• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘সন্ত্ৰাসবাদ’ত দোষী সাব্যস্ত ইৰাণী-জাৰ্মান নাগৰিক জামছিদৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে তেহৰাণে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 29, 2024 12:50 pm
ইৰাণ আৰু জাৰ্মানীৰ দ্বৈত নাগৰিক জামছিদ শাৰমাহাদৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে তেহৰাণে। ফটোঃ সংগ্ৰহীত।

ইৰাণ আৰু জাৰ্মানীৰ দ্বৈত নাগৰিক জামছিদ শাৰমাহাদৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে তেহৰাণে। ফটোঃ সংগ্ৰহীত।

154
VIEWS
Share on FacebookShare on Twitter

‘সন্ত্রাসবাদী আক্রমণ’ সংঘটিত কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱাৰ পাছত ইৰাণে এগৰাকী ব্যক্তিৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিছে৷

এই ব্যক্তিজনৰ নাম জামছিদ শাৰমাহাদ। তেওঁ ইৰাণ আৰু জাৰ্মানীৰ দ্বৈত নাগৰিক। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে সোমবাৰে তেওঁক মৃত্যুদণ্ড দিয়াৰ কথা নিশ্চিত কৰে।

জামছিদৰ আমেৰিকাত থকাৰো অনুমতি আছে। ২০২৩ চনত ‘বিশ্বৰ দুৰ্নীতি’ৰ অভিযোগত তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। ইৰাণৰ ইছলামিক আইনত এই অপৰাধৰ সৰ্বোচ্চ শাস্তি হ’ল মৃত্যুদণ্ড।

লগতে পঢ়কঃ গোটেই অক্টোবৰজুৰি দেশবাসীয়ে গুগলত কি আটাইতকৈ বেছি চাৰ্চ কৰিছে জানেনে? চাওক তথ্য

ইৰাণত ৰাজতন্ত্ৰবাদী সমৰ্থক এটা গোটৰ নেতৃত্ব দিয়া বুলি তেওঁক অভিযুক্ত কৰিছিল তেহৰানে। ২০০৮ চনত এই গোটটোৱে মাৰাত্মক বোমা বিস্ফোৰণৰ অভিযোগ উত্থাপন কৰিছে ইৰাণে। ইয়াৰ উপৰিও দেশৰ অন্য ঠাইত আক্ৰমণৰ পৰিকল্পনা কৰাৰো অভিযোগ উত্থাপন হৈছিল।

সোমবাৰে জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্বলট্জে এক্স (পূৰ্বৰ টুইটাৰ)ত দিয়া এটা পোষ্টত এই মৃত্যুদণ্ডক এক কলংকিত ঘটনা বুলি অভিহিত কৰে। শ্বলট্জে কয় যে জামছিদক বিচাৰত আত্মপক্ষ সমৰ্থনৰ সুযোগো দিয়া হোৱা নাছিল।

জাৰ্মানীৰ বৈদেশিক মন্ত্ৰী এনালেনা বিয়াৰবকেও এই মৃত্যুদণ্ডক গৰিহণা দিয়ে। তেওঁ ইৰাণৰ ‘অমানৱীয় শাসন ব্যৱস্থা’ক তীব্ৰ সমালোচনা কৰে। এনালেনাই এক বিবৃতিত কয় যে তেওঁলোকে তেহৰাণক বাৰে বাৰে স্পষ্ট কৰি দিছে যে জাৰ্মান নাগৰিকক মৃত্যুদণ্ড দিয়াৰ পৰিণতি ভয়াৱহ হ’ব।

লগতে পঢ়কঃ জিন বিকাশৰ অধ্যয়নত নতুন পোহৰৰ সন্ধান; গৱেষকসকলে দিছে গুৰুত্বপূৰ্ণ তথ্য

২০২০ চনত ইৰাণৰ চোৰাংচোৱা মন্ত্ৰালয়ৰ এক বিবৃতিত জামছিদক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰা হৈছিল। বিবৃতিটোত জামছিদক ‘সন্ত্রাসবাদী’ গোটৰ মুৰব্বী বুলি অভিহিত কৰা হৈছিল৷ কোৱা হৈছিল যে তেওঁ আমেৰিকাত বহি ইৰাণত সশস্ত্ৰ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰিচালনা কৰিছিল।

আমেৰিকাৰ লছ এঞ্জেলছত ভিত্তিক ‘কিংডম এছেম্বলী অৱ ইৰাণ’ নামৰ এই গোটটো বৰ বেছি পৰিচিত নহয়। এই গোটটোৱে ইৰাণত ৰাজতন্ত্ৰ পুনৰুদ্ধাৰ কৰিব বিচাৰে।

উল্লেখ্য যে ১৯৭৯ চনত ইৰাণত সংঘটিত হয় ইছলামিক বিপ্লৱ। এই বিপ্লৱৰ জৰিয়তে ইৰাণত ৰাজতন্ত্ৰ উফৰাই পেলোৱা হয়।

এই গোটটোৱে বিদেশত ৰেডিঅ’ আৰু টেলিভিছন ষ্টেচন পৰিচালনা কৰে। ইৰাণৰ বিৰোধীৰ কণ্ঠস্বৰ হিচাপে কাম কৰে।

লগতে পঢ়কঃ শিল্পা শ্বেট্টীৰ ৰেষ্টুৰেণ্ট বাষ্টিয়ানত চুৰি, খাবলৈ আহি অতিথিয়ে হেৰুৱালে ৮০ লাখ টকীয়া গাড়ী

জাৰ্মানীৰ বিৰোধী দল খ্ৰীষ্টিয়ান ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা ফ্ৰেড্ৰিখ মাৰ্টজে কয় যে জামছিদ তেওঁলোকৰ দেশৰ নাগৰিক। তেওঁৰ মৃত্যুদণ্ড এক জঘন্য অপৰাধ। এই ঘটনাত তেওঁ জাৰ্মান চৰকাৰক স্পষ্ট স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

Recent News

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd