• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পোন্ধৰ বছৰৰ প্ৰেমৰ অন্তত ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী কীৰ্তি সুৰেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2024 1:02 pm
পোন্ধৰ বছৰৰ প্ৰেমৰ অন্তত ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী কীৰ্তি সুৰেশ
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবাহ বন্ধনত আৱদ্ধ হ’বলৈ আগবাঢ়িছে দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী কীৰ্তি সুৰেশে। বিগত ১৫ বছৰ ধৰি ব্যৱসায়ী এণ্টনি থাটিলৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে।

জানিব পৰা মতে, ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত গোৱাত বিবাহপাশত আৱদ্ধ হ’ব কীৰ্তি-এন্টিনিয়ে। পৰিয়ালৰ সদস্য, আত্মীয় আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত কীৰ্তিয়ে বিয়া বহিব।

লগতে পঢ়কঃ বৃদ্ধস্য তৰুণী ভার্যা! ৬২ বছৰীয়া বিধায়কে বিয়া কৰালে ২৫ বছৰীয়া যুৱতীক

অহা ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব বিবাহৰ অনুষ্ঠান। তিনিদিন ধৰি চলিব। এন্টনি পেছা সূত্ৰে ডুবাইত থাকে। উদ্যোগৰ জল্পনা-কল্পনা অনুসৰি বিয়াৰ পিছত কীৰ্তিয়ে ডুবাইলৈ গুচি যাব।

বাতৰি অনুসৰি, স্কুলত পঢ়ি থকাৰ সময়তে তেওঁলোকৰ বন্ধুত্ব গঢ় লৈ উঠিছিল। সেই বন্ধুত্ব পিছলৈ প্ৰেমলৈ পৰিণত হ’ল।

সূত্ৰ অনুসৰি থালাপতি বিজয়, চিৰঞ্জীৱী, আটলী, নানীৰ দৰে দক্ষিণৰ তাৰকা কীৰ্তিৰ বিয়াত উপস্থিত থাকিব। ইয়াৰ উপৰিও বলীউডৰ বৰুণ ধাৱনেও বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ ৰুগ্ন সম্পৰ্ক ভগ্ন হৃদয়! বিচ্ছেদ এ আৰ ৰহমানৰ ২৯ বছৰীয়া সংসাৰত

শেহতীয়াকৈ ‘বেবী জন’ ছবিখনত দেখা গৈছিল কীৰ্তিক। বৰুণৰ লগত তেওঁৰ বন্ধুত্ব সেই সূত্ৰেই গঢ় লৈ উঠিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

August 14, 2025 12:13 pm
ভাৰতৰ চামৰা উদ্যোগৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ট্ৰাম্পৰ ৫০% শুল্কই! বন্ধ হৈ পৰিছে ভাৰতৰ ৰপ্তানি

ভাৰতৰ চামৰা উদ্যোগৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ট্ৰাম্পৰ ৫০% শুল্কই! বন্ধ হৈ পৰিছে ভাৰতৰ ৰপ্তানি

August 14, 2025 12:12 pm
বিহাৰত ‘মৃত’ ভোটাৰৰ সৈতে চাহমেল ৰাহুল গান্ধীৰ!

বিহাৰত ‘মৃত’ ভোটাৰৰ সৈতে চাহমেল ৰাহুল গান্ধীৰ!

August 14, 2025 11:50 am
উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

August 14, 2025 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

August 14, 2025 12:13 pm
ভাৰতৰ চামৰা উদ্যোগৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ট্ৰাম্পৰ ৫০% শুল্কই! বন্ধ হৈ পৰিছে ভাৰতৰ ৰপ্তানি

ভাৰতৰ চামৰা উদ্যোগৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ট্ৰাম্পৰ ৫০% শুল্কই! বন্ধ হৈ পৰিছে ভাৰতৰ ৰপ্তানি

August 14, 2025 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd