• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত সংঘটিত আন এক কেলেংকাৰী! কোটি কোটি টকাৰ লুন্ঠন কৰি পলায়ন আল্পনা দাসৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 14, 2024 1:03 pm
136
VIEWS
Share on FacebookShare on Twitter

ডি বি ষ্টক কেলেংকাৰীৰ পাছত আজি পুৱা গুৱাহাটী মহানগৰীত সংঘটিত হয় আন এক চাঞ্চল্যকৰ ষ্টক কেলেংকাৰী। মাত্ৰ তিনি মাহতে জনসাধাৰণৰ ধন দুগুণ কৰাৰ প্ৰতিশ্ৰুতিৰে লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী অল্পনা দাস নামৰ মহিলাৰ বিৰুদ্ধে।

এইবাৰ এডি ষ্টকে জনসাধাৰণৰ পৰা লাখ লাখ টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে, অল্পনা দাসে কোটি টকাৰ উল্লেখযোগ্য ধনেৰে গুৱাহাটীৰ পৰা পলায়ন কৰে। হেঙৰাবাৰীত অল্পনা দাসে এটা কাৰ্যালয় খুলি ব্যৱসায়ৰ নামত ধন সংগ্ৰহ কৰাৰ পৰাই এই কেলেংকাৰি আৰম্ভ হয়। হেঙৰাবাৰীৰ চিণ্ডিকেট অৰ্কিড নামৰ এপাৰ্টমেণ্ট কমপ্লেক্সত, এডি ষ্টক ব্ৰকিং ফাইনেন্সিয়েল চাৰ্ভিচেছ প্ৰাইভেট লিমিটেড নামেৰে এই কাৰ্যালয়টো আছিল।

আল্পনা দাস আৰু তেওঁৰ সহযোগীসকলে ২০২৩ চনৰ ২৮ আগষ্টৰ পৰা ২০২৩ চনৰ ৮ ছেপ্টেম্বৰলৈকে জন্মাষ্টমী অফাৰৰ সময়ত বিনিয়োগকাৰীক ১৩% মাহিলী সুতৰ লগতে অতিৰিক্ত ১১% সুতৰ প্ৰতিশ্ৰুতি দিছিল।প্ৰথম অৱস্থাত প্ৰায় দুবছৰৰ বাবে প্ৰতিশ্ৰুতি দিয়া সুত বিনিয়োগকাৰীক দিয়া হৈছিল। কিন্তু চলিত বৰ্ষৰ জুলাইৰ পৰা এই ধন আৰু বিনিয়োগকাৰীক ঘূৰাই দিয়া নহ’ল।

পূর্বৰ কেলেংকাৰিৰ দৰেই আৰ্হিত পলায়ন কৰাৰ পাছতে অফিচত তলাবন্ধ কৰি আল্পনা দাস আৰু তেওঁৰ সহযোগীসকলে গুৱাহাটীৰ পৰা পলায়ন কৰে। ডি বি ষ্টকৰ দৰে ৰাজ্যৰ বাহিৰৰ বহু লোকেও এডি ষ্টকত ধন বিনিয়োগ কৰিছিল।

উল্লেখযোগ্য যে অল্পনা দাসে ইয়াৰ পূৰ্বে ডি বি ষ্টকত মেনেজাৰ হিচাপে কাম কৰিছিল। ঘটনা সন্দৰ্ভত দিছপুৰ থানাত কেইবাজনো ভুক্তভোগীয়ে এফআইআৰ দাখিল কৰিছে। অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে অল্পনা দাসক বিচাৰি উলিয়াব পৰা নাই।

Recent News

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd