• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩৬ বছৰ পিছত ছলমান ৰুছদিৰ ‘দ্য ছ্যেটেনিক ভাৰ্ছেছ’ গ্ৰন্থৰ আমদানিৰ ওপৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2024 8:42 am
ছলমান ৰুছদি। ফাইল ফটোঃ সংগ্ৰহীত।

ছলমান ৰুছদি। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় চাৰে তিনি দশকৰ আগতে ঘটিছিল এই ঘটনা। ১৯৮৮ চনত ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত ছলমান ৰুছদিৰ ‘দ্য ছ্যেটেনিক ভাৰ্ছেছ’ (The Satanic Verses) নামৰ গ্ৰন্থখন আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ে সেই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিছে।

যোৱা শতিকাৰ আশীৰ দশকৰ শেষৰ ফালে ছলমান ৰুছদিৰ সেই গ্ৰন্থখনক লৈ বিতৰ্ক আৰম্ভ হৈছিল। সেই সময়ত ৰাজীৱ গান্ধী চৰকাৰে এই আদেশ জাৰি কৰিছিল। কিন্তু ২০১৯ চনত সন্দীপন খান নামৰ এজন ব্যক্তিয়ে এই নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

উক্ত গোচৰৰে শুনানি বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল ন্যায়াধীশ ৰেখা পল্লী আৰু ন্যায়াধীশ সৌৰভ বেনাৰ্জীৰ বিভাগীয় বিচাৰপীঠত। আদালতে কয় যে ব্যাপক অনুসন্ধানত কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ডে শুল্ক আইন, ১৯৬২ৰ অধীনত জাৰি কৰা নিষেধাজ্ঞাৰ কোনো নথি পোৱা নগ’ল বুলি জানিবলৈ দিয়ে। আন কোনো আনুষংগিক সংস্থাইও ইয়াৰ সন্ধান দিব নোৱাৰিলে।

Apply Now

লগতে পঢ়কঃ বন্ধু ভাল, কিন্তু এনেকুৱা বন্ধু থাকিলে জীৱন অতিষ্ঠ হৈ পৰে! চাওক, বিষাক্ত সংগীক বিদায় দিয়াৰ কিটিপ

এনে পৰিস্থিতিত বিভাগীয় বিচাৰপীঠে কয়, ” এনে পৰিস্থিতিত আমাৰ হাতত এনে কোনো নথি নাছিল বুলি মানি লোৱাৰ বাহিৰে আন উপায় নাই। আৰু ফলত আমি ইয়াৰ বৈধতাও পৰীক্ষা কৰিব নোৱাৰো।”

প্ৰসংগক্ৰমে আবেদনকাৰী সন্দিপন খানে আদালতত জনাইছিল যে যিহেতু ‘দ্য ছ্যেটেনিক ভাৰ্ছেছ’ৰ ওপৰত নিষেধাজ্ঞা আছে, সেয়েহে তেওঁ বিদেশৰ পৰা কিতাপখন আনিব পৰা নাই। উচ্চ ন্যায়ালয়ে আবেদনকাৰী ব্যক্তিজনক দেশলৈ কিতাপখন আনিবলৈ অনুমতি দিয়ে। ইয়াৰ ফলত ৩৬ বছৰ ধৰি গ্ৰন্থখনৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ হয়।

লগতে পঢ়কঃ ‘ভূমিকন্যা’ক লৈ গৌৰৱান্বিত চন্দ্ৰবাবু! আমেৰিকাৰ প্ৰথম ভাৰতীয় মূলৰ ছেকেণ্ড লেডী হিচাপে চিহ্নিত ঊষা

উল্লেখ্য যে এই উপন্যাসখন বিশ্ববিখ্যাত সাহিত্যিক ৰুছদীৰ পঞ্চম উপন্যাস। ১৯৮৮ চনত প্ৰকাশ পাইছিল। আৰম্ভণিৰে পৰাই কিতাপখনক লৈ বিতৰ্ক আৰম্ভ হৈছিল। ১৯৮৯ চনৰ ১৪ ফেব্ৰুৱাৰীত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খোমেইনীয়ে ৰুছদিৰ মৃত্যুৰ সন্দৰ্ভত ফাতোৱা জাৰি কৰে। ইয়াৰ পিছত তেওঁ প্ৰায় এটা দশক নিৰলে আঁতৰি আছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd