• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আইনৰ শাসন প্ৰহসনলৈ ৰূপান্তৰ নেকি! এনচিপিৰ জ্যেষ্ঠ নেতা বাবা ছিদ্দিকীক গুলীয়াই হত্যা; মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানান্তৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 13, 2024 9:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে মুম্বাইৰ বান্দ্ৰা ইষ্টত প্ৰাক্তন মন্ত্ৰী তথা ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ জ্যেষ্ঠ নেতা বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰা হয়।

খবৰ অনুসৰি আজিৰ পূৰ্বে অচিনাক্ত আক্ৰমণকাৰীয়ে তেওঁক একাধিকবাৰ গুলীয়াই হত্যা কৰাৰ লগতে বুকুৰ ওচৰত এটা গুলী আঘাত কৰা বুলি বাতৰি প্ৰকাশ পাইছে। ঘটনাৰ পাছতে তেওঁক ততাতৈয়াকৈ চিকিৎসাৰ বাবে লীলাৱতী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

জানিব পৰা মতে, নিৰ্মল নগৰৰ কলগেট খেলপথাৰৰ সমীপত বান্দ্ৰা ইষ্টক প্ৰতিনিধিত্ব কৰা বিধায়ক পুত্ৰ জিশ্বন ছিদ্দিকীৰ কাৰ্যালয়ৰ বাহিৰত সংঘটিত হয় এই গুলীচালনা। এই ঘটনাৰ সৈতে জড়িত দুজন ব্যক্তিক আটক কৰিছে কৰ্তৃপক্ষই।

Apply Now

তদন্তৰ সৈতে জড়িত এক পৰিঘটনাত দিল্লী আৰক্ষীৰ বিশেষ কোষেও বাবা ছিদ্দিকৰ হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে।

মুম্বাই আৰক্ষীয়ে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ নেতা বাবা ছিদ্দিকৰ মৃতদেহ দেওবাৰে পুৱা লীলাৱতী হাস্পতালৰ পৰা কুপাৰ হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে বদলি কৰে।

উল্লেখ্য যে, গুলীচালনাৰ পাছতে ছিদ্দিকীক ততাতৈয়াকৈ লীলাৱতী চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু নিশা প্ৰায় ৯:৩০ বজাত তেওঁক ভৰ্তি কৰা হয়। চিকিৎসাৰ ব্যাপক প্ৰচেষ্টা সত্ত্বেও সেই নিশাই শেষ নিশ্বাস ত্যাগ কৰে। ৰাজনীতিবিদ আৰু চেলিব্ৰিটিকে ধৰি বৃহৎ জনসমাগম চিকিৎসালয়খনত সমবেত হৈ ছিদ্দিকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

বান্দ্ৰা পশ্চিমৰ তিনিবাৰৰ বিধায়ক ছিদ্দিকে কংগ্ৰেছ ত্যাগ কৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত এনচিপিৰ অজিত পাৱাৰৰ ফৈদত যোগদান কৰিছিল। তেওঁৰ কৰুণ মৃত্যুই ৰাজনৈতিক মহলত বহুতকে স্তম্ভিত কৰি তুলিছে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে এই কাণ্ডক “অতি দুৰ্ভাগ্যজনক” বুলি অভিহিত কৰি শোক প্ৰকাশ কৰে। উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ বুলি অনুমান কৰা দুজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰাৰ কথাও তেওঁ নিশ্চিত কৰাৰ বিপৰীতে তৃতীয়জন সন্দেহযুক্ত লোক এতিয়াও পলাতক অৱস্থাত আছে বুলি উল্লেখ কৰে।

মুম্বাইৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত পৰমজিৎ সিং দহিয়াই এই গ্ৰেপ্তাৰ নিশ্চিত কৰি তদন্ত অব্যাহত থকা বুলি কয়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd