• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চৰকাৰৰ মুখঠেকেছা : কচুতলিৰ উচ্ছেদ স্থগিত ৰাখিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 30, 2024 3:59 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ ন্যায়ালয়ত মুখঠেকেছা খালে অসম চৰকাৰে। আইন অমান্য কৰি সোণাপুৰৰ কচুতলিত অন্যায় উচ্ছেদেৰে হিন্দুত্ববাদী শিবিৰৰ ৱাহ ৱাহ ল’ব খোজা হিমন্ত বিশ্ব শৰ্মাক উচিত শিক্ষা দিলে দেশৰ উচ্চতম ন্যায়ালয়ে।

শেহতীয়াকৈ ৪৮ গৰাকী উচ্ছেদিত লোকে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত জনাইছিল লেখ আবেদন। আজি এই আবেদনৰ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভা আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে।

Apply Now

বিচাৰকদ্বয়ে শুনানি গ্ৰহণ কৰি অসম চৰকাৰক তীব্ৰ নিন্দা কৰাৰ লগতে উচ্ছেদ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়ে। অসম চৰকাৰে কৰা এই উচ্ছেদক আদালত অৱমাননা বুলি উল্লেখ কৰে আদালতে।

এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক জাননী জাৰি কৰি যথাৰ্থ অৱস্থা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে তিনি সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰক উত্তৰ দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে। লগতে ন্যায়ালয়ে কয় যে এই আবেদনৰ অন্তৱৰ্তীকালীন সিদ্ধান্তত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অবিহনে কাৰো ব্যক্তিগত সম্পত্তিত বুলডজাৰ চলাব নোৱাৰিব অসমৰ চৰকাৰে।

উল্লেখ্য যে শেহতীয়াকৈ কেইবাটাও গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে উচ্চতম ন্যায়ালয়ৰ অনুমতি অবিহনে কোনো কৰ্তৃপক্ষই বুলডজাৰ ব্যৱহাৰ কৰি অপৰাধমূলক কাৰ্যকলাপৰ বা সন্দেহযুক্ত লোকৰ সম্পত্তি ভাঙিব নোৱাৰিব। অৱশ্যে এই দিশৰ পৰা আদালতৰ এই ৰায় ৰাজহুৱা স্থানত অকৰ্তৃত্বশীল নিৰ্মাণ উচ্ছেদ বা ভংগৰ বাবে এনে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত যে প্ৰযোজ্য নহ’ব সেয়াও স্পষ্ট হৈ পৰিছে।

যোৱা সপ্তাহত জিলা প্ৰশাসনে সোণাপুৰৰ ট্ৰাইবেল বেল্টত বববাস কৰা একাংশ মুছলমান সম্প্ৰদায়ৰ লোকৰ বাসগৃহ উচ্ছেদ কৰে। উক্ত লোকসকলক বিদেশী বা সন্দেহযুক্ত নাগৰিক বুলিও অভিহিত কৰে একাংশ বিজেপি নেতাই।  সেই উচ্ছেদৰ সময়ত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ ফলত আৰক্ষীৰ গুলীত নিহত হয় দুজনকৈ লোক। শিশুসহ আহত হয় বহু লোক। লগতে আহত হয় কেইবাগৰাকী আৰক্ষী বিষয়া-জোৱানো। ইয়াৰ পিছতো উচ্ছেদ অভিযান অব্যাহত ৰাখে অসম চৰকাৰে।

 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd