• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

সদায় শীতল হৈ থাকিব উচ্চ শক্তিসম্পন্ন এই ইঞ্জিন! হোণ্ডাৰ উন্মোচিত V3 প্ৰযুক্তিয়ে দিব চমক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2024 2:04 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইটালীৰ মিলানত অনুষ্ঠিত EICMA 2024 মটৰ চাইকেল শ্ব’ত ইলেক্ট্ৰিক ফৰ্চড ইণ্ডাকচন প্ৰযুক্তিৰে নতুন V3 মটৰবাইক ইঞ্জিন উন্মোচন কৰে হোণ্ডাই। কোম্পানীটোৱে এইটো বিশ্বৰ প্ৰথম উদ্ভাৱন বুলি দাবী কৰিছে।

এই নতুন ইঞ্জিনটো উচ্চ ডিছপ্লেছমেন্ট ছেগমেণ্টৰ কথা মনত ৰাখি নিৰ্মাণ কৰা হৈছে বুলি তেওঁলোকে জনায়। বৰ্তমানৰ ইঞ্জিনৰ তুলনাত ইয়াক যথেষ্ট কমপেক্ট বুলি দাবী কৰিছে কোম্পানীটোৱে।

হোণ্ডা V3 ইঞ্জিনত কি আছে?

হোণ্ডাৰ V3 ইঞ্জিনৰ বিশেষ বৈশিষ্ট্য হৈছে ইয়াৰ ৭৫ ডিগ্ৰী ভি কনফিগাৰেচন চিলিণ্ডাৰ। যিয়ে ওৱাটাৰ কুলিং প্ৰযুক্তিৰ জৰিয়তে উষ্ণতা নিয়ন্ত্ৰণ কৰিব। V কনফিগাৰেচন ব্যৱহাৰৰ বাবে ই পৰম্পৰাগত ইনলাইন থ্ৰী চিলিণ্ডাৰ ইঞ্জিনতকৈ আকাৰত সৰু আৰু পাতল। ইয়াৰ জৰিয়তে উন্নত ৰাইডিং অভিজ্ঞতা লাভ কৰিব।

Apply Now

হোণ্ডা V3 ইঞ্জিন: ইলেক্ট্ৰিক কম্প্ৰেছাৰ

এই ইঞ্জিনত লগোৱা ইলেক্ট্ৰিক কম্প্ৰেছাৰটো এনেদৰে ডিজাইন কৰা হৈছে যে ই ইঞ্জিনৰ গতি যিয়েই নহওক কিয় এয়াৰ ইনটেক নিয়ন্ত্ৰণ কৰিব পাৰে। এই বৈশিষ্ট্যৰ ফলত কম গতিবেগতো বেছি টৰ্ক উৎপাদন হ’ব। হোণ্ডাই দাবী কৰিছে যে এই ইলেক্ট্ৰিক কম্প্ৰেছাৰে মটৰ চাইকেলৰ চেছিছত ইঞ্জিনৰ লেআউট ফিট কৰাটো সহজ কৰি তুলিব। পৃথক ইন্টাৰকুলাৰৰ প্ৰয়োজন নহ’ব।

হোণ্ডাই এই নতুন V3 ইঞ্জিন আৰু ইয়াৰ ইলেক্ট্ৰিক কম্প্ৰেছাৰ প্ৰযুক্তিক তেওঁলোকৰ ভৱিষ্যতৰ আভ্যন্তৰীণ দহন প্ৰযুক্তিৰ দিক নিৰ্দেশনা হিচাপে দেখা পাইছে। বৃহৎ ডিছপ্লেচমেণ্ট মটৰবাইকৰ বাবে এই ইঞ্জিনটো অধিক বিকশিত কৰি ভৱিষ্যতে গণ উৎপাদনৰ পৰিকল্পনাও কৰা হৈছে।

হোণ্ডাৰ অন্যান্য পদক্ষেপ

জাপানী কোম্পানীটোৱে কয় যে তেওঁলোকে তেওঁলোকৰ সকলো শ্ৰেণীৰ গ্ৰাহকৰ  প্ৰয়োজনীয়তা পূৰণৰ বাবে নতুন মডেলৰ কাম কৰি আছে। যিটো দৈনন্দিন যাতায়ত আৰু মনোৰঞ্জনৰ বাবেও উপযোগী হ’ব। ইলেক্ট্ৰিক দুচকীয়া বাহন নিৰ্মাণৰ ক্ষেত্ৰতো কোম্পানীটোৱে গুৰুত্ব আৰোপ কৰিছে, যিবোৰ ভৱিষ্যতে অধিক সুলভ আৰু পৰিৱেশ অনুকূল হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

June 4, 2026 11:18 am
আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

June 4, 2026 10:48 am
ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

June 4, 2026 9:48 am
ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

June 4, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

June 4, 2026 11:18 am
আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

June 4, 2026 10:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd