• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জামিনত ওলাই আহিল লেখক-সাংবাদিক গৌৰী লংকেশৰ হত্যাকাৰী! মালা পিন্ধাই আদৰিলে হিন্দু সংগঠনে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 13, 2024 8:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপৰাধীৰ পৃষ্ঠপোষক হৈ পৰিছে একাংশ হিন্দুত্ববাদী সংগঠন। বিলকিছ বানুৰ ধৰ্ষণকাণ্ডৰ অভিযুক্তক মালা পিন্ধাই আদৰাৰ দৰে সাংবাদিক-লেখক গৌৰী লংকেশৰ হত্যাৰ অভিযুক্ত জামিনত ওলাই অহাৰ পিছত মালা পিন্ধাই আদৰিলে একাংশ হিন্দুত্ববাদী সংগঠনে।

গৌৰী লংকেশক গুলীয়াই হত্যা কৰাৰ অভিযোগত এই তিনিজন অভিযুক্ত। জেলৰ পৰা ওলাই অহাৰ পিছত সাংবাদিক হত্যাৰ তিনি অভিযুক্তক মালা পিন্ধাই আদৰিলে বেংগালুৰুৰ কেইটামান হিন্দুত্ববাদী সংগঠনে। এই ঘটনাৰ পিছতেই সূচনা হৈছে তীব্ৰ বিতৰ্কৰ।

Apply Now

২০১৭ চনৰ ৫ ছেপ্টেম্বৰত বাংগালুৰুৰ আৰ আৰ নগৰত গৌৰী লংকেশক ঘৰৰ সন্মুখত গুলীয়াই হত্যা কৰিছিল দুৰ্বৃত্তই। তেওঁৰ মৃত্যুত সমগ্ৰ দেশতে হুলস্থুলৰ সৃষ্টি হৈছিল।

তদন্তৰ সময়ত আৰক্ষীয়ে ১৮ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছিল।  ইয়াৰ ভিতৰত মূল অভিযুক্ত আছিল অমল কালে, পৰশুৰাম ৱাঘমাৰে আৰু গণেশ মিস্কিন। এই গোচৰত যোৱা জুলাই মাহত তিনি অভিযুক্তক চৰ্তসাপেক্ষে জামিনত মুকলি কৰি দিয়া হৈছিল। তেওঁলোক হ’ল অমিত দিগবেকাৰ, এইচ এল সুৰেশ আৰু কে টি নবীন কুমাৰ।

যোৱা ৯ অক্টোবৰত বেংগালুৰু অধিৱেশন আদালতে আৰু ৮ জন লোকক জামিন মঞ্জুৰ কৰে। তাৰ ভিতৰত পৰশুৰাম ৱাঘমাৰে আৰু মনোহৰ যাদৱ। যিসকল ১১ অক্টোবৰত আনুষ্ঠানিকভাৱে কাৰাগাৰৰ পৰা মুকলি হৈছিল।

ইয়াৰ পিছত পৰশুৰাম আৰু মনোহৰক বিজয়াপুৰাত নিজ নিজ অঞ্চললৈ উভতি অহাৰ পিছতহে বীৰ হিচাপে সন্মানিত কৰা হয়। স্থানীয় হিন্দুত্ববাদী গোটৰ সদস্যসকলে মালা পিন্ধাই আদৰণি জনায়। দুয়োকে শ্লোগানেৰে আদৰণি জনোৱা হয়।

ইয়াৰ উপৰিও অভিযুক্তসকলে দাবী কৰে যে তেওঁলোকক ভুৱা গোচৰত ফ্ৰেমৱৰ্ক কৰা হৈছে। উল্লেখযোগ্য যে পৰশুৰাম আৰু মনোহৰৰ উপৰিও বুধবাৰে অমল কালে, ৰাজেশ বাংগেৰা, বাসুদেৱ সূৰ্যবংশী, ঋষিকেশ দেৱদেকাৰ, গণেশ মিস্কিন আৰু অমিত ৰামচন্দ্ৰ বডীয়ে জামিন লাভ কৰে। ইয়াৰ লগে লগে ভাৰতীয় বিখ্যাত সাংবাদিক গৌৰী লংকেশৰ হত্যাকাণ্ডৰ মুঠ ১২জন অভিযুক্তই জামিন লাভ কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd