘদিন ধৰি বিচৰণ কৰি ফুৰা এই বাঘটোৰ বাবে স্থানীয় লোকৰ আপত্তিৰ ভিত্তিতে পূব অসম বন সংমণ্ডলৰ বনকৰ্মীয়ে এটা পিঞ্জৰা সংস্থাপন কৰিছিল৷

এই পিঞ্জৰাতে বুধবাৰে পুৱতি নিশা মতা নাহৰফুটুকী বাঘটো আৱদ্ধ হয়৷ বাঘটো আবদ্ধ হোৱা বুলি খবৰ লাভ কৰাত বোকাখাতত থকা পুৱ অসম বন্য প্ৰাণী সংমণ্ডলৰ বন কৰ্মী আৰু কাজিৰঙাৰ পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ উদ্ধাৰকাৰী দলে বালিজানলৈ গৈ পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘটোক পিঞ্জৰাৰে সৈতে লৈ আনে৷

পাছত কেন্দ্ৰটোৰ বিশেষজ্ঞ ডা৹ চামচুল আলীৰ তত্বাৱধানত পানবাৰী সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে বাঘটো৷ পিঞ্জৰাবদ্ধ মতা নাহৰফুটুকীটোৰ বয়স প্ৰায় দুবছৰ হ’ব বুলি ডা৹ চামচুল আলীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে বালিজান অঞ্চলৰ লগতেই ডিফলু আৰু নাহৰজান চাহ বাগিছা আৰু ইয়াৰ লগতে লাগি থকা কাৰ্বি আংলঙৰ পাহাৰীয়া অঞ্চলটো নাহৰফুটুকী বাঘৰ অন্যতম আৱাস ভূমি৷ বন্য ভূমিৰ সংকোচন,  মানুহৰ অবাধ বিচৰনৰ বাবে এই অঞ্চলত এতিয়া বিপদাগ্ৰস্ত হৈ পৰিছে নাহৰফুটুকী বাঘ৷

Recent News

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd