• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ২৬ মে’ত যোৰহাটত অসম অস্তিত্ব ৰক্ষা সমন্বয় সমিতিৰ গণ সমাৱেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2018 9:48 am
Citizenship-Amendment-Bill-2016-570x320

প্ৰতিনিধিত্বমূলক ফটো

129
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত অহা ২৬ মে’ত অসম অস্তিত্ব ৰক্ষা সমন্বয় সমিতিয়ে যোৰহাট ষ্টেডিয়ামত এক বিশাল গণ সমাৱেশ আয়োজন কৰিব। কালি যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে সমিতিয়ে এই কথা জানিবলৈ দিয়ে।

ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ যৌথ মঞ্চ ‘ অসম অস্তিত্ব ৰক্ষা সমন্বয় সমিতিৰ যোৰহাট জিলাই কেন্দ্ৰীয় চৰকাৰে উক্ত বিধেয়কখন আনিব বিচৰা কাৰ্যক  তীব্ৰ বিৰোধিতা কৰি কয় যে সংবিধানৰ মূল আত্মাটোকে ধ্বংস কৰিব পৰা এই বিধেয়কখমে অসমৰ সমাজ জীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিব। মঞ্চই নাগৰিকত্ব সংশোধনী বিধেয়কখনক অসমলৈ বাংলাদেশী মতাৰ বিজেপি চৰকাৰৰ নিমন্ত্ৰণী পত্ৰ বুলি অভিহিত কৰে।

সংবাদমেলখনত বিষয়ববীয়াসকলে কয় যে জাতি-মাটি-ভেটিৰ নামত ক্ষমতাত অহা বিজেপি চৰকাৰৰে বিধেয়কখনৰ জৰিয়তে অসমৰ ৰাইজক চৰম প্ৰতাৰণা কৰিছে। সেয়ে ২৫ টাৰো অধিক সংগঠন আৰু নাগৰিকসকল ঐক্যবদ্ধ হৈ গঠন হোৱা অস্তিত্ব ৰক্ষা সমন্বয় সমিতিৰ যোৰহাট জিলাই ২৬ মে’ত দিনৰ ১১ বজাত যোৰহাট ষ্টেডিয়ামত গণ সমাৱেশৰ আয়োজন কৰিছে।

এই সমাৱেশখত কৃষক নেতা অখিল গগৈ, যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাই, টাই আহোম ছাত্ৰ সন্থাৰ অশ্বিনী চেতিয়া, আটছাৰ ধীৰাজ গোৱালা, আছাৰ প্ৰদীপ নাগ, আমছুৰ আজিজুৰ ৰহমান আদি উপস্থিত থাকিব কালিৰ সেবাদমেলত উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে।

সংবাদমেলত উদ্যোক্তা সমিতিৰ হৈ দিব্যজ্যোতি শৰ্মা, ৰাজীৱ গগৈ, ৰিতুল পাঠক, অশোক বৰুৱা, বাবু দত্তই সমাৱেশত সকলো নাগৰিককে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Recent News

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ নিৰ্লজ্জ পাকিস্তানৰঃ দিল্লীয়ে উদঙালে মিথ্যাচাৰ

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ নিৰ্লজ্জ পাকিস্তানৰঃ দিল্লীয়ে উদঙালে মিথ্যাচাৰ

সীমান্তৰ ফালে আগবাঢ়িছে পাকিস্তানী সেনা, যুদ্ধৰ বাবে সাজু হৈছে ভাৰতো; জনালে ভ্যোমিকা সিঙে

সীমান্তৰ ফালে আগবাঢ়িছে পাকিস্তানী সেনা, যুদ্ধৰ বাবে সাজু হৈছে ভাৰতো; জনালে ভ্যোমিকা সিঙে

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd