• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ধৰ্মৰ বেপাৰী! সদগুৰুৰ ভৰিৰ ফটোৰ দাম শুনিলে আচৰিত হ’ব আপুনি : পুলিচী তদন্তত নতুন বিতৰ্ক

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 2, 2024 10:38 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টিভিৰ পৰ্দাৰ পৰা আৰম্ভ কৰি ফেচবুক/ইউটিউব ভিডিঅ’লৈকে সঘনাই দেখা যায় ধৰ্মগুৰু সদগুৰু জগী বাসুদেৱক। জীৱন-দৰ্শন আৰু ধৰ্মৰ জ্ঞান বিলাই ডাঙৰ ডাংৰ ভাষণ দিয়ে এইজনা ধৰ্মগুৰুৱে। দেশ বিদেশত লাখ লাখ অনুৰাগী আছে সদগুৰু নামৰ এই ধৰ্মগুৰুজনৰ। সামাজিক মাধ্যমতো আছে লাখ লাখ অনুৰাগী।

সদগুৰুৰ প্ৰতি অনুৰাগী বা ভক্তৰ ইমানেই ভক্তি আছে যে দোকানত বিক্ৰী কৰা হয় সদগুৰুৰ ভৰিৰ প্ৰতিচ্ছবি।

Apply Now

জানিব পৰা মতে ৩২০০ টকাত বিক্ৰী কৰা হয় সদগুৰুৰ ভৰিৰ এখন ছবি।

উল্লেখ্য যে সভ্যতা যিমানেই আধুনিক হৈ আহিছে জনসাধাৰণৰ মাজত ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ সিমানেই বাঢ়িছে। এনে বিশ্বাসৰ সুযোগ লৈ ধৰ্মগুৰুসকলৰ ক্ষমতা আৰু প্ৰভাৱ দুয়োটাই যোৱা কেইবছৰমানৰ পৰা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। তেনে এজন ব্যক্তি হৈছে এইজন সদগুৰু।

বিভিন্ন সময়ত পোহৰলৈ আহিছে এনে বহু ধৰ্মগুৰুৰ মিথ্যাচাৰ আৰু অপৰাধৰ তথ্য। এনে তালিকাত আছে আশাৰাম বাপু, ৰাম ৰহিমকে ধৰি অনেক তথাকথিত ধৰ্মগুৰুৰ নাম। শেহতীয়াকৈ ভুৱা সামগ্ৰী বিক্ৰী কৰাৰো অভিযোগ উত্থাপন হৈছে যোগ গুৰু ৰামদেৱৰ বিৰুদ্ধে।

অপৰাধ সংঘটিত কৰা এই ধৰ্মগুৰুৰ তালিকাত নাম সন্নিৱিষ্ট হৈছে সদগুৰু নাম।

অভিযোগ অনুসৰি, সদগুৰু জগী বাসুদেৱৰ ঈশা ফাউণ্ডেশ্যন আশ্ৰমৰ কৰ্তৃপক্ষই বিভিন্ন যুৱতীক বলপূৰ্বকভাবে সন্ন্যাস গ্ৰহণ কৰিবলৈ বাধ্য কৰিছে। আনকি পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈও দিয়া হোৱা নাই যুৱতীসকলক।

সোমবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ এছ কামৰাজে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীৰ তদন্তৰ নিৰ্দেশ দিয়ে। প্ৰাক্তন অধ্যাপকগৰাকীয়ে দাবী কৰে যে তেওঁৰ দুগৰাকী কন্যা গীতা কামৰাজ (৪২) আৰু লতা কামৰাজ (৩৯)ক বলপূৰ্বক এই আশ্ৰমত ৰাখিছে সদগুৰুৱে।

তেওঁ আৰু অভিযোগ কৰে যে আশ্ৰম কৰ্তৃপক্ষই মহিলা দুগৰাকীক সন্ন্যাসী হ’বলৈ বাধ্য কৰাইছিল। আনকি পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈও দিয়া হোৱা নাই।

ইয়াৰ পিছত মঙলবাৰে বিয়লি আৰক্ষীয়ে স্বঘোষিত ‘গডমেন’ সদগুৰু জগী বাসুদেৱৰ ঈশা ফাউণ্ডেশ্যনৰ আশ্ৰমত তালাচী আৰম্ভ কৰে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে সাধগুৰু আশ্ৰমৰ বিৰুদ্ধে উত্থাপিত সকলো অপৰাধমূলক অভিযোগৰ প্ৰতিবেদন বিচৰাৰ পিছতে তামিলনাডু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে।

উল্লেখ্য যে কইম্বাটুৰৰ টণ্ডামুতুৰৰ বৃহৎ এলেকাত অৱস্থিত ইছা ফাউণ্ডেশ্যন। সেইদিনা এডিএছপি ৰেংকৰ এজন বিষয়াৰ নেতৃত্বত কইম্বাটুৰৰ পৰা প্ৰায় ১৫০ জনীয়া আৰক্ষী জোৱানৰ এটা বাহিনী আশ্ৰমত প্ৰৱেশ কৰে। তাৰ পিছত তাতেই আৰম্ভ হ’ল অনুসন্ধান অভিযান।

এই সকলোবোৰৰ মাজতে চৰ্চালৈ আহিছে সদগুৰুৰ ভৰিৰ ছবিৰ বিতৰ্ক। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ৩২০০ টকাত সদগুৰুৰ ভৰিৰ ফটো বিক্ৰী কৰাৰ তথ্য।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd