• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শস্যৰ অৱশিষ্ট জ্বলোৱাৰ বিৰুদ্ধে দিয়া নিৰ্দেশনাক আওকাণ! পঞ্জাব-হাৰিয়ানাক ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 16, 2024 2:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বছৰৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থানৰ দৰে ৰাজ্যক শস্যৰ অৱশিষ্ট জ্বলোৱাৰ বিৰুদ্ধে এক ভয়াৱহ সতৰ্কবাণী জাৰি কৰিছিল। তাৰ পিছতো গাইডলাইন মানি চলা নহ’ল বুলি অভিযোগ উত্থাপন হৈছে। ইয়াৰ বিপৰীতে দুয়োখন ৰাজ্যতে শস্যৰ অৱশিষ্ট জ্বলোৱাৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বৃদ্ধি পাইছে। এই ঘটনাত সোমবাৰে উচ্চতম ন্যায়ালয়ে দিল্লী প্ৰদূষণ গোচৰত পঞ্জাৱ আৰু হাৰিয়ানা চৰকাৰক ধমক দিয়ে। ন্যায়াধীশসকলে মন্তব্য কৰে যে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিৰ্দেশনাক “সম্পূৰ্ণ অৱজ্ঞা” কৰা হৈছে। জবাবদিহিতা বিচাৰি ২৩ অক্টোবৰত হাৰিয়ানাৰ মুখ্য সচিবক চমন কৰিছে আদালতে।

আজিৰ দিনটোতে ন্যায়াধীশ এ এছ ওকাই কয়, ‘আমি দেখিছো যে হাৰিয়ানাৰ শপতনামাত বহু কথা মানি লোৱা হোৱা নাই। ১৪ নং ধাৰাত ৰাজ্যিক বিষয়াজনৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা ল’বলৈ ব’ৰ্ডক নিৰ্দেশ দিয়ে। অহা বুধবাৰে মুখ্য সচিব প্ৰসাদক শাৰীৰিকভাৱে (আদালত) উপস্থিত থাকিবলৈ নিৰ্দেশ দিছো। ৰাজ্যৰ বিষয়াসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেই সন্দৰ্ভত ব’ৰ্ডে এক বিবৃতি প্ৰকাশ কৰিব। আদালতত গাইডলাইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা নহ’ব বুলি মুখ্য সচিবগৰাকীয়ে বুজাই দিয়ে।” আদালতৰ নিৰ্দেশ উলংঘা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেও আদালতে সমালোচনা কৰে। ক্ষোভ প্ৰকাশ কৰি ন্যায়াধীশে কয় যে ১০ জুনত উচ্চতম ন্যায়ালয়ে জাৰি কৰা গাইডলাইন, কোনো ক্ষেত্ৰত কাৰ্যকৰী হোৱা নাই। সকলো কাম চৰকাৰী কাগজ-পত্ৰত আবদ্ধ হৈ আছে।

মন কৰিবলগীয়া যে পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ দৰে ৰাজ্যত বহুদিন ধৰি অৱশিষ্ট জ্বলোৱাৰ বিতৰ্ক চলি আছে। যোৱা বছৰ দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে নিজেই অভিযোগ কৰিছিল যে তাৰ বাবেই ৰাজধানীত প্ৰদূষণ বৃদ্ধি পাইছে। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে পঞ্জাৱ-হাৰিয়ানাৰ দৰে ৰাজ্যক শীঘ্ৰে অৱশিষ্ট জ্বলোৱা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। অৱশ্যে গাইডলাইন মানি চলা নাছিল বুলি অভিযোগ উত্থাপন হৈছে।

Apply Now
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd