• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্ব্বাঞ্চলত পৰ্যটনক শক্তিশালী কৰাৰ দিশত প্ৰতিশ্ৰুতিবদ্ধ উত্তৰ পূব সীমান্ত ৰে’লৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 30, 2024 3:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱেই (এনএফআৰ) উত্তৰ-পূৰ্ব্বাঞ্চলৰ অধিক্ষেত্ৰৰ অধীনৰ আশে পাশে থকা অঞ্চলসমূহত পৰ্যটন প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই অঞ্চলসমূহৰ সকলো প্ৰান্তৰ সৈতে ৰে’ল সংযোগ বৃদ্ধি কৰাৰ লক্ষ্যৰে নিৰন্তৰভাৱে ৰে’ল নেটৱৰ্কৰ সম্প্ৰসাৰিত কৰায়েই নহয়, লগতে পৰ্যটকসকলৰ বাবে ৰে’ল ভ্ৰমণ অধিক সুৰক্ষিত,অধিক আৰামদায়ক আৰু অধিক সুবিধাজনক কৰাৰ লগতে আকৰ্ষণীয় পৰ্যটনমুখী ৰে’ল সেৱাৰপ্ৰৱৰ্তন কৰিছে।

এই প্ৰচেষ্টাসমূহৰ জৰিয়তে, উত্তৰ পূব সীমান্ত ৰেলৱেই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ৰে’ল যাত্ৰীসকলৰ বাবে ইয়াৰ অঞ্চলৰ সাংস্কৃতিকভাৱে চহকী আৰু মনোৰম সৌন্দৰ্য অন্বেষণ কৰিবলৈ নতুন দুৱাৰ মুকলি কৰিছে।

পৰ্যটনৰ প্ৰসাৰৰ দিশত উত্তৰ পূব সীমান্ত ৰে’লৱেই গ্ৰহণ কৰা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ল ভিষ্টাডোম ডবাৰ সৈতে পৰ্যটক ৰে’ল সেৱাৰ প্ৰৱৰ্তন। উত্তৰ-পূৰ্ব্বাঞ্চলত এতিয়ালৈকে মুঠ পাঁচখন এনে ধৰণৰ ৰে’ল সেৱাৰ আৰম্ভ কৰা হৈছে, যিসমূহৰ দ্বাৰা পৰ্যটকসকলে হাফলং, বদৰপুৰ, যোৰহাট, আগৰতলা, নাহৰলগুন আৰু উত্তৰ বঙ্গৰ দুয়াৰ্স আদি স্থানলৈ যাত্ৰা কৰাৰ সময়ত মনোমোহা প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ সক্ষম হৈছে৷

Apply Now

লগতে পঢ়কঃ এইবাৰ দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব মিথুন চক্ৰৱৰ্তীক

ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ (ডিএইচআৰ) আইকনিক জয়ৰাইড ৰেলসমূহতো নেৰো গজ ভিষ্টাডোম ডবা প্ৰৱৰ্তন কৰা হৈছে, যাৰ ফলত পৰ্যটকসকলে এক অবিস্মৰণীয় অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু মনোৰম সৌন্দৰ্য প্ৰদৰ্শনৰ বাবে ডিজাইন কৰা ‘ভাৰত গৌৰৱ’ ৰে’ল চলোৱাৰ ক্ষেত্ৰতো উত্তৰ পূব সীমান্ত ৰে’লৱে সক্ৰিয় হৈ আছে। এই অঞ্চলৰ বাবে ১৪ টা ডবাৰ এনেধৰণৰ এটা ভাৰত গৌৰৱৰ ৰেক আৱৰ্তন দিয়া হৈছে। নতুন মানদণ্ডৰ পৰ্যটকৰ সা-সুবিধাসমূহ যেনে নতুন জিৰণীকক্ষ, এগজিকিউটিভ লাউঞ্জ আৰু ৰেল কোচ ৰেষ্টুৰেণ্টো কেইবাটাও ষ্টেচনত প্ৰদান কৰা হৈছে।

ইয়াৰ উপৰিও, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ পৰ্যটন প্ৰসাৰৰ প্ৰতিশ্ৰুতি ৰে’ল ষ্টেচনৰ বাহিৰেও সম্প্ৰসাৰিত হৈছে। ডিব্ৰুগড়ৰ বগীবিল সেতুৰ সমীপস্থ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ৰিভাৰ ক্ৰুজ আৰু এখন ফ্লোটিং ৰেষ্টুৰেন্টৰ ব্যৱস্থাৰে এটা দৃশ্যপট পৰ্যটনৰ কেন্দ্ৰবিন্দু সৃষ্টি কৰিছে।

লগতে পঢ়কঃ মানৱতাক লজ্জিত কৰা ঘটনা! মাতৃক গছত বান্ধি জীৱন্তে জ্বলাই দিলে পুত্ৰই

উত্তৰ পূব সীমান্ত ৰেলৱেই নোডেল পৰ্যটন পইণ্ট সংযোগ কৰি, বিশেষ উৎসৱ ৰেল সেৱা পৰিচালনেৰে পৰ্যটন গোটসমূহৰ বাবে ব্লক বুকিং প্ৰদান কৰি পৰ্যটকসকলৰ সা-সুবিধাসমূহ প্ৰদান কৰি আহিছে। এই প্ৰচেষ্টাসমূহে উত্তৰ-পূৰ্ব্বাঞ্চলক সমগ্ৰ বিশ্বৰ পৰ্যটকসকলৰ বাবে এক সুগম আৰু আকৰ্ষণীয় গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ বাবে এক সমৰ্পিত উদাহৰণ আগবঢ়াইছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd