• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সপোনৰ সদাগৰ মোদীৰ “স্বপ্নভ্ৰষ্ট”! অন্ধভক্তক এইবোৰ ক’লেই হৈ পৰে “কংগ্ৰেছৰ দালাল”!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 13, 2024 9:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সপোনৰ সদাগৰ মোদীয়ে এটা সময়ত সপোন দেখুৱাইছিল কিন্তু বাস্তৱত যেন তাৰ ওলোটাটোহে হ’বলৈ ল’লে!

মোদীৰ স্বপ্ন আছিল এনেধৰণৰ – ডলাৰৰ তুলনাত বাংলাদেশৰ মুদ্ৰাৰ মূল্য নকমে, নেপালৰ নকমে আনকি পাকিস্তানৰো নকমে, ভাৰতৰ টকাৰ মূল্য ডলাৰৰ তুলনাত কিয় কমি গৈ আছে সঘনাই?

Apply Now

পিছে…. য়ে ক্যা মোদী জী…… এতিয়া কিয় কমি কমি গৈ আছে ডলাৰৰ তুলনাত টকাৰ মূল্য? সপোন দেখুওৱা হৈছিল – প্ৰতি এক ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৪০ টকা হ’ব; কিন্তু ওহোঁ…. এতিয়া প্ৰতি এক ডলাৰৰ বিপৰীতে টকাৰ মূল্য অৱনমিত হৈ হ’লগৈ ৮৪.০৫ টকা।

সপোনৰ সদাগৰ নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পূৰ্বৰ সেই দিনবোৰৰ কথা ভাৱকচোন! সেয়া আছিল ২০১৩ চনৰ ২৮ আগষ্টৰ কথা। সেই দিনটোতে টকাৰ বিপৰীতে ডলাৰৰ মূল্য কমি হৈছিলগৈ ৬৮.৮০ টকা। কিন্তু মোদী জী… য়ে চব ক্যা হো গেয়া…. আপকে দিন মে ৰূপী কা মূল্য ডলাৰ কে তুলনে কিউ গিৰা? আপুনি শাসনলৈ অহাৰ পাছৰে পৰা ডলাৰৰ বিপৰীতে টকাৰ মূল্য বৃদ্ধি পোৱাৰ দেখোন নাম গোন্ধই নোলোৱা হ’ল? ক’ত সেই সপোন দেখুওৱা ৪০ টকা আৰু ক’ত এতিয়াৰ ৮৪.০৫ টকা…. ৱাহ মোদী জী ৱাহ… চাব্বাছ…. চাব্বাছ…. স্বাধীনতাৰ পাছততো আপুনিয়েই একেবাৰে টকাৰ মূল্য একেবাৰে সৰ্বনিম্ন কৰি পেলালে।

এইগৰাকী গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰ। ২০১৪ চনৰ ২১ মাৰ্চৰ নিশা ১২:৩১ ত কৰা এই টুইটলৈ ভালদৰে মন কৰক। যদি নৰেন্দ্ৰ মোদী শাসনলৈ আহে তেন্তে টকাৰ মূল্য বৃদ্ধি পাই প্ৰতি ডলাৰৰ বিপৰীতে ৪০ টকা হ’ব। কিন্তু সকলো ফুচ, ফুটুকাৰ ফেন বা ধোঁৱাচাঙত।

৪০ৰ দুগুণ হৈয়ো ৪ টকা বেছিহে হ’লগৈ এক ডলাৰৰ বিপৰীতে টকাৰ মূল্য।

এটা সাংঘাটিক কথা মন কৰিব, ডলাৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস হ’লে কি কি বিপদে দেখা দিব দেশবাসীক? মূল্য হ্ৰাসৰ ফলত ৰপ্তানিৰ ব্যয়, নিৱনুৱা বৃদ্ধি আৰু অসংগঠিত শ্ৰমিকৰ মজুৰিও হ্ৰাস পাব।  বিপৰীতে আকৌ বৃদ্ধি পাব আমদানি কৰা সামগ্ৰীৰ মূল্য। কিয়নো ডলাৰৰ মাধ্যমেৰে সেই সামগ্ৰীসমূহ ক্ৰয় কৰিব লাগিব। এই সন্দৰ্ভত বিশিষ্ট অৰ্থনীতিবিদ ড০ জয়দ্বীপ বৰুৱাই নৰ্থ ইষ্ট নাওৰ কথন অনুষ্ঠানত কি কৈছিল আপোনালোকলৈ বুলি আগবঢ়ালো।

ভাৱকচোন কিমান ভয়াবহ এই কথা। ডলাৰৰ তুলনাত টকাৰ মূল্য হ্ৰাস পোৱাৰ ফলত যি ইন্ধনৰ মূল্য সেয়াও ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে। কেনেকৈ? যেতিয়া বেলেগ দেশৰ পৰা তেলৰ আমদানি কৰিব তেতিয়া অধিক মূল্যত ক্ৰয় কৰিব লাগিব বা খৰচো বৃদ্ধি পাব। যাৰ ফলত ভাৰতৰ বজাৰতো পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ ইত্যাদিৰ মূল্য বৃদ্ধি পাই গৈ থাকিব। সেয়েতো হৈ আছে দেশত। নহয় জানো! আনফালে নিয়োগৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’লে নিবনুৱা সমস্যা আছেই, যোৱা ৭ বছৰমান ধৰি নিবনুৱাৰ হাৰ একেবাৰে উচ্চত আছে।   ডলাৰৰ তুলনাত টকাৰ মূল্য হ্ৰাস পালে বিকাশৰ হাৰ স্থবিৰ হৈ পৰিব। আৰু এই কথাখিনিকে যদি যুক্তি সহকাৰে বুজাই দিয়ে বা দিওঁ তেতিয়াহ’লে একাংশ অন্ধ ভক্তৰ বাবে আপুনি বা মই হৈ পৰো কংগ্ৰেছৰ দালাল, কংগ্ৰেছৰ চামচা। তেওঁলোকৰ মতে, এইবোৰ যুক্তি চুক্তি বাদ দিয়ক আৰু অন্ধ হৈ কৈ দিয়ক – মোদী হে টু না মুমকিন হে। বোলো বোলো ভাৰত মাতা কি জয়। জয় জয় চিয়া ৰাম!

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm
কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডিকে শিৱকুমাৰে, জি পৰমেশ্বৰ হ’ল উপ-মুখ্যমন্ত্ৰী

কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডিকে শিৱকুমাৰে, জি পৰমেশ্বৰ হ’ল উপ-মুখ্যমন্ত্ৰী

June 3, 2026 6:32 pm
৫ জুলাইত ৬১ বছৰ বয়সত প্ৰেমিকা গৌৰীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব আমিৰ খান

৫ জুলাইত ৬১ বছৰ বয়সত প্ৰেমিকা গৌৰীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব আমিৰ খান

June 3, 2026 6:12 pm
Fact Check: দেশৰ ভঁৰালৰ পৰা ১২ বিলিয়ন ডলাৰৰ সোণ বিক্ৰী কৰিলে নেকি? স্পষ্টীকৰণ ৰিজাৰ্ভ বেংকৰ

Fact Check: দেশৰ ভঁৰালৰ পৰা ১২ বিলিয়ন ডলাৰৰ সোণ বিক্ৰী কৰিলে নেকি? স্পষ্টীকৰণ ৰিজাৰ্ভ বেংকৰ

June 3, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm
কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডিকে শিৱকুমাৰে, জি পৰমেশ্বৰ হ’ল উপ-মুখ্যমন্ত্ৰী

কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডিকে শিৱকুমাৰে, জি পৰমেশ্বৰ হ’ল উপ-মুখ্যমন্ত্ৰী

June 3, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd