• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তিনিচুকীয়াত ড্ৰাগছৰ বিৰুদ্ধে যুৱ তথা ছাত্ৰৰ উজ্জীৱিতকৰণ সন্দৰ্ভত ড° দিব্যজ্যোতি শইকীয়াৰ প্ৰেৰণাত্মক অনুষ্ঠান

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 3, 2024 7:21 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ২৪ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ দহতিকৈ ভিন্ন স্থানত ড্ৰাগছ আদি নিচা জাতীয় দ্ৰব্য, অন্ধবিশ্বাস তথা কু- সংস্কাৰৰ বিৰুদ্ধে ছাত্ৰ তথা যুৱ সমাজৰ উজ্জিবিতকৰণ আৰু কেৰিয়াৰ কাউন্সিলিংৰ লগতে দেশ আৰু সমাজৰ প্ৰতি দায়বদ্ধতা সন্দৰ্ভত এলানী প্ৰেৰণাত্মক অনুষ্ঠান অনুস্থিত হৈ যায়।

উক্ত অনুষ্ঠান সমূহত প্ৰেৰনাত্মক বক্তা তথা মুখ্য বক্তা হিচাপে উপস্থিত থাকে টিম আন্নাৰ ৰাষ্ট্ৰীয় ক’ৰ কমিটীৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সদস্য, বিশ্ব সংবিধান সংসদৰ ভাৰতৰ সদস্য, দেশৰ অন্যতম অন্ধবিশ্বাস বিৰোধী যুক্তিবাদী নেতা, প্ৰেৰনাত্মক বক্তা, আন্তৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানব অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়া।

Apply Now

ড০ দিব্যজ্যোতি শইকীয়াৰ ড্ৰাগছ বিৰোধী আৰু কেৰিয়াৰ সন্দৰ্ভত অনুস্থিত প্ৰতিটো অনুষ্ঠানত যুৱ তথা ছাত্ৰ সমাজৰ লগতে তেঁওলোকৰ অভিভাৱক, নেতৃস্থানীয় মহিলা, শিক্ষককে আদি কৰি বিভিন্ন লোক উপস্হিত থাকে। এই সমূহ কাৰ্যসূচীত ড০ দিব্যজ্যোতি শইকীয়াই উপস্হিত সকলোকে ড্ৰাগছৰ ভয়াবহতা , মানসিক আৰু শাৰীৰিক স্বাস্থ্য সুষ্ঠকৈ অটুট ৰাখি কি কি পদ্ধতি তথা উপায়েৰে ড্ৰাগছ আদিক প্ৰতিহত কৰি কৰ্ম সংস্কৃতিৰে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে কেনেকৈ দেশ আৰু সমাজ আগুৱায় নিব পাৰি এই সন্দৰ্ভত বৃষ্টিত বাখ্যা আবঢ়ায়।

ড০ শইকীয়াই উপস্থিত ছাত্ৰ-ছাত্ৰীক উপযুক্ত কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত বহু সু-পৰামৰ্শ প্ৰদান কৰাৰ লগতে পিতৃ মাতৃ সমাজ আৰু দেশৰ প্রতি দায়িত্ব কৰ্তব্য আৰু দায়বদ্ধতা সন্দৰ্ভত সাৰগৰ্ভ তথা মনোগ্ৰাহী বুজনি দিয়ে। বৰদুমচাৰ অসম অৰুণাচল সীমান্ত অঞ্চলৰ মহাত্মা গান্ধী উচ্চতৰ মাধ্যমিক বিদ্যালয়, গৰীয়সী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়, পেঙেৰিৰ বুঢ়িদিহিং জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়, তালাপ ডাঙৰী অঞ্চলৰ ডাঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ফিল’বাৰী শঙ্কৰদেৱ শিশু (একাদ্বশ & দাদ্বশ ) নিকেতন।

ফিল’বাৰী আৰু দিৰাক সীমান্ত অঞ্চলৰ চিকৰাজন জাতীয় বিদ্যাল়য়, ফিল’বাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যাল়য়, দিৰাক সীমান্তৰ কাকপথাৰ অঞ্চলৰ বৰমেচায় নিচামুক্তি কেন্দ্ৰকে আদি কৰি বিভিন্ন অনুষ্ঠানত অনুষ্ঠিত হোৱা ড্ৰাগছ বিৰোধী, অন্ধবিশ্বাস বিৰোধীৰ লগতে বাল্য বিবাহ বিৰোধী আৰু সু শিক্ষাৰে শিক্ষিত হৈ কৰ্ম সংস্কৃতিৰ প্ৰতি স্পৃহা জাগৰণৰ সমূহ প্ৰেৰনাত্মক কাৰ্যসূচীত ৰাজ্যৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ লগতে লেখক, সাহিত্যিক, তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি মোহন মৰাণ, সমাজ কৰ্মী বদ্য বৰা, ফিল’বাৰী শঙ্কৰ দেৱ শিশু নিকেতনৰ শৈক্ষিক উপদেষ্টা বলি শইকীয়া, সচিব মৃণাল জ্যোতি শইকীয়া, ফিলবাৰী জুনিয়ৰ কলেজৰ অধ্যক্ষ তুলসী উপাধ্যায়, বুঢ়িডিহিং জুনিয়ৰ কলেজৰ অধ্যক্ষা দীপিকা মৰাণকে আদি কৰি ভালেমান গুণী জ্ঞানীলোক উপস্হিত থাকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

October 24, 2026 8:39 am
সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

October 24, 2026 7:47 am
জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

October 23, 2026 9:00 pm
সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

October 23, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

October 24, 2026 8:39 am
সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

October 24, 2026 7:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd