• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন চমক! এইবাৰ এক প্ৰসিদ্ধ আন্তৰ্জাতিক কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে টাটা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2024 2:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান বিশ্বৰ অন্যতম চৰ্চিত উদ্যোগপতি ৰতন টাটা। ভাৰতীয় উদ্যোগলৈ ৰতন টাটাৰ অৱদান অনস্বীকাৰ্য। ৰতন টাটা এগৰাকী কল্যাণকামী উদ্যোগপতি হিচাপে পৰিচিত। দেশ আৰু দহৰ বাবে কৰা ভাল চিন্তাই ৰতন টাটাক নতুন উচ্চতালৈ লৈ গৈছে। ৰতন টাটাৰ হাতত ধৰিয়েই ইটোৰ পিছত সিটো ইতিহাস গঢ়িছে টাটা গ্ৰুপে।

এতিয়া জানিব পৰা গৈছে যে টাটা গ্ৰুপে এটা আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে। কিন্তু এই চুক্তিৰ জৰিয়তে টাটা গ্ৰুপে নতুন ব্যৱসায়ত প্ৰৱেশ কৰিবলৈ ওলাইছে নেকি? পাকঘৰৰ নিমখৰ পৰা চাৰিচকীয়া বাহন, আই টিৰ পৰা গাৰ্মেণ্টলৈকে দেশৰ বিভিন্ন ঔদ্যোগিক খণ্ডত টাটা গ্ৰুপে বাৰে বাৰে নিজকে অদ্বিতীয় হিচাপে প্ৰমাণ কৰি আহিছে। কিন্তু এইবাৰ টাটা গ্ৰুপে ফাষ্ট ফুডৰ ব্যৱসায়ত প্ৰৱেশ কৰিবলৈ ওলাইছে।

বিশ্বপ্ৰসিদ্ধ ফাষ্ট ফুড চেইন মেকড’নাল্ডছৰ সৈতে টাটা কনছালটেন্সি চাৰ্ভিচেছ বা টাটা গ্ৰুপৰ আই টি ফাৰ্ম টিচিএছে চুক্তি স্বাক্ষৰ কৰিছে। বিশেষ সূত্ৰৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি টাটাই মেকড’নাল্ডছৰ সৈতে ২ বছৰৰ বাবে এই চুক্তি স্বাক্ষৰ কৰিছে। জানিব পৰা মতে ফিলিপাইনছৰ ৭৬০খনতকৈও অধিক মেকড’নাল্ডছ ৰেষ্টুৰেণ্টৰ কাৰ্য্যকলাপ ডিজিটেলাইজ কৰাৰ চৰ্তত টিচিএছে এই চুক্তি কৰিছে।

লগতে পঢ়কঃ বিজ্ঞানীসকলৰ অভিনৱ আৱিষ্কাৰ! পালে নতুন প্ৰকাৰৰ ব্লাড গ্ৰুপ ‘MAL’, জানি লওক ইয়াৰ বৈশিষ্ট্য

ইয়াৰ উপৰিও টিচিএছে ফিলিপাইনছৰ মেকড’নাল্ডছৰ আইটি ব্যৱস্থা উন্নীতকৰণৰ কামো কৰিব। টাটা কনছালটেন্সি চাৰ্ভিচেছৰ প্ৰায় ৫০০০ কৰ্মচাৰীয়ে ফিলিপাইনছত কাম কৰি আছে। টিচিএছৰ বজাৰ মূল্য প্ৰতি শ্বেয়াৰত ৪৩৪৭ টকা। লগতে বিশ্বৰ অন্যতম বৃহৎ ফুড চেইন মেকড’নাল্ডছ। এই আন্তঃৰাষ্ট্ৰীয় কোম্পানীটোৰ আউটলেট বিশ্বৰ ১০০ খনতকৈও অধিক দেশত আছে। সমগ্ৰ বিশ্বতে মেকড’নাল্ডছৰ ৪২ হাজাৰতকৈ অধিক আউটলেট আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am
স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

September 19, 2025 10:38 am
তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

September 19, 2025 9:40 am
ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am
স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

September 19, 2025 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd