• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Weight Loss Tips: কেতিয়াও এনেদৰে ওজন কমাবলৈ চেষ্টা নকৰিব! ভয়ানক হ’ব পাৰে ইয়াৰ ফল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2024 7:49 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আটিল শৰীৰে আত্মবিশ্বাস বৃদ্ধি কৰাই নহয় বিভিন্ন ৰোগৰ আশংকাৰ পৰাও ৰক্ষা কৰে। কিন্তু আজিকালি ওজন বৃদ্ধি বহুতৰে বাবে এক ডাঙৰ সমস্যা। এই সমস্যাৰ পৰা মুক্তি পাবলৈ আমি বহুতো কাম কৰোঁ যেনে ডায়েটিং, জিমত ঘণ্টাৰ পিছত ঘণ্টা ব্যায়াম কৰা ইত্যাদি। তথাপিও ওজনৰ সমস্যাটো ৰৈ যায়।

খাদ্য নিয়ন্ত্ৰণ আৰু বিভিন্ন ধৰণৰ ব্যায়ামৰ পিছতো ওজন বা মেদবহুলতা কমি নাযায়। আপোনাৰ জীৱনশৈলীৰ কিছুমান অভ্যাসেই হয়তো ইয়াৰ আঁৰৰ কাৰণ। কেতিয়াবা নজনাকৈয়ে বহু ভুল কৰো। ইয়াৰ ফলত ওজন হ্ৰাসৰ যাত্ৰা লেহেমীয়া হয়। সেয় ওজন কমাওঁতে যিবোৰ ভুল কৰিব নালাগে তাৰ বিষয়ে অধিক জানো আহক।

ওজন কমাওঁতে এৰাই চলিবলগীয়া ভুলবোৰ:

নোখোৱা বা খোৱা কমাই দিয়া

ওজন কমাবলৈ সিদ্ধান্ত লোৱা মানুহে কৰা প্ৰথম ভুলটো হ’ল খাদ্য গ্ৰহণ নকৰা বা খাদ্য কমাই দিয়া। অৱশ্যেই ওজন কমাবলৈ এনেদৰে নোখোৱাটো বুদ্ধিমানৰ কাম নহয়। ইয়াৰ ফলত শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হয় আৰু বিভিন্ন ৰোগৰ আবিৰ্ভাৱ হ’বলৈ ধৰে। এইটো কৰাৰ প্ৰয়োজন নাই, বৰঞ্চ জাংক ফুড, পেকেজিং  খাদ্য আদি অস্বাস্থ্যকৰ খাদ্যৰ পৰা আঁতৰি থাকক।

Apply Now

পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন গ্ৰহণ

খাদ্যত প্ৰটিনৰ অভাৱে পেশীৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায় আৰু ওজন হ্ৰাসৰ যাত্ৰাত বাধাৰ সৃষ্টি কৰে। লগতে খাদ্য খোৱাৰ হেঁপাহো বৃদ্ধি কৰে। ইয়াৰ ফলত ওজন কমি যোৱাৰ পৰিৱৰ্তে বৃদ্ধি পায়।

প্ৰক্ৰিয়াজাত খাদ্য

প্ৰচেছড ফুড বা প্ৰক্ৰিয়াজাত খাদ্যত কেলৰি বেছি আৰু পুষ্টিকৰ উপাদানৰ অভাৱ। মনত ৰাখিব যে ফাষ্ট ফুড, জাংক ফুড, মিঠাই, ভজা খাদ্য আদি খালে ওজন কমি যোৱাৰ পৰিৱৰ্তে ওজন বৃদ্ধি পাব।

টোপনিৰ অভাৱ

টোপনিৰ অভাৱে আপোনাৰ ভোক নিয়ন্ত্ৰণ আৰু হৰম’নৰ ভাৰসাম্যত ব্যাঘাত জন্মায়। ফলত ভোকৰ অনুভূতি বাঢ়ি যায়। ফলত অধিক খাদ্য খোৱাৰ হেঁপাহ বাঢ়ি যায়। লগতে অধিক কেলৰি খোৱাৰ সম্ভাৱনাও বেছি থাকে। গতিকে ওজন কমাবলৈ চেষ্টা কৰিলে পৰ্যাপ্ত টোপনি অহাটো অতি প্ৰয়োজনীয়।

মানসিক চাপ

বহুতে ওজন কমাবলৈ চেষ্টা কৰিলে মানসিক চাপত ভুগিবলগীয়া হয়। কিন্তু মানসিক চাপে ওজন কমোৱাৰ পৰিৱৰ্তে বৃদ্ধি কৰে, গতিকে ওজন কমোৱা যাত্ৰাত মানসিক চাপৰ পৰা আঁতৰি থকাটোৱেই উত্তম।

বি:দ্ৰ: কিছুমান স্বাস্থ্যজনিত সমস্যা যেনে থাইৰয়ড, ভিটামিন ডি বা ভিটামিন বি ১২ৰ অভাৱে ওজন কমাবলৈ কৰা প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিব পাৰে। নিয়মিত পৰীক্ষা কৰক আৰু আপোনাৰ শৰীৰৰ এই অভাৱ দূৰ কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ লওক যাতে আপোনাৰ ওজন হ্ৰাসৰ কাম সম্পূৰ্ণ হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd