• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে আদালতৰ দ্বাৰস্থ হ’ব আছু : মণিমাধৱ মহন্ত

মিণ্টু দাস by মিণ্টু দাস
May 24, 2018 4:43 pm
Manimadhab Mahanta
129
VIEWS
Share on FacebookShare on Twitter

”নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত হ’লে সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ব। সংশোধনী আইনৰ বিৰুদ্ধে আমাৰ আন্দোলন পূৰ্ণ গতিত চলি আছে আৰু ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদান কৰি বিদেশী হিন্দু বাংলাদেশী সংস্থাপনৰ যি যোজা চলাই আছে সেই কাৰ্য আমি ছাত্ৰ সন্থাই কেতিয়াও মানি নলও।” এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মণিমাধৱ মহন্তৰ।

সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত উপস্থিত থাকি মণিমাধৱ মহন্তই এই কথা উল্লেখ কৰে।

বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অধিৱেশনখন সভাপতিত্ব কৰে বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি তপন কলিতাই। ইয়াৰ উপৰি নগাঁও জিলা সমিতিৰ সভাপতি অভিজিত দাস, উপসভাপতি গৌৰি শংকৰ শইকীয়া, সাংগঠনিক সম্পাদক নৱজোতি শইকীয়া, ভাৰপ্ৰাপ্ত  সাধাৰণ সম্পাদক অমৰ জোতি ফুকন, বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল শইকীয়া, শিক্ষক দিপাংক গিৰি দেৱগোস্বামীৰ লগতে বটদ্ৰৱাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

89ff7f0d-17b0-4f5d-bba3-75e390a0e756

ইফালে উক্ত অধিৱেশনৰ জৰিয়তে তপন কলিতাক সভাপতি, নিপুমণি দেৱগোস্বামী সম্পাদক হিচাপে লৈ বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়।

উল্লেখ্য যে বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন উপলক্ষে ৰাতিপুৱা পতাকা উত্তোলন আৰু চহিদ তৰ্পন কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে লক্ষ্যদ্বীপ অধিকাৰীয়ে। ইয়াৰ পাছত গছ পুলি ৰোপন কাৰ্য সম্পাদন কৰে ইন্দ্ৰমোহন বৰুৱা, দিলীপ দেৱগোস্বামী আৰু বটদ্ৰৱা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন গগৈয়ে।

আনহাতে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে অধ্যক্ষ অনিল শইকীয়াই। সন্ধিয়া ৬ বজাত অনুষ্ঠিত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে বাৰ্ষিক অধিৱেশনৰ সামৰণি পৰে।

Recent News

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd